• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুর্নীতিৰ পুৰষ্কাৰ! চাৰিজন তথ্য বিষয়াক পিয়ন, ছিকিউৰিটি গাৰ্ডৰ পদলৈ অৱনমিত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 11, 2021 8:13 am

1 min read

CM-yogi-750x375

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ।

274
VIEWS
Share on FacebookShare on Twitter

হাথৰাছৰ ধৰ্ষণ কাণ্ডৰ পাছত বদায়ুৰ গণ ধৰ্ষণক লৈ উত্তাল হৈ পৰিছে উত্তৰ প্ৰদেশ চৰকাৰ। ইয়াৰ মাজতে ৰাজ্য চৰকাৰখনে দুৰ্নীতিৰ অভিযোগত চাৰিজন বিষয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।

তথ্য বিভাগৰ চাৰিজন বিষয়াক বিষয়া পদৰ পৰা অৱনমিত কৰি পিয়ন, ছিকিউৰিটি গাৰ্ড পদত কাৰ্যনিৰ্বাহ কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

বাতৰি অনুসৰি, বেৰেইলি জিলাৰ অতিৰিক্ত তথ্য বিষয়া নৰসিংহক পিয়ন পদত, ফিৰোজাবাদৰ অতিৰিক্ত জিলা তথ্য বিষয়া দয়াশংকৰক কাৰ্যালয়ৰ ছিকিউৰিটি গাৰ্ড হিচাপে যোগদান কৰিবলৈ কোৱা হৈছে।

আনহাতে, মথুৰা আৰু ভদোহিৰ অতিৰিক্ত জিলা তথ্য বিষয়া হিচাপে পদোন্নতি লাভ কৰা বিনোদ কুমাৰ শৰ্মা আৰু অনিল কুমাৰ সিঙক আকৌ চিনেমা অপাৰেটৰ আৰু যোগাযোগ সহায়ক হিচাপে তেওঁলোকৰ পূৰ্বৰ পদতে বাহাল ৰাখিছে চৰকাৰে।

অভিযোগ অনুসৰি, এই বিষয়াসকলে নীতি বিৰুদ্ধভাৱে দুৰ্নীতিৰ আশ্ৰয় লৈ পদোন্নতি লাভ কৰি বিষয়া হৈছিল যদিও তেওঁলোকৰ সেই যোগ্যতা নাই।

সেয়েহ, যোগ্যতা অনুসৰি যিয়ে যি পদৰ বাবে যোগ্য সেই পদলৈ পঠিওৱা হৈছে বুলি জানিবলৈ দিছে যোগী প্ৰশাসনে।

ৰাজনৈতিক মহলত একাংশই  এই পদক্ষেপক এক নজিৰবিহীন ঘটনা বুলি অভিহিত কৰা হৈছে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd