DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, January 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সম্পূৰ্ণ সুস্থ হৈ এইমছৰ পৰা ঘৰলৈ উভতিল কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 31, 2020 10:59 am
amit-shah1
198
VIEWS
Share on FacebookShare on Twitter

কৰ’নাত আক্ৰান্ত হোৱাৰ পাছত প্ৰথমবাৰ সুস্থ হৈ ঘৰলৈ উভতাৰ পাছত যোৱা ১৮ আগষ্ট্ত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ পুনৰ নতুন দিল্লীৰ এইমছত ভৰ্তি হৈছিল।

কিন্তু এইবাৰ সম্পূৰ্ণ  সুস্থ হৈ এইমছৰ পৰা ঘৰলৈ উভতিছে অমিত শ্বাহ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকী যোৱা ২ আগষ্টত কৰ’নাত আক্ৰান্ত হৈছিল। কিন্তু কৰ’নামুক্ত হোৱাৰ এক সপ্তাহ পাৰ নৌহওতেই পুনৰ অসুস্থ হৈ পৰিছিল অমিত শ্বাহ আৰু হাস্পাতলত ভৰ্তি হ’বলগীয়া হয়।

কৰ’নামুক্ত হোৱাৰ কেইদিনমানৰ পাছতে গৃহ মন্ত্ৰীগৰাকীয়ে দেহত ক্লান্তি তথা বেদনা অনুভৱ কৰাত চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁক হাস্পাতলত ভৰ্তি কৰা হৈছিল।

কৰ’নাত আক্ৰান্ত হোৱাৰ বাবে গৃহ মন্ত্ৰীগৰাকীয়ে ৰাম মন্দিৰৰ ভূমি পূজাত উপস্থিত থাকিব পৰা নাছিল।

ৰাম মন্দিৰৰ ভূমি পূজা হৈ যোৱাৰ পাছত অমিত শ্বাহে প্ৰধান মন্ত্ৰী মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল।

যোৱা ১৮ আগষ্ট্ৰ পৰা এইমছত চিকিৎসাধীন হৈ থকা গৃহ মন্ত্ৰী অমিত শ্বাহে হাস্পাতলৰ পৰাই তেওঁৰ বিভাগৰ কামকাজ সমূহ পৰিচালনা কৰিছিল।

চিকিৎসকৰ তৎপৰতাত তেওঁ বৰ্তমান সম্পূৰ্ণ সুস্থ হৈ উঠিছে। সেয়ে, সোমবাৰে পুৱা ৭ বজাত তেওঁক হাস্পাতলৰ পৰা যাবলৈ দিয়া হয়।

Recent News

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd