• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিয়াৰ মণ্ডপত উঠিবলৈ লওতেই থৰক-বৰক খোজ মাতাল দৰাৰ! বিয়া ভাঙি থানা পালেগৈ কইনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 20, 2025 9:40 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিবাহ অনুষ্ঠানত অতিথিয়ে ভিৰ কৰিছিল। দৰাৰ অপেক্ষাত বহি আছে কইনা। দৰাযাত্ৰীৰ সৈতে বিবাহস্থলীত উপস্থিত হ’ল দৰা। মণ্ডপলৈ উঠি যোৱাৰ সময়তে ঘটিল কাণ্ড। কইনাই বাতিল কৰি দিলে বিয়া। উত্তৰ প্ৰদেশৰ ঘটিছে এই ঘটনা।

উত্তৰ প্ৰদেশৰ মুলহেটা গাঁৱৰ বাসিন্দা পেছাত কৃষক কেশৰী লালৰ কন্যা শশীৰ সৈতে অমিত ৰানাৰ বিয়া ঠিক হৈছিল। অভিযোগ অনুসৰি বিয়াৰ দিনা কইনাৰ ঘৰত উপস্থিত হোৱাৰ পৰাই অমিতে অদ্ভুত আচৰণ কৰিছিল।

Apply Now

ৰীতি-নিয়ম আৰম্ভ হোৱাৰ লগে লগে তেওঁ হালি পৰিছিল। কথা-বতৰা লাগি ধৰিছিল। মণ্ডপলৈ খোজ কাঢ়ি উঠি গৈ থাকোঁতে তেওঁ থৰক-বৰক হৈ মাটিত বাগৰি পৰিল। নিচা ইমানেই তীব্ৰ আছিল যে কাৰোবাৰ সহায় অবিহনে উঠিবও পৰা নাছিল।

দৰা মদ খাই আহিছিল বিয়ালৈ! লগে লগে কইনাজনীয়ে খঙত বিয়াখন বাতিল কৰি দিলে। ইয়াতেই শেষ নহ’ল। কইনা খৰধৰকৈ থানালৈ গৈ দৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে। আৰক্ষীৰ সূত্ৰ অনুসৰি যুৱতীগৰাকীয়ে নিজৰ বিয়াৰ দৰে বিশেষ দিনটোতো সংযম বজাই ৰাখিব নোৱাৰা ব্যক্তিক বিয়া কৰাব নোৱাৰিব বুলি কয়। আৰক্ষীয়ে অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰে ।

কইনাৰ পৰিয়ালৰ অভিযোগ যে নিশা ১১ বজাত দৰা আহি পাইছিল। সকলোৱে মদ খাই আছিল। জানিব পৰা মতে, অমিতৰ পৰিয়ালে বাৰে বাৰে বিবাহ বাতিল নকৰিবলৈ অনুৰোধ জনাইছিল। তেওঁলোকৰ দাবী, অমিতৰ বন্ধুসকলে সেই পানীয়ৰ লগত মদ মিহলাই তেওঁক খুৱাই দিছিল। অৱশ্যে যুৱতীগৰাকী আৰু তেওঁৰ পৰিয়ালে নিজৰ সিদ্ধান্তত অটল হৈ ৰয়।

খাদ্য পৰিবেশনত পলম হোৱাৰ বাবে দৰাই বাতিল কৰিছিল বিয়া। উত্তৰ প্ৰদেশৰ এই ঘটনা কেইমাহমান আগতে পোহৰলৈ আহিছিল। কইনাৰ পৰিয়ালে আৰক্ষীৰ সৈতে যোগাযোগ কৰে। বিয়া আৰম্ভ হোৱাৰ আগতে ডেৰ লাখ টকাৰ যৌতুকো দিয়া হৈছিল।

জনা গৈছিল যে আলহীসকলে যেতিয়া খাবলৈ বহিছিল, তেতিয়া মেহতাব (দৰা)ক খাদ্য পৰিবেশন কৰাত পলম হৈছিল। বন্ধুসকলে এই কথাত হাঁহি হাঁহি ধেমালি কৰি আছিল। মেহতাবৰ খং উঠিল আৰু বিয়াখন বাতিল কৰিলে। লগতে তেওঁৰ বিৰুদ্ধে কইনাৰ পৰিয়ালৰ সৈতে অসৎ আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। পিছদিনাই মেহতাবে সম্বন্ধীয় খুড়াকৰ ছোৱালীক বিয়া কৰালে। বিবাহৰ খবৰ পোৱাৰ লগে লগে কইনাৰ পৰিয়ালে আৰক্ষীক এজাহাৰ দাখিল কৰে।

যোৱা বছৰৰ ডিচেম্বৰ মাহত উত্তৰ প্ৰদেশৰ আন এক ঘটনাই শিৰোনাম দখল কৰিছিল। কইনাৰ দেউতাকে বিয়াৰ অনুষ্ঠানত পলমকৈ আহি পোৱাৰ বাবে বিয়া বাতিল কৰিছিল। আনকি দৰাক দীৰ্ঘসময় ধৰি আটক কৰি বিয়াৰ সকলো খৰচ আদায় কৰাৰ চেষ্টাও কৰা হৈছিল। ইয়াৰ পিছত তিনিদিন ধৰি নিৰুদ্দেশ হৈ আছিল দৰা। অৱশ্যে পিছত গম পোৱা যায় যে আৰক্ষীয়ে তেওঁক উদ্ধাৰ কৰি ঘৰলৈ লৈ আহে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd