• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতৰ নাগৰিকত্ব দিলে আধা বাংলাদেশ খালী হৈ যাব: কেন্দ্ৰীয় মন্ত্ৰী ৰেড্ডী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 10, 2020 8:51 am

1 min read

EPx5OjlUYAAKiuS

কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী জি কিষান ৰেড্ডী। ফাইল ফটো: টুইটাৰ

855
VIEWS
Share on FacebookShare on Twitter

তেওঁলোকক ভাৰতৰ নাগৰিকত্ব দিয়াৰ প্ৰতিশ্ৰুতি দিলে বাংলাদেশৰ নাগৰিকৰ আধা অংশই সেই দেশ এৰি সীমান্ত পাৰ হৈ গুচি আহিব।

কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী জি কিষান ৰেড্ডীয়ে দেওবাৰে এইদৰে কয়।

মন্ত্ৰী গৰাকীয়ে হায়দৰাবাদত সন্ত ৰবিদাস জয়ন্তী উপলক্ষে আয়োজিত এখন সভাত ভাষণ দি তেলেংগানাৰ মুখ্য মন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক নাগৰিকত্ব সংশোধনী আইন ভাৰতত বাস কৰা লোকৰ বিৰুদ্ধে যোৱাৰ প্ৰমান কৰিবলৈ প্ৰত্যাহ্বান জনায়।

ৰেড্ডীয়ে কয়,’’তেওঁলোকে অনুপ্ৰৱেশকাৰীৰ বাবে নাগৰিকত্ব বিচাৰে। ভাৰত চৰকাৰে কা পুনৰীক্ষণ কৰিবলৈ সাজু যদিহে ইয়াত ১৩০ কোটি লোকৰ বিৰুদ্ধে এটা শব্দও থাকে, সেই বুলি পাকিস্তানী বা বাংলাদেশী মুছলমানৰ নহয়।‘’

নাগৰিকত্ব সংশোধনী আইনৰ দ্বাৰা পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ অহা লোকক মানৱীয়তাৰ খাতিৰত নাগৰিকত্ব দিয়াৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে কিছুমান ৰাজনৈতিক দলে সেই দেশকেইখনৰ পৰা অহা মুছলমানসকলকো নাগৰিকত্ব দিয়াৰ দাবী তুলিছে।

তেওঁ নেতা আছাউদ্দিন ওৱেছীৰ এ আই এম আই এমক টি আৰ এছৰ সগোত্ৰীয় দল বুলি কৈ ওৱেজীয়ে বোট বেংকৰ ৰাজনীতি কৰা বুলি অভিযোগ কৰে।

শৰণাৰ্থী আৰু অনুপ্ৰৱেশকাৰীক একেদৰে ধৰিব নোৱাৰি বুলি  উল্লেখ কৰি ৰেড্ডীয়ে দাবী কৰে যে কংগ্ৰেছৰ দৰে দলসমূহে বাংলাদেশ আৰু পাকিস্তানৰ পৰা অহা অনুপ্ৰৱেশকাৰীসকলক নাগৰিকত্ব দিব বিচাৰিছিল।

Recent News

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

950658-740749-amou-haji

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd