• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2025 9:30 pm
97
VIEWS
Share on FacebookShare on Twitter

চলিত বৰ্ষৰ মে’ মাহত ভাৰতত ইউনিফাইড পেমেন্টছ ইন্টাৰফেচ (ইউপিআই)ৰ লেনদেনে নতুন অভিলেখ স্থাপন কৰিছে। নেচনেল পেমেন্টছ কৰ্পৰেশ্যন অৱ ইণ্ডিয়া (এনপিচিআই)ৰ তথ্য অনুসৰি এপ্ৰিল মাহত দেশত ইউ পি আইৰ লেনদেনৰ পৰিমাণ আছিল ২৩.৯৪ লাখ কোটি টকা। এই মাহত ১,৭৮৯.৩ কোটি লেনদেন কৰা হৈছে। মে’ মাহত ১৮৬৭.৭ কোটি লেনদেন হৈছিল। মুঠ লেনদেন ২৫.১৪ লাখ কোটি টকা। যোৱা বছৰ মে’ মাহত ২০.৪৪ লাখ কোটি টকা আছিল। অৰ্থাৎ যোৱা বছৰৰ তুলনাত চলিত বৰ্ষৰ মে’ মাহত ইউপিআইৰ লেনদেন ২৩% বৃদ্ধি পাইছে।

এনপিচিআইৰ তথ্যই ইউপিআইৰ জনপ্ৰিয়তা আৰু ভাৰতৰ ডিজিটেল অৰ্থনীতিৰ দ্ৰুত বিকাশৰ প্ৰতিফলন ঘটাইছে বুলি ক’ব পাৰি। বিত্তীয় লেনদেনৰ কোম্পানী ‘স্পাইচ মানি’ৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া দিলীপ মোদীৰ মতে, এই অভূতপূৰ্ব বৃদ্ধি ভাৰতৰ ডিজিটেল পেমেন্ট ব্যৱস্থাৰ নিৰ্ভৰযোগ্যতা আৰু গ্ৰহণযোগ্যতাৰ প্ৰমাণ। ইউপিআইয়ে সাধাৰণ মানুহৰ দৈনন্দিন জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইউপিআইৰ তাৎক্ষণিক লেনদেনৰ সুবিধা, ওপেন ছ’ৰ্চ এপিআই, আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ন্ত্ৰণে ইয়াক বিশ্বৰ শীৰ্ষ ৰিয়েল-টাইম পেমেন্ট প্লেটফৰ্ম হিচাপে প্ৰতিষ্ঠিত কৰিছে।

ইয়াৰ সমান্তৰাল ভাবে ইউপিআই লাইটৰ দৰে নতুন বৈশিষ্ট্য আৰু অটো-পে’ৰ দৰে সুবিধাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইউপিআই লাইটে ইণ্টাৰনেট সংযোগ অবিহনে কম মূল্যৰ লেনদেনৰ সুবিধা প্ৰদান কৰে, যাৰ ফলত গ্ৰামাঞ্চলতো ইয়াৰ ব্যৱহাৰ বৃদ্ধি পাইছে। অসমতো ইউপিআইৰ জনপ্ৰিয়তা দ্ৰুতগতিত বাঢ়িছে, বিশেষকৈ তৰুণ প্ৰজন্ম আৰু সৰু ব্যৱসায়ীসকলৰ মাজত। এনপিচিআইৰ তথ্যই ভাৰতৰ ডিজিটেল লেনদেনৰ ভৱিষ্যতৰ উজ্জ্বল সম্ভাৱনাৰ ইংগিত বহন কৰিছে।

Tags: BharatDigitalCashlessEconomyDigitalIndiaDigitalPaymentsFintechGrowthNPCIUPI2025UPIIndiaUPILiteUPIRecord

Recent News

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে ইংলেণ্ডৰ ১৪ জনীয়া দল ঘোষণা

ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে ইংলেণ্ডৰ ১৪ জনীয়া দল ঘোষণা

এইবাৰ ভাৰততে নিৰ্মাণ হ’ব ৰাফেল যুদ্ধ বিমান! ফ্ৰান্সৰ কোম্পানীৰ সৈতে টাটাৰ চুক্তি স্বাক্ষৰ

এইবাৰ ভাৰততে নিৰ্মাণ হ’ব ৰাফেল যুদ্ধ বিমান! ফ্ৰান্সৰ কোম্পানীৰ সৈতে টাটাৰ চুক্তি স্বাক্ষৰ

ভাৰতত ৰাফেল যুঁজাৰু বিমানৰ যন্ত্ৰাংশ নিৰ্মাণ কৰিব টাটা গ্ৰুপে; ফ্ৰান্সৰ কোম্পানীৰ সৈতে হ’ল চুক্তি

ভাৰতত ৰাফেল যুঁজাৰু বিমানৰ যন্ত্ৰাংশ নিৰ্মাণ কৰিব টাটা গ্ৰুপে; ফ্ৰান্সৰ কোম্পানীৰ সৈতে হ’ল চুক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd