DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, October 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

গুৱাহাটীৰ মালিগাঁও ৰেল লাইনত উদ্ধাৰ অচিনাক্ত মহিলা মৃতদেহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 22, 2023 3:11 pm
1k
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে পুৱা গুৱাহাটীৰ মালিগাঁও অঞ্চলৰ শ্বাটল গেটত উদ্ধাৰ হয় এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ।

সূত্ৰই জনোৱা মতে, মহিলাগৰাকীৰ মৃতদেহটো ৰে’লপথৰ কাষৰ পৰা উদ্ধাৰ কৰা হৈছে। মহিলাগৰাকীৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

সন্দেহ কৰা হৈছে যে মহিলাগৰাকী চলন্ত ৰে’লৰ পৰা পৰি মৃত্যু হ’ব পাৰে, অৱশ্যে হত্যাৰ সন্দেহকো নুই কৰিব নোৱাৰি।

ইতিমধ্যে স্থানীয় আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰা হৈছে।

শেহতীয়াকৈ বিশাখাপট্টনমত ৰে’লপথৰ পৰা উদ্ধাৰ হৈছিল এজন অসমীয়া যুৱকৰ মৃতদেহ।

মৃত যুৱকজন নগাঁও জিলাৰ ননৈৰ নিবাসী জোনাৰাম বৰা বুলি জানিব পৰা গৈছে।

লাভ কৰা তথ্য অনুসৰি ১৫ জুলাইত জোনাৰমে চাকৰিৰ উদ্দেশ্যে গুৱাহাটীৰ পৰা হায়দৰাবাদলৈ ৰেলযোগে যাত্ৰা আৰম্ভ কৰিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ দুদিন পিছতে তেওঁৰ পৰিয়ালৰ লোকে আৰক্ষীৰ ফোন পাই তেওঁৰ মৃতদেহ বিশাখাপট্টনমৰ ৰে’লপথৰ ওচৰতে উদ্ধাৰ হোৱা বুলি জানিব পাৰে।

অৱশ্যে জোনাৰামৰ মৃত্যুক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে। মৃতদেহটো ঘৰলৈ ঘূৰাই অনাৰ বাবে অসম চৰকাৰক আৰ্থিক সাহায্যৰ বাবে আবেদন জনাইছে।

Recent News

দৈনিক ১হাজাৰ টকা বিনিয়োগত ৫ হাজাৰ টকা ৰিটাৰ্ণ! ৮৫৪ কোটিৰ জালিয়াতি চক্ৰৰ ৬জনক গ্ৰেপ্তাৰ

দৈনিক ১হাজাৰ টকা বিনিয়োগত ৫ হাজাৰ টকা ৰিটাৰ্ণ! ৮৫৪ কোটিৰ জালিয়াতি চক্ৰৰ ৬জনক গ্ৰেপ্তাৰ

১ অক্টোবৰৰ পৰাই কাৰ্যকৰী; অধিক বিদ্যুতৰ বিল পৰিশোধ কৰিব লাগিব অসমৰ গ্ৰাহকে

১ অক্টোবৰৰ পৰাই কাৰ্যকৰী; অধিক বিদ্যুতৰ বিল পৰিশোধ কৰিব লাগিব অসমৰ গ্ৰাহকে

নাওত তিমিয়ে খুন্দা মৰাৰ ফলত অষ্ট্ৰেলিয়াত এজনৰ মৃত্যু; আঘাতপ্ৰাপ্ত আন এজন

নাওত তিমিয়ে খুন্দা মৰাৰ ফলত অষ্ট্ৰেলিয়াত এজনৰ মৃত্যু; আঘাতপ্ৰাপ্ত আন এজন

চৰকাৰী ঘোষণাঃ গান্ধী জয়ন্তীৰ দিনা খোলা থাকিব ৰাজ্যৰ বিদ্যালয়সমূহ

চৰকাৰী ঘোষণাঃ গান্ধী জয়ন্তীৰ দিনা খোলা থাকিব ৰাজ্যৰ বিদ্যালয়সমূহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd