• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অপৰিকল্পিত লকডাউনৰ বিপৰ্যয়ে এতিয়াও দেশবাসীক খেদি ফুৰিছে : ৰাহুল গান্ধী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 19, 2021 4:52 pm

1 min read

অপৰিকল্পিত লকডাউনৰ বিপৰ্যয়ে এতিয়াও দেশবাসীক খেদি ফুৰিছে : ৰাহুল গান্ধী
210
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শুকুৰবাৰে কয় যে চৰকাৰে অপৰিকল্পিতভাৱে ঘোষণা কৰা লকডাউনৰ ফলত দেশখনৰ লাখ লাখ পৰিয়ালে যন্ত্ৰণা ভোগ কৰিলে।

তেওঁ কয় যে এতিয়াও অপৰিকল্পিত লকডাউনৰ ভয়াৱহতাই দেশখনক খেদি ফুৰিছে।

উল্লেখযোগ্য যে, কেন্দ্ৰ চৰকাৰে যোৱা বৰ্ষৰ ২৪ মাৰ্চত দেশজুৰি লকডাউন ঘোষণা কৰিছিল।

গান্ধীয়ে কয় যে, এই লকডাউনৰ ফলস্বৰূপে দৰিদ্ৰ আৰু প্ৰব্ৰজিত শ্ৰমিকসকলে জ্বালা-যন্ত্ৰণা ভোগ কৰিব লগা হ’ল।

এটা টুইটযোগে তেওঁ লকডাউনে জুৰুলা কৰা লাখ লাখ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

The unplanned lockdown disaster continues to haunt the country.

Condolences to the lakhs of families being punished with indescribable pain for GOI’s incompetence & myopia. pic.twitter.com/TBN7mS149W

— Rahul Gandhi (@RahulGandhi) March 19, 2021

তদুপৰি, গান্ধীয়ে ইউনিচেফৰ এখন প্ৰতিবেদনো টুইটটোত সংলগ্ন কৰিছে।

প্ৰতিবেদনখনৰ মতে, ক’ভিড-১৯ৰ বাবে ভাৰতে দক্ষিণ এছিয়াৰ জনবহুল দেশসমূহৰ ভিতৰত অত্যধিক শিশুৰ মৃত্যুৰ হাৰ আৰু প্ৰসূতি মৃত্যুৰ হাৰৰ বোজা বহন কৰিব।

Recent News

index.jpgm

বংগত বিশাল নিৰ্বাচনী ৰেলী কৰি ফুৰা অমিত শ্বাহে ক’লে, ‘কুম্ভমেলা, ৰমজানত কোভিড বিধি উলংঘন হৈছে’

Margherita

ডুমডুমাৰ সাংবাদিক মনোজ বৰুৱালৈ সলিল নেওগ সোঁৱৰণী প্ৰতিশ্ৰুতিসম্পন্ন যুৱ সাংবাদিকতা বঁটা

Ashokatami

কোভিড নিগেটিভ হ’লেহে কৰিব পাৰিব অশোকাষ্টমী স্নান : জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশ

Kaziranga

কাজিৰঙাৰ কহঁৰা নদীৰ পাৰত সমন্বয়ৰ উদ্যোগত সাংবাদিকৰ মুকলি বিহু সম্পন্ন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd