• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

লখিমপুৰ খেৰীৰ কৃষক হত্যাৰ তদন্ত দলক উন্নত কৰিবলৈ উত্তৰ প্ৰদেশ চৰকাৰক পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 15, 2021 7:42 pm
Supreme Court on Tripura Violence
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৩ অক্টোবৰত লখিমপুৰ খেৰীত সংঘটিত চাৰিজন কৃষকৰ হত্যাৰ তদন্ত কৰি থকা বিষয়াসকলক উন্নীত কৰিবলৈ উত্তৰ প্ৰদেশ চৰকাৰক উচ্চতম ন্যায়ালয়ে পৰামৰ্শ আগবঢ়াইছে। উত্তৰ প্ৰদেশ চৰকাৰৰ পৰা আজি জ্যেষ্ঠ বিষয়াসকলৰ এখন তালিকা বিচাৰি উচ্চতম ন্যায়ালয়ে এই পৰামৰ্শ আগবঢ়ায়।

উত্তৰ প্ৰদেশ চৰকাৰে তদন্তৰ মুৰব্বী হিচাপে উচ্চ ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বাছনি কৰাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ক নিজা সিদ্ধান্ত ল’বলৈ আহ্বান জনাইছে । আদালতে এই ক্ষেত্ৰত এজন ন্যায়াধীশৰ নাম বিবেচনাৰ বাবে এদিনৰ সময় লৈছে।

আনহাতে আদালতে বৰ্তমান তদন্ত চলাই থকা দলটোৰ বিষয়াসকলৰ কৰ্মদক্ষতাৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছে।

Apply Now

এই সন্দৰ্ভত মুখ্য ন্যায়াধীশ এন ভি ৰমনাই কয়, “গোচৰটোৰ তদন্ত কৰি থকা টাস্কফৰ্কটো উন্নীত কৰিব লাগিব। উচ্চতৰ শ্ৰেণীৰ বিষয়া থাকিব লাগিব।”

ন্যায়াধীশ সূৰ্য কান্তে সহমত পোষণ কৰি মন্তব্য কৰে যে বৰ্তমানৰ বিশেষ অনুসন্ধান দলৰ বেছিভাগ বিষয়া কেৱল লখিমপুৰৰ। তেওঁ উত্তৰ প্ৰদেশ চৰকাৰক উত্তৰ প্ৰদেশত কৰ্মৰত কিন্তু উত্তৰ প্ৰদেশৰ অন্তৰ্ভুক্ত নোহোৱা আইপিএছ বিষয়াৰ নাম আদালতত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে বুধবাৰে গোচৰটোৰ পুনৰ শুনানি গ্ৰহণ কৰা হ’ব।

কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰ মূল অভিযুক্ত হিচাপে থকা গোচৰটোৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময়ত উত্তৰ প্ৰদেশ চৰকাৰে উচ্চতম ন্যায়ালয়ৰ পৰা বহুতো কঠিন প্ৰশ্নৰ সন্মুখীন হৈছে।

গোচৰটোৰ তদন্তৰ অগ্ৰগতি সন্দৰ্ভত উত্তৰ প্ৰদেশ চৰকাৰক কঠোৰ সমালোচনা কৰি আহিছে উচ্চতম ন্যায়ালয়ে। যোৱা সপ্তাহত উচ্চতম ন্যায়ালয়ে তদন্ত আশানুৰূপ নোহোৱাৰ দোহাই দি উচ্চ ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশক গোচৰটোৰ তদাৰকৰ মুৰব্বী হিচাপে নিয়োগ কৰিবলৈ উত্তৰ প্ৰদেশ চৰকাৰক নিৰ্দেশ দিছিল।

উত্তৰ প্ৰদেশ চৰকাৰৰ বিৰুদ্ধে গোচৰটোৰ মূল অভিযুক্ত আশীষ মিশ্ৰক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছিল উচ্চতম ন্যায়ালয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd