• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৃষি আইনত সৰ্বোচ্চ ন্যায়ালয়ৰ স্থগিতাদেশৰ পিছত আজি কেন্দ্ৰীয় কেবিনেটৰ বৈঠক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 13, 2021 9:06 am

1 min read

কৃষি আইনত সৰ্বোচ্চ ন্যায়ালয়ৰ স্থগিতাদেশৰ পিছত আজি কেন্দ্ৰীয় কেবিনেটৰ বৈঠক
180
VIEWS
Share on FacebookShare on Twitter

নতুন কৃষি আইন কেইখনৰ ওপৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ৰায়দান প্ৰদান কৰাৰ এদিন পিছত অৰ্থাৎ আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেট বৈঠক অনুষ্ঠিত হ’ব।

ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেৰে বৈঠকৰ অধ্যক্ষতা কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে।

জানিব পৰা মতে উচ্চতম ন্যায়ালয়ে কৃষি আইন তিনিখন ৰূপায়ণত স্থগিতাদেশ জাৰি কৰা সন্দৰ্ভত আজিৰ কেবিনেটত আলোচনা কৰিব।

ইয়াৰ উপৰি ব্যক্তিগত বিনিয়োগ বৃদ্ধিৰ বাবে খনি খণ্ডৰ সংশোধনৰ প্ৰস্তাৱৰ ওপৰতো বিবেচনা কৰাৰ সম্ভাৱনা আছে।

এটা সূত্ৰৰ পৰা জানিব পৰা অনুসৰি খনি আৰু খনিজ (বিকাশ আৰু অধিনিয়ম) আইন, ১৯৫৭-ত সংশোধনৰ প্ৰস্তাৱ দিয়া হৈছে।

ইয়াৰ পূৰ্বে সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কৈছিল যে ২০২২ চনৰ ভিতৰত ৫ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ লক্ষ্য প্ৰাপ্ত কৰাত কয়লা খণ্ডই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

তেওঁ লগতে কৈছিল যে বাণিজ্যিক কয়লা খননৰ নিলামে ক্ষুদ্ৰ মজলীয়া উদ্যোগবোৰক সহজে কয়লা প্ৰাপ্ত কৰাত সুবিধা প্ৰদান কৰিব।

Recent News

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd