• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন দিল্লীত নিৰ্মাণ হ’ব কাৰ্বি আৰু ডিমাচা ভৱন; গৃহমন্ত্ৰী অমিত শ্বাহে ২১ জুলাইত কৰিব আধাৰশিলা স্থাপন

এন ই নাও নিউজ by এন ই নাও নিউজ
July 20, 2019 9:55 am
CEM-KAAC-Tuliram-Ronghang-speaking-at-the-press-conference-750x375

তুলিৰাম ৰহাঙৰ সংবাদমেল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ২১ জুলাইত নতুন দিল্লীত নিৰ্মাণ হ’বলগীয়া কাৰ্বি ভৱন আৰু ডিমাচা ভৱনৰ শিলন্যাস কৰিব।

Apply Now

নতুন দিল্লীত নিৰ্মাণ হ’বলগীয়া কাৰ্বি ভৱনটো য়ু পি ডি এচৰ সৈতে হোৱা বুজাবুজিৰ চুক্তিৰ আধাৰত ১০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব।

শুকুৰবাৰে গুৱাহাটীত এই কথা সদৰী কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰহাঙে।

এখন সংবাদ মেল সম্বোধন কৰি ৰহাঙে কয় ‘‘নতুন দিলীৰ দ্বাৰকাস্থিত চেক্টৰ থ্ৰীৰ প্লট নং ১১ আৰু ১২ ত ১০০ কোটি টকা ব্যয় সাপেক্ষে এটা নতুন কাৰ্বি ভৱন নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব’’।

ৰহাঙে সংবাদমেলত উল্লেখ কৰা অনুসৰি ১০০ কোটিৰ ভিতৰত আন্তঃগাঠনিৰ কামত ৮৫ কোটি আৰু আভ্যন্তৰীণ সজ্জ্যাৰ বাবে ১৫ কোটি টকা খৰছ কৰা হ’ব। ইতিমধ্যে প্ৰয়োজনীয় ভূমি আৱন্তন দিয়া হৈছে আৰু দুবছৰৰ ভিতৰত এই নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ কৰা হ’ব বুলি ৰহাঙে কয়।

এইখিনিতে উল্লেখ কৰা ভাল যে কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে হোৱা কাৰ্বি শসন্ত্ৰ সংগঠন য় পি ডি এচৰ বুজাবুজি চুক্তিৰ আধাৰতে কাৰ্বি ভৱনটো নিৰ্মাণ কৰা হ’ব।

আনহাতে, কাৰ্বি ভৱনৰ উপৰিও দ্বাৰকাত এটি ডিমাচা ভৱনো নিৰ্মাণ কৰা হ’ব। দুয়োটা গৃহৰে শিলন্যাস একেদিনাই গৃহ মন্ত্ৰী অমিত শ্বাহে কৰিব।

কাৰ্বি শ্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহীগৰাকীয়ে কাৰ্বি ভৱনটো নিৰ্মাণ কৰাৰ ফলত দিল্লীলৈ পঢ়িবলৈ যোৱা কাৰ্বি ছাত্ৰ-ছাত্ৰীসকলৰ লগতে স্বাস্থ্য পৰীক্ষাৰ বাবে যোৱা কাৰ্বি লোকসকল উপকৃত হ’ব।

ক’লকাতাতো কাৰ্বি ভাৱনৰ বাবে ইতিমধ্যে এটা চাৰি মহলীয়া বিল্ডিং মাটিৰে সৈতে ক্ৰয় কৰা হৈছে বুলি ৰহাঙে কয়।

তেওঁ নতুন দিল্লীত হ’বলগীয়া কাৰ্বি ভৱনটোত গা ধোৱা ঘৰৰে সৈতে সংলগ্ন তিনিটা অতিৰিক্ত শোৱনি কোঠা আৰু ৰান্ধনী ঘৰ আৰু এটা জিৰণি ঘৰ থাকিব বুলি মত প্ৰকাশ কৰে।

ৰহাঙে সীমা বিষয়ত মন্তব্য প্ৰকাশ কৰি কয় যে কাৰ্বি ভূমিৰ এক ইঞ্চিও মাটি মেঘালয় অথবা নাগালেণ্ডক দিয়া নহ’ব।

‘আমি আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সীমা বিবাদ সম্পৰ্কত সাক্ষাৎ কৰিছো আৰু শীঘ্ৰেই মেঘালয়ৰ সৈতে পশ্চিম কাৰ্বি আংলঙৰ ব্লক ১ আৰু ব্লক ২ অঞ্চলৰ সমস্যা সমাধানৰ বাবে আহ্বান জনাইছো’ ৰহাঙে এনেদৰে কয়।

আনহাতে, শ্বিলঙত ২০১৫ চনতে আধাৰশিলা স্থাপন কৰা কাৰ্বি হোষ্টেলৰ প্ৰসংগত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত ৰহাঙে এতিয়ালৈ হোষ্টেলটো নিৰ্মাণৰ কাম আৰম্ভ নোহোৱাৰ বাবে ঠিকাদাৰক জগৰীয়া কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd