• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিভিন্ন কল্যাণমূলক আঁচনিৰ পৰ্যালোচনাৰ বাবে অসমত উপস্থিত কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 11, 2019 2:38 pm

1 min read

D8xFbNxU0AAmbLR

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক মুখ্য মন্ত্ৰী সোণোৱালে আদৰণি জনোৱাৰ মুহূৰ্তত। ফটো : টুইটাৰ

2.8k
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে ৰাতিপুৱা অসমত আহি উপস্থিত হৈছে  মহিলা আৰু শিশু বিকাশ তথা বস্ত্ৰ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী।

কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত তেওঁৰ এইটো প্ৰথম অসম ভ্ৰমণ। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰ অতিথিশালাত আহি উপস্থিত হয়।

D8xFkRPUYAAAU6Z
মন্ত্ৰী তথা বিষয়াসকলৰ সৈতে বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী আৰু মুখ্য মন্ত্ৰী সোণোৱাল। ফটো : টুইটাৰ

জানিব পৰা মতে, কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম আৰু মন্ত্ৰী ৰঞ্জিত দত্তৰ উপস্থিতি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে বিভিন্ন কল্যাণমূলক আঁচনি ৰূপায়ন সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকত মিলিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে বৈঠকত অসমত ‘পছহান অভিযান’ৰ অগ্ৰগতি সম্পৰ্কেও আলোচনা কৰে।

ইয়াৰ পূৰ্বে পুৱাৰ ভাগত বৰঝাৰ বিমানবন্দৰত আহি উপস্থিত হোৱাৰ সময়ত  কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক  বিমানবন্দৰত ৰাজ্য চৰকাৰৰ প্ৰতিনিধিয়ে আদৰণি জনায়। বিমানবন্দৰৰ পৰা পোনে পোনে মন্ত্ৰী স্মৃতি ইৰাণী ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালালৈ ৰাওনা হয়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আন কেইবাটাও অনুষ্ঠানতো অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd