• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আমোদজনক! কি পৰিস্থিতিত পিতৃ-মাতৃয়ে নৱজাতকৰ নাম ৰাখিলে ‘লকডাউন যাদৱ’?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 26, 2020 8:36 am

2 min read

Story-4-5-1140x570-750x375

প্ৰতিনিধিত্বমূলক ফটো

5.8k
VIEWS
Share on FacebookShare on Twitter

মধ্য প্ৰদেশৰ বুৰহানপুৰত এটি সন্তান জন্ম দিয়া মহিলাই নৱজাতকৰ নাম ৰাখিলে ‘লকডাউন যাদব’।

লকডাউনৰ জটিল পৰিস্থিতিৰ মাজত জন্ম হোৱাৰ বাবেই নৱজাতকৰ নাম পিতৃ-মাতৃয়ে লকডাউন যাদব ৰাখে।

শ্ৰমিক এক্সপ্ৰেছত আহি থকা মহিলাগৰাকীৰ ৰাস্তাতে প্ৰসৱ বেদনা আৰম্ভ হোৱাত শুকুৰবাৰে বুৰহানপুৰৰ জিলা হাস্পাতলত ভৰ্তি কৰোৱা হয়।

ইয়াতেই মহিলাগৰাকীয়ে ‘লকডাউন যাদব’ক জন্ম দিয়ে।

‘লকডাউন যাদব’ক বহুতেই ভাগ্যৱান বুলি ক’ব খোজে কিয়নো তাৰ জন্মৰ পাছতেই ৰাজ্যখনৰ মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহানে মাতৃগৰাকীক শুভেচ্ছা দিয়ে।

মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহানে টুইট কৰি লিখে,’’আমাৰ ভনীগৰাকীয়ে শ্ৰমিক ৰে’লেৰে মুম্বাইৰ পৰা নিজৰ ৰাজ্য উত্তৰ প্ৰদেশলৈ গৈ আছিল। বুৰহানপুৰত তেওঁক এখন হাস্পাতলত ভৰ্তি কৰোৱা হয়। য’ত তেওঁ মোৰ ভতিজাক জন্ম দিলে। লকডাউনত সন্তানৰ জন্ম হোৱাৰ বাবে ভনীয়ে পুত্ৰৰ নাম ‘লকাডাউন যাদব’ ৰখাৰ সিদ্ধান্ত লয়। কণমানি লকডাউনলৈ শুভেচ্ছা জনালো।‘’

চৌহানে লগতে কয়, ‘’কণমানি লকডাউন যাদব’লৈ বহুত মৰম! বুৰহানপুৰৰ কালেক্টৰ, ৰেইলৱে তথা স্থানীয় কৰ্মচাৰীসকলে আমাৰ ভনী আৰু নৱজাতক ভতিজাৰ ভালকৈ চোৱাচিতা কৰিলে আৰু উত্তৰ প্ৰদেশৰ তেওঁলোকৰ গৃহ চহৰলৈ যোৱাৰ ব্যৱস্থা কৰি দিছে। নতুন অতিথিৰ আগমনত ভনী আৰু পৰিয়াললৈ অভিনন্দন জনালো।‘’

জিলাখনৰ উপায়ুক্ত প্ৰবীন সিঙে প্ৰবাসী পৰিয়ালটোক ঘৰলৈ পঠিওৱাৰ বাবে এখন গাড়ীৰ ব্যৱস্থা কৰি দিয়াৰ লগতে শিশুটোক কাপোৰ, খোৱাবস্তু আৰু নগদ ৫,০০০ টকা দি পঠিয়ায়।

Recent News

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

a ben

ভাৰতৰ সৈতে কেনে সম্পৰ্ক ৰক্ষা কৰিব বিচাৰে মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনে, মোদীক কৰিবনে ফোন?

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd