DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ধৰ্মীয় পৰিচয় গোপন কৰি হিন্দু যুৱতীক বিবাহ কৰাই গ্ৰেপ্তাৰ হ’ল মুছলমান যুৱক

এন ই নাও নিউজ by এন ই নাও নিউজ
March 9, 2021 10:52 am
Arrested-750x375
365
VIEWS
Share on FacebookShare on Twitter

ধৰ্মীয় পৰিচয় গোপন কৰি হিন্দু যুৱতীক বিয়া কৰাই যুৱতীগৰাকীক ধৰ্মান্তকৰণৰ বাবে হেঁচা প্ৰয়োগ কৰি গ্ৰেপ্তাৰ হ’বলগীয়া হৈছে এজন মুছলমান যুৱক।

ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গোৰখপুৰত।

সোমবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা বছৰ মইনুদ্দিন নামৰ এজন মুছলমান যুৱকে নিজকে মুন্না যাদৱ বুলি পৰিচয় দি এগৰাকী হিন্দু যুৱতীৰে সম্পৰ্ক গঢ়ে।

যুৱতীগৰাকীয়ে এজাহাৰত উল্লেখ কৰা অনুসৰি দুয়োৰে সম্পৰ্ক গভীৰ হোৱাৰ পিছত দুয়োৱে সন্ত কবীৰ নগৰ জিলাৰ এটা মন্দিৰত বিবাহপাশত আৱদ্ধ হৈ দুয়ো একেলগে থাকিবলৈ আৰম্ভ কৰে।

একেলগে কিছুদিন থকাৰ পিছতে মইনুদ্দিনে নিজৰ প্ৰকৃত ধৰ্মীয় পৰিচয় যুৱতীগৰাকীক অৱগত কৰি তাইক ধৰ্মান্তকৰণৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে। যুৱতীগৰাকীয়ে ধৰ্মান্তৰ হ’বলৈ অস্বীকাৰ কৰাত মইনুদ্দিনে তাইৰ ওপৰত শাৰীৰিক অত্যাচাৰ কৰিবলৈ ধৰে।

ইয়াৰ পিছতে মইনুদ্দিনে ভুক্তভোগী পুনৰ বিয়াৰ কৰাৰ পাং পতাৰ বিষয়ে জ্ঞাত হয় আৰু যুৱতীগকৰাকীয়ে শনিবাৰে আৰক্ষীৰ দাৰস্থ হয়।

আৰক্ষীয়ে যুৱতীগৰাকীৰ এজাহাৰ ভিত্তিত মইনুদ্দিনৰ লগতে আত্মীয় ৰেহমান আলীক গ্ৰেপ্তাৰ কৰিছে।

“উত্তৰ প্ৰদেশ বেআইনী ধৰ্মান্তকৰণ প্ৰতিৰোধ অধ্যাদেশ, ২০২০ৰ অধীনত ৩২৩, ৫০৪, ৫০৬, ৪২৯ আৰু ১২০বিৰ ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰাত মইনুদ্দিন ওৰফে মুন্না যাদৱক গ্ৰেপ্তাৰ কৰা হৈছে।” স্থানীয় আৰক্ষী বিষয়া দেবেন্দ্ৰ কুমাৰ সিঙে কয়।

Recent News

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

যন্ত্ৰচালিত গণতন্ত্ৰ

যন্ত্ৰচালিত গণতন্ত্ৰ

Boys missing in Brahmaputra river গুৱাহাটীত পুনৰ অঘটন; ব্ৰহ্মপুত্ৰত সন্ধানহীন ১২ বছৰীয়া শিশুসহ এজন যুৱক

Boys missing in Brahmaputra river গুৱাহাটীত পুনৰ অঘটন; ব্ৰহ্মপুত্ৰত সন্ধানহীন ১২ বছৰীয়া শিশুসহ এজন যুৱক

Naughtiest Wedding Pictures

বিবাহ অনুষ্ঠানৰ কেইখনমান আলোড়নকাৰী ফটো

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd