• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিত্ত বাজেটৰ পূৰ্বে অসমৰ বিজেপি সাংসদৰ সৈতে বৈঠক বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 25, 2019 9:06 am

1 min read

nirmala-sitharaman

নিৰ্মালা সীতাৰমণ। উৎস-ইণ্টাৰনেট

8.1k
VIEWS
Share on FacebookShare on Twitter

 

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সোমবাৰে অসমৰ দহগৰাকী বিজেপিৰ সাংসদক আমন্ত্ৰণ জনাই প্ৰাক-বাজেট সম্বন্ধীয় গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

কেন্দ্ৰীয় খাদ্য সংসাধন ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু লোকসভা আৰু ৰাজ্যসভাৰ বিজেপিৰ সাংসদসকলে সীতাৰমণৰ ১৫ চাফদৰজং ৰ’ডত থকা বাসগৃহত অনুষ্ঠিত হোৱা বৈঠকত অংশগ্ৰহণ কৰি অসমে সন্মুখিন হৈ অহা ভালেমান গুৰুত্বপূৰ্ণ সমস্যাৰ বিষয়ে আলোচনা কৰে।

‘‘আমি বিত্তমন্ত্ৰীক অসমৰ চাহ বাগিচা পুনৰ মুকলি কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে অসমত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীৰ হস্তক্ষেপ দাবী কৰিছো’’ বৈঠকৰ অন্তত এনেদৰে মন্তব্য কৰে ৰামেশ্বৰ তেলীয়ে।

বিত্তমন্ত্ৰীৰ সৈতে হোৱা বৈঠকত অসমৰ কাছাৰ আৰু নগাঁও কাগজ কলৰ প্ৰসংগও উত্থাপন কৰা হয় বুলি তেলীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

বৈঠকৰ প্ৰসংগত গুৱাহাটীৰ সাংসদ কুইন ওজাই কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে অসমৰ সাংসদ সকলৰ কথা অতি মনোযোগেৰে শুনা বুলি উল্লেখ কৰাৰ লগতে সাংসদসকলে উত্তৰ-পূব প্ৰধানকৈ অসমৰ ভালেমান গুৰুত্বপূৰ্ণ সমস্যাৰ প্ৰসংগ উত্থাপন কৰে বুলি মন্তব্য কৰে।.

সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি ৫ জুলাইৰ নতুন বিত্তীয় বাজেটত নতুন আঁচনি ঘোষণা কৰাতকৈ পুৰণা আঁচনিসমূহ সম্পূৰ্ণ কৰাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হ’ব।

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd