• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সন্তানে চোৱাচিতা নকৰে! খঙৰ ভমকত এই ব্যক্তিয়ে পোহনীয়া কুকুৰৰ নামতে লিখি দিলে আধা সম্পত্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2020 6:37 pm
farmer will his property

ফটো: ইণ্ডিয়া প্ৰিন্ট ডটকমৰ সৌজন্যত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সন্তানসকলৰ কোনোৱে ভাল ব্যৱহাৰ নকৰে বা তেওঁক ভালদৰে চোৱাচিতা নকৰে। সেয়েহে, তেওঁলোকক কাকোকে সম্পত্তি নিদি নিজৰ পোহনীয়া কুকুৰ আৰু দ্বিতীয় পত্নীৰ নামত গোটেই সম্পত্তি লিখি দিলে মধ্য প্ৰদেশৰ এগৰাকী ব্যক্তিয়ে।

লিখি দিয়া সম্পত্তিৰ ভিতৰত আছে ২১ একৰ মাটিও। বৃত্তিত এগৰাকী কৃষক এই ব্যক্তিগৰাকীৰ এনে কাণ্ড পোহৰলৈ অহাৰ পাছতে স্বাভাৱিকতে আচৰিত হৈ পৰিছে স্থানীয় ৰাইজ।

Apply Now

মধ্য প্রদেশৰ ছিন্দাওবাড়া জিলাৰ অন্তৰ্গত বাদীওৱাড়া গাঁৱৰ ঘটনা এয়া। এই কাণ্ড সংঘটিত কৰা ব্যক্তিগৰাকীৰ নাম হৈছে ওমনাৰায়ন বাৰ্মা।

বাৰ্মাৰ প্ৰথমা পত্নীৰ ফালৰ পৰা তিনি গৰাকী কন্যা আৰু এটি পুত্ৰ আছে। আনহাতে, দ্বিতীয়া পত্নীৰ ফালৰ পৰা আছে দুগৰাকী কন্যা। সেইদৰে আছে ১১মহীয়া জেকি নামৰ এটা পোহনীয়া কুকুৰ।

শেহতীয়াকৈ ওমনাৰায়ন বাৰ্মাই তেওঁৰ শেষ উইলখনত নিজৰ সমস্ত সম্পত্তি দ্বিতীয়া পত্নী চম্পা বাই আৰু পোহনীয়া কুকুৰ জেকিৰ নামত লিখি দিছে। উইলত লিখি দিয়ে যে তেওঁৰ মৃত্যুৰ পাছত আধা সম্পত্তি পত্নী চম্পা বাইয়ে পাব আৰু বাকী আধা সম্পত্তি পাব জেকিয়ে।

যিয়ে জেকিক চোৱাচিতা কৰিব তেওঁৱেই সেই বাকী সম্পত্তিখিনি পাব। জেকিৰ মৃত্যুৰ পাছত তেওঁ সেই সম্পত্তি লাভ কৰিব।

বাৰ্মাই দৰাচলতে কিয় এই সিদ্ধান্ত গ্ৰহণ কৰিলে তাৰ কাৰণ হিচাপে তেওঁ কয় যে সন্তানসকলৰ কোনোৱে তেওঁক চোৱাচিতা নকৰে। তেওঁৰ দ্বিতীয়া পত্নী আৰু জেকিয়ে সকলো সময়তে তেওঁৰ লগত আছে। তদুপৰি, তেওঁৰ মৃত্যুৰ পাছত কোনোৱে জেকিক চোৱাচিতা নকৰিব।

সেয়েহে, তেওঁ সকলো ভাৱি-চিন্তি এই সিদ্ধান্ত গ্ৰহণ কৰিছে। গাওঁ পঞ্চায়ত প্ৰধানে জানিবলৈ দিয়া মতে ল’ৰা-ছোৱালীসকলৰ সৈতে তেওঁৰ কাজিয়া হৈছিল। সেয়ে, খঙৰ ভমকতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

তথাপি, ঘটনাটো পোহৰলৈ অহাৰ পাছতে স্থানীয় লোকসকলৰ মাজত বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শীঘ্ৰেই চূড়ান্ত হ’ব ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি! ভাৰতৰ শক্তি খণ্ডত আমেৰিকাৰ অংশীদাৰিত্ব বৃদ্ধিৰ পোষকতা মাৰ্কো ৰুবীঅ’ৰ

শীঘ্ৰেই চূড়ান্ত হ’ব ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি! ভাৰতৰ শক্তি খণ্ডত আমেৰিকাৰ অংশীদাৰিত্ব বৃদ্ধিৰ পোষকতা মাৰ্কো ৰুবীঅ’ৰ

October 21, 2026 8:53 am
টাইগাৰ শ্ৰফ নহয়, আন এজন বলীউড তাৰকাহে আছিল আক্ৰমণকাৰীৰ টাৰ্গেট! পোহৰলৈ আহিল ভয়ংকৰ ষড়যন্ত্ৰৰ তথ্য

টাইগাৰ শ্ৰফ নহয়, আন এজন বলীউড তাৰকাহে আছিল আক্ৰমণকাৰীৰ টাৰ্গেট! পোহৰলৈ আহিল ভয়ংকৰ ষড়যন্ত্ৰৰ তথ্য

October 21, 2026 7:22 am
ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

October 20, 2026 8:13 pm
এছিয়ান পেৰা গেমছত প্ৰণৱ ছুৰ্মাৰ স্বৰ্ণজয়, এছিয়ান অভিলেখ স্থাপন; ৰূপৰ পদক ৰাম ৰতন সিঙৰ

এছিয়ান পেৰা গেমছত প্ৰণৱ ছুৰ্মাৰ স্বৰ্ণজয়, এছিয়ান অভিলেখ স্থাপন; ৰূপৰ পদক ৰাম ৰতন সিঙৰ

October 20, 2026 6:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শীঘ্ৰেই চূড়ান্ত হ’ব ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি! ভাৰতৰ শক্তি খণ্ডত আমেৰিকাৰ অংশীদাৰিত্ব বৃদ্ধিৰ পোষকতা মাৰ্কো ৰুবীঅ’ৰ

শীঘ্ৰেই চূড়ান্ত হ’ব ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি! ভাৰতৰ শক্তি খণ্ডত আমেৰিকাৰ অংশীদাৰিত্ব বৃদ্ধিৰ পোষকতা মাৰ্কো ৰুবীঅ’ৰ

October 21, 2026 8:53 am
টাইগাৰ শ্ৰফ নহয়, আন এজন বলীউড তাৰকাহে আছিল আক্ৰমণকাৰীৰ টাৰ্গেট! পোহৰলৈ আহিল ভয়ংকৰ ষড়যন্ত্ৰৰ তথ্য

টাইগাৰ শ্ৰফ নহয়, আন এজন বলীউড তাৰকাহে আছিল আক্ৰমণকাৰীৰ টাৰ্গেট! পোহৰলৈ আহিল ভয়ংকৰ ষড়যন্ত্ৰৰ তথ্য

October 21, 2026 7:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd