• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, February 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

যোগী আদিত্যনাথৰ ৰাজ্য উত্তৰ প্ৰদেশত ঘৰত প্ৰৱেশ এগৰাকী মহিলা চিকিৎসকক ডিঙি কাটি হত্যা

দুই শিশু সন্তানকো আক্ৰমণ হত্যাকাৰীৰ

NE NOW NEWS
গুৱাহাটী , November 21, 2020 8:37 pm

1 min read

index.jpgl
1.2k
VIEWS
Share on FacebookShare on Twitter

সাংবাদিক নহয়, এইবাৰ যোগী আদিত্যনাথ শাসিত উত্তৰ প্ৰদেশত হত্যাৰ বলি হৈছে এগৰাকী মহিলা চিকিৎসক। দিন দুপৰতে চিকিৎসক গৰাকীক নিজ গৃহতে হত্যা কৰে হত্যাকাৰীয়ে।

শুকুৰবাৰে সন্ধিয়া ৩৮ বছৰীয়া মহিলা চিকিৎসক গৰাকীক চোকা অস্ত্ৰেৰে ডিঙি কাটি নিজ গৃহতে হত্যা কৰা হৈছে।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা ঘটনাৰ বিৱৰণী অনুসৰি উত্তৰ প্ৰদেশৰ আগ্ৰাৰ ডাঃ নিশা সিংঘাল নামৰ মহিলা দন্ত চিকিৎসক গৰাকীক দুপৰীয়া টিভিৰ টেচ টপ-বক্সটো ৰিচাৰ্জ সংক্ৰান্তত ঘৰলৈ অহা এজন লোকে হত্যা কৰে।

মহিলা চিকিৎসকগৰাকীক হত্যা কৰাৰ সময়ত তেওঁৰ আঠ আৰু চাৰি বছৰীয়া দুই সন্তানে অন্য এটা কোঠাত খেলি আছিল।

আৰক্ষীয়ে প্ৰকাশ কৰাৰ মতে হত্যাকাৰীয়ে চিকিৎসক গৰাকীৰ দুই সন্তানকো আক্ৰমণ কৰিছিল যদিও দুয়ো কেনেবাকৈ বাছি যায়।

হত্যাকাণ্ড সংঘটিত কৰাৰ সময়ত মহিলা চিকিৎসক গৰাকীৰ স্বামী শল্য চিকিৎসক ডাঃ অজয় সিংঘাল চিকিৎসালয়ত কৰ্মৰত আছিল।

ঘটনা সম্পৰ্কে খবৰ লাভ কৰিয়ে তেওঁ ঘৰলৈ আহি পত্নীক চিকিৎসালয়লৈ লৈ যায় যদিও ইতিমধ্যে তেওঁৰ পত্নীৰ মৃত্যু ঘটে।

ইফালে আৰক্ষীয়ে চিচিটিভিৰ ফুটেজৰ সহায়ত হত্যাকাৰী গৰাকীক চিনাক্ত কৰিবলৈ সক্ষম হয়।

শনিবাৰে (আজি) পুৱা অভিযুক্ত শোভন পাঠক নামৰ লোকজনক হত্যাকাণ্ডত জড়িত থকা অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে লগতে প্ৰকাশ কৰিছে কেবল টিভিৰ মেকানিকৰ ভাৱেৰে লোকজনে ডকাইটিৰ কৰাৰ উদ্দেশ্যেৰে চিকিৎসক দম্পতীৰ ঘৰত প্ৰৱেশ কৰিছিল।

Recent News

a mori

মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচন সম্পৰ্কীয় জৰুৰী সভা

Screenshot_2021-02-26-16-25-47_1

টীয়কৰ শিক্ষাবিদ ৰবীন দুৱৰালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

ww-copy-1-750x375

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে WICCIৰ উদ্যোগত গুৱাহাটীত মহিলাৰ বাবে ৱাকাথন, কেনেকৈ কৰিব যোগদান?

bhaba

তামুলপুৰত বিপিএফৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি ছয় প্ৰাৰ্থীৰ আবেদন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd