• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আপুনি জানেনে এজন IAS,IPS অথবা IFS বিষয়াই কিমান দৰমহা লাভ কৰে? কোনসমূহ চৰকাৰী সুবিধা লাভ কৰে তেওঁলোকে! পঢ়ক এই প্ৰতিবেদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2024 11:49 am
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ অসংখ্য যুৱপ্ৰজন্মৰ বাবে ইউপিএছচি এক সপোন। বছৰি লাখ লাখ প্ৰত্যাশীয়ে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ (UPSC) পৰীক্ষাত অৱতীৰ্ণ হয় যদিও বহু কম প্ৰাৰ্থীয়েহে এই লক্ষ্যত উপনীত হয়। পিছে এই আই এ এছ, আই পি এছ, আই আৰ এছ, আই এফ এছ, আই ই এছ বিষয়াসকলে কিমান দৰমহা পায় আৰু কি সুবিধা লাভ কৰে জানেনে? আহকচোন জানো…

দৰমহা-
আই এ এছ, আই পি এছ, আই আৰ এছ, আই এফ এছ, আৰু আই ই এছ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত এই বিষয়াসকলৰ প্ৰাৰম্ভিক দৰমহা এবছৰৰ পৰা চাৰি বছৰৰ বাবে ৫৬,১০০ টকা।

ইয়াৰ পাছত ৫ৰ পৰা ৮ বছৰৰ বাবে ৬৭,৭০০ টকালৈ বৃদ্ধি পায়। সেৱাৰ নৱম বছৰ পালে তেওঁলোকৰ দৰমহা ৭৮,৮০০ টকা হয়। ১৩ বছৰীয়া সেৱা সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোকে ১,১৮,৫০০ টকা দৰমহা পায়। একেদৰে ১৬ৰ পৰা ২৪ বছৰ সেৱাৰ অন্তত ১,৪৪,২০০ টকা দৰমহা পায়।২৫ৰ পৰা ৩০ বছৰ সেৱা সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোকে ১,৮২,২০০ দৰমহা লাভ কৰে। যেতিয়া বিষয়াসকলে ৩৭ বছৰীয়া সেৱা সম্পূৰ্ণ কৰি কেবিনেট সচিবৰ সমতুল্য পদবী লাভ কৰে তেতিয়া তেওঁলোকৰ দৰমহা ২,৫০,০০০ টকালৈ বৃদ্ধি পাব পাৰে।

Apply Now

কি কি সুবিধা পায়?
অসামৰিক সেৱাৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলে দৰমহাৰ উপৰিও অসংখ্য সুবিধা লাভ কৰে। আই এ এছ আৰু আই পি এছ বিষয়াসকলে যিকোনো চহৰত চৰকাৰীভাৱে থকাৰ ব্যৱস্থা লাভ কৰে। চালক থকা চৰকাৰী বাহন, পৰিয়ালৰ বাবে চৰকাৰী চিকিৎসালয়ত চিকিৎসাৰ সুবিধা, নিৰাপত্তাৰক্ষী, বিদ্যুৎ আৰু টেলিফোন বিলৰ ৰেহাই আদি সুবিধাও লাভ কৰে। অৱসৰৰ পাছতো তেওঁলোকে পেঞ্চন আৰু অন্যান্য অৱসৰৰ সুবিধাসমূহ লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘খোলাকটিৰ তাল’! নীৰৱ মোডীৰ বিৰুদ্ধে ধন আত্মসাতৰ কোনো প্ৰমাণ পোৱা নাই চিবিআইয়ে

‘খোলাকটিৰ তাল’! নীৰৱ মোডীৰ বিৰুদ্ধে ধন আত্মসাতৰ কোনো প্ৰমাণ পোৱা নাই চিবিআইয়ে

June 13, 2026 7:40 am
ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

June 13, 2026 6:40 am
এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

June 12, 2026 9:35 pm
বেজৰ নাকত খৰ! আমেঠিৰ ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান স্মৃতি ইৰাণীৰ নাম

বেজৰ নাকত খৰ! আমেঠিৰ ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান স্মৃতি ইৰাণীৰ নাম

June 12, 2026 9:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘খোলাকটিৰ তাল’! নীৰৱ মোডীৰ বিৰুদ্ধে ধন আত্মসাতৰ কোনো প্ৰমাণ পোৱা নাই চিবিআইয়ে

‘খোলাকটিৰ তাল’! নীৰৱ মোডীৰ বিৰুদ্ধে ধন আত্মসাতৰ কোনো প্ৰমাণ পোৱা নাই চিবিআইয়ে

June 13, 2026 7:40 am
ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

June 13, 2026 6:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd