• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাহ বাগিচাৰ উন্নয়নৰ বাবে অধিক দৃঢ়তাৰে কাম কৰি যাম: নিৰ্মলা সীতাৰমন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 6, 2021 3:07 pm
WhatsApp Image 2021-02-06 at 2.24.47 PM

ধন পুৰষ্কাৰ মেলাত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন। ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খানাপাৰাত অনুষ্ঠিত হোৱা ধন পুৰস্কাৰ মেলাত দূৰ দূৰণিৰ চাহ বাগিচাৰ পৰা অহা শ্ৰমিকসকলক বিনম্ৰভাৱে নমস্কাৰ জনায় কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে।

বিত্তমন্ত্ৰী সীতাৰমনে কয় যে চাহকাপ ৰাতিপুৱা সকলোৱে খায়। সকলো বিশ্ববাসীয়ে ৰাতিপুৱাই অসমক চাহ কাপ খাওঁতে স্মৰণ কৰে।

Apply Now

চাহ জনগোষ্ঠীৰ ঝুমুৰ গীত শুনি বহু ভাল লাগিল বুলিও ভাষণৰ মাজতে উল্লেখ কৰে সীতাৰমনে।

তেওঁ কয় যে যি চাহ ৰাতিপুৱা খাই বিশ্ববাসী কৰ্মক্ষেত্ৰলৈ যায়, সেইসকল চাহ বাগিচাৰ শ্ৰমিকৰ ঘৰৰ ল’ৰা-ছোৱালীয়ে ৰাতিৰ ৰেহাই হোৱা খাদ্য খাব, এনেকুৱা কেতিয়াও হ’ব নোৱাৰে। এই ধাৰাৰ এতিয়া সলনি হ’বলৈ আৰম্ভ কৰিছে।

‘’২০১৪ৰ পৰা কামাখ্যা প্ৰসাদ তাছাই চাহ বাগানৰ লোকসকলৰ উন্নয়ন কৰিবলৈ মোক বাৰেপতি অনুৰোধ জনাই আহিছিল। ঠিক সেইদৰে পল্লৱ লোচন দাসেও তেওঁৰ কায়দাৰে সংসদত চাহ বাগিচাৰ লোকৰ উন্নয়নৰ বাবে অনুৰোধ জনাই আহিছিল’’-সীতাৰমনে কয়।

তেওঁ কয় যে এতিয়া চৰকাৰৰ গৃহ, আয়ুষ্মান ভাৰতকে ধৰি অন্য সকলো চৰকাৰী সুবিধা লাভ কৰিছে চাহ বাগিচাত।

আনহাতে, চৰকাৰী সুবিধা লাভ নকৰাসকলে জনাব লাগে, নিশ্চয়কৈ অতি সোনকালে তেওঁলোকে সেয়া লাভ কৰিব বুলি কয় বিত্তমন্ত্ৰীগৰাকীয়ে।

বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয় যে কৰ’না কালত বেংকৰ বিষয়া কৰ্মচাৰীয়ে বহু তৎপৰতা অৱলম্বন কৰি চাহ বাগিচাৰ শ্ৰমিকৰ একাউণ্ট খোলাত সহায় কৰিছিল। ইয়াৰ কৃতিত্ব তেওঁলোকে লাভ কৰিব লাগে। তেওঁলোক সকলোকে ধন্যবাদ জনাইছো।

চাহ বাগিচাক মুম্বাইৰে তুলনা কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে কয়,‘’চাহ বাগিচা মুম্বাইতকৈ কম নহয়। কিয়নো বেংক, ATM, মোবাইল ব্যৱস্থা চাহ বাগিচাৰ লোকসকলে লাভ কৰিছে। দালাল ব্যৱস্থা আঁতৰাই পোনপটীয়াকৈ বেংক একাউন্টৰ জৰিয়তে সকলোৱে লাভ কৰিব পাৰিছে। এইবোৰতে প্ৰধান মন্ত্ৰীৰ ডিজিটেল ইণ্ডিয়াৰ প্ৰয়োজনীয়তা বা সু-প্ৰয়োগ প্ৰতিফলিত হৈছে।‘’

তেওঁ কয়, ‘’সকলো ৰাজ্যৰে সমবিকাশ হোৱাটোৱে ভাৰত চৰকাৰৰ মূল লক্ষ্য আৰু উদ্দেশ্য। চাহ বাগিচাৰ উন্নয়নৰ বাবে পৰৱৰ্তী সময়তো অধিক দৃঢ়তাৰে কাম কৰি যাম।‘’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm
আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm
আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd