DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উৰন্ত বিমানতে অসুস্থ হৈ পৰিল যাত্ৰী, সেয়া দেখি কি কৰিলে কেন্দ্ৰীয় মন্ত্ৰী এগৰাকীয়ে?

by
November 17, 2021 3:35 pm
4.9k
VIEWS
Share on FacebookShare on Twitter

দিল্লীৰ পৰা মুম্বাই অভিমুখে উৰা মাৰিছিল বিমান খনে।

ইণ্ডিগ’ এয়াৰ লাইন্সৰ বিমান খনে আকাশ মাৰ্গত উৰি থকাৰ সময়তে বিমান খনৰ এগৰাকী যাত্ৰী গুৰুতৰ ভাবে অসুস্থ হৈ পৰে।

যাত্ৰীগৰাকীয়ে উশাহ লোৱাত কষ্ট পোৱাৰ লগতে প্ৰচণ্ড ঘামিছিল।

অস্থিৰ হৈ পৰা যাত্ৰীগৰাকীক দেখি কাষৰে আন যাত্ৰীসকলে একো কৰিব পৰা নাছিল।

বিমান পৰিচাৰিকাসকলেও অসুস্থ যাত্ৰীগৰাকীৰ কাষলৈ আহিছিল যদিও যাত্ৰীগৰাকীক সুস্থিৰ কৰিব পৰাকৈ তেওঁলোকেও একো কৰিব পৰা নাছিল।

সেই বিমান খনতে যাত্ৰী হিচাবে গৈছিল কেন্দ্ৰীয় বিত্ত দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ভাগৱত কাৰাড।

তেওঁ যাত্ৰীগৰাকীৰ কাষলৈ গৈছিল আৰু লগে লগে যাত্ৰীগৰাকীৰ শুশ্ৰূষাত ব্যস্ত হৈ পৰিছিল। মন্ত্ৰী কাৰাডে যাত্ৰী গৰাকীৰ হৃদস্পন্দন পৰীক্ষা কৰিছিল আৰু বুজি উঠিছিল যে যাত্ৰীগৰাকীৰ ৰক্তচাপ কমি গৈছে।

যাত্ৰীগৰকীক মন্ত্ৰী কাৰাডে গ্লু’কজ পানী খুৱাইছিল আৰু হাত ভৰি মালিচ কৰি দিছিল।

বুকুতো মন্ত্ৰী কাৰাডে হেঁচা প্ৰয়োগ কৰি যাত্ৰীগৰাকীৰ হৃদস্পন্দন স্বাভাৱিক কৰাৰ চেষ্টা চলাইছিল।

মন্ত্ৰী কাৰাডৰ প্ৰচেষ্টাতে প্ৰায় আধা ঘণ্টাৰ ভিতৰতে যাত্ৰীগৰাকী সুস্থ হৈ উঠিছিল।

দৰাচলতে কেন্দ্ৰীয় বিত্ত দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ভাগৱত কাৰাড এগৰাকী চিকিৎসকো।

সেইবাবেই তেওঁ অসুস্থ যাত্ৰীগৰাকীৰ দৰাচলতেনো কি হৈছে সেয়া ধৰিব পাৰিল আৰু সেই মতে ব্যৱস্থা গ্ৰহণ কৰিছিল।

ইণ্ডিগ’ বিমান পৰিবহন সংস্থাই পিছত মন্ত্ৰী কাৰাডৰ এনে মহানুভৱতাৰ শলাগ লৈ এটা টুইট কৰে।

A doctor at heart, always!

Great gesture by my colleague @DrBhagwatKarad. https://t.co/VJIr5WajMH

— Narendra Modi (@narendramodi) November 16, 2021

সেই টুইটটোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ৰিটুইট কৰি এইবুলি লিখে যে কাৰাড হৃদয়ৰ পৰাই প্ৰকৃততে এগৰাকী চিকিৎসক।

প্ৰধানমন্ত্ৰীৰ এনে মন্তব্যত স্বাভাৱিকতে আপ্লুত হৈ পৰিছে কেন্দ্ৰীয় মন্ত্ৰী কাৰাড।

Recent News

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd