• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আনলক ৩: আগষ্টত কি কি খোল খাব? ||সবিশেষ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 30, 2020 2:36 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়ে আনলক ৩ৰ বাবে নতুন নিৰ্দেশনা বুধবাৰে জাৰি কৰিছে।

দেশক পৰ্য্যায়ক্ৰমে লকডাউনৰ পৰা মুকলি কৰি অনাৰ বাবে জাৰি কৰা এই নিৰ্দেশনা ১ আগষ্টৰ পৰা কাৰ্য্যকৰী হ’ব।

Apply Now

আনলক ৩ত কি খোল খাব, কি বন্ধ থাকিব?

# নৈশ সান্ধ্য আইনৰ সময়ত ব্যক্তিৰ চলাচলৰ ওপৰত নিষিদ্ধতা আঁতৰিব।

# ৰাজ্যৰ ভিতৰত আৰু ৰাজ্যসমূহৰ মাজত সামগ্ৰী আৰু ব্যক্তিৰ চলাচলত কোনো নিষিদ্ধতা নাথাকিব। তাৰ বাবে কোনো সুকীয়া অনুমতি/ অনুমোদন/ ই পাৰ্মিটৰ প্ৰয়োজন নহ’ব।

# স্বাধীনতা দিৱস উদযাপনৰ কাৰ্য্যসূচী সামাজিক দূৰত্ব বজাই আৰু অন্যান্য স্বাস্থ্য বিধিসমূহ মানি অনুমতি দিয়া হ’ব।

# যোগ প্ৰতিষ্ঠান আৰু জীমসমূহ ৫ আগষ্টৰ পৰা মুকলি কৰিবলৈ দিয়া হৈছে। এইক্ষেত্ৰত ক’ভিড সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰ্যালয়ে জাৰি কৰা সাৱধানতাসমূহ পালন কৰিব লাগিব।

# স্কুল, কলেজ আৰু কোচিং ইনষ্টিটিউটসমূহ ৩১ আগষ্টলৈকে বন্ধ থাকিব।

# বন্দে ভাৰত মিছনৰ অধীনত সীমিতভাৱে আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰাৰ অনুমতি দিয়া হৈছে।

# মেট্ৰ’ ৰেল, চিনেমা হল, ছুইমিং পুল, মনোৰঞ্জন উদ্যান, থিয়েটাৰ, বাৰ, প্ৰেক্ষাগৃহ, এছেম্বলি হল আৰু একেধৰণৰ ঠাইসমূহ বন্ধ থাকিব।

MHA announces #Unlock3 guidelines

✅Yoga institutes & gymnasiums to open from August 5
❌Schools, colleges, etc to remain closed till August 31
✅Independence Day functions allowed with social distancing
❌Metros, cinema halls, etc to remain closed

Read: https://t.co/M9MK1VhLIs pic.twitter.com/bFGDZcL876

— PIB India (@PIB_India) July 29, 2020

# সামাজিক/ ৰাজনৈতিক/ ক্ৰীড়া/মনোৰঞ্জন/ শৈক্ষিক/ সাংস্কৃতিক/ ধৰ্মীয় অনুষ্ঠান আৰু বৃহৎ সমাৱেশৰ অনুমতি নাথাকিব।

# কণ্টেইনমেণ্ট জ’নসমূহত ৩১ আগষ্টলৈকে লকডাউন কঠোৰভাৱে বলৱৎ থাকিব। কণ্টেইনমেণ্ট জ’নসমূহত কেৱল অত্যাৱশ্যকীয় কাৰ্য্যকলাপৰহে অনুমতি থাকিব।

# দোকানসমূহে গ্ৰাহকৰ মাজত পৰ্য্যাপ্ত শাৰীৰিক দূৰত্ব বজাই চলিব লাগিব।

# বিপদসাধ্য ব্যক্তি যেনে ৬৫ বছৰৰ ওপৰৰ লোক, ৰুগীয়া লোক, গৰ্ভৱতী মহিলা আৰু দহ বছৰৰ তলৰ শিশুক অত্যাৱশ্যকীয় প্ৰয়োজন আৰু স্বাস্থ্যজনিত কাৰণৰ বাহিৰে ঘৰতে থকাৰ পৰামৰ্শ দিয়া হৈছে।

# আৰোগ্য সেতু ম’বাইল এপ ব্যৱহাৰক উৎসাহিত কৰাটো অব্যাহত থাকিব।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd