• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পৰিয়ালৰ সদস্য বৃদ্ধিক লৈ উদ্বিগ্ন পিতৃ! দেউতাকৰ চাপ কমাবলৈ জ্যেষ্ঠ ভগ্নীয়ে হত্যা কৰিলে দুই ভগ্নীক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 18, 2024 6:04 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা পৰিয়াল। পত্নী আৰু পাঁচটা ল’ৰা-ছোৱালীৰ লগত কেনেকৈ সুখেৰে দিন কটাব পাৰি সেয়া লৈ পৰিয়ালটোৰ মূৰব্বী সহদেৱ সদায় চিন্তিত আছিল।কিন্তু বৃহস্পতিবাৰে মাজনিশা তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ কৰা দুই নাবালক সন্তানৰ মৃতদেহ। ইয়াৰ পাছত অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি হয়। তদন্তত আৰক্ষীয়ে প্ৰথমে গম পায় যে দুজন অচিনাকি ব্যক্তিয়ে ঘৰত প্ৰৱেশ কৰি সহদেৱৰ দুগৰাকী কন্যাক হত্যা কৰিছে। কিন্তু তদন্ত অব্যাহত থকাৰ লগে লগে জানিব পৰা গৈছে যে নাবালিকা দুগৰাকীক কন্যাই হত্যা কৰিছিল। উত্তৰ প্ৰদেশৰ গোহাৱৰ জয়ত গাঁৱত বৃহস্পতিবাৰে নিশা প্ৰায় ১২:৩০ বজাত সংঘটিত হয় এই ঘটনা। এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ বিৰুদ্ধে দুই নাবালিকাক হত্যাৰ অভিযোগ উত্থাপন হৈছে। নিহত দুগৰাকী ঋতু (৭) আৰু পবিত্ৰা (৫) বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি সহদেৱে পত্নী সবিতা আৰু পাঁচটা সন্তানৰ সৈতে বাস কৰিছিল। সবিতাৰ ১৩ আৰু ৯ বছৰীয়া দুগৰাকী কন্যা সন্তান আছে। সবিতা আৰু প্ৰাক্তন স্বামী পুখৰাজৰ সন্তান দুজন। পুখৰাজৰ লগত বিচ্ছেদ ঘটাই সবিতাই সহদেৱৰ লগত বিয়া পাতিছিল। সহদেৱ আৰু সবিতাৰ তিনিটা সন্তান আছে — সাত আৰু পাঁচ বছৰীয়া দুগৰাকী কন্যা আৰু ডেৰ বছৰীয়া এজন পুত্ৰ।

সহদেৱৰ ঘৰৰ পৰা দুই নাবালকৰ মৃতদেহ উদ্ধাৰ হোৱাত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। সবিতাৰ ১৩ বছৰীয়া কন্যাই আৰক্ষীক জনোৱা মতে, ঘৰত দুজন অচিনাকি ব্যক্তি প্ৰৱেশ কৰি ভগ্নী দুগৰাকীক ডিঙি চেপি হত্যা কৰি পলাই যায়। পিছলৈ অৱশ্যে তেওঁ নিজেই আচল ঘটনাটো আৰক্ষীক জনাইছিল। ছোৱালীজনীৰ মতে, সহদেৱ সদায় চিন্তিত আছিল যে কেনেকৈ পাঁচটা সন্তানক ডাঙৰ-দীঘল কৰিব, ইমান ডাঙৰ পৰিয়ালটো কেনেকৈ এককভাৱে পৰিচালনা কৰিব পাৰি। পৰিয়ালৰ সদস্যৰ সংখ্যা কমি গ’লে পিতৃৰ চিন্তাও কমি যাব বুলি ভাবি – ছোৱালীজনীয়ে ভগ্নী দুগৰাকীৰ ডিঙিত কাপোৰ বান্ধি ডিঙি চেপি হত্যা কৰে। সেই কথাই তেওঁ পুলিচক উল্লেখ কৰে। নাবালক দুজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে এতিয়াও তদন্ত অব্যাহত ৰাখিছে।

Apply Now
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

August 25, 2026 4:10 pm
দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ  গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

August 25, 2026 3:24 pm
বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

August 25, 2026 3:15 pm
খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

August 25, 2026 2:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

August 25, 2026 4:10 pm
দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ  গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

August 25, 2026 3:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd