• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘দুবছৰৰ ভিতৰতেই চীনৰ সৈতে যুদ্ধ’: আমেৰিকাৰ বায়ু সেনাৰ জেনেৰেলৰ কথাত বিশ্বজুৰি আলোড়ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 29, 2023 1:06 pm
ফটো: সংগৃহিত।

ফটো: সংগৃহিত।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

US Air Force general predicts war with China ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ সময়তে বৰ্তমান বিশ্বৰ দুই মহা শক্তিধৰৰ মাজত  যুদ্ধৰ প্ৰস্তুতি! আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু সেনাৰ এগৰাকী জেনেৰেলে তেওঁৰ নেতাসকলক জনাইছে যে তেওঁৰ মনে কয় অহা দুবছৰৰ ভিতৰত আমেৰিকাই চীনৰ বিৰুদ্ধে যুদ্ধলৈ যাব। অৱশ্যে পেন্টাগনে এনে ধৰণৰ চিন্তা খাৰিজ কৰিছে।

ইপিনে, জেনেৰেল মাইক মিনিহানৰ মনৰ কথাই সমগ্ৰ বিশ্বতে এক আলোড়নৰ সৃষ্টি কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু সেনাৰ এয়াৰ মোবিলিটি কমাণ্ডৰ মুৰব্বী জেনেৰেল মাইকৰ দলৰ সদস্য সংখ্যা ১লাখ ১০ হাজাৰ। মাইকে তেওঁৰ শীৰ্ষ নেতৃত্বক লিখিতভাৱে যুদ্ধৰ আগতীয়া আভাস দিছে। পত্ৰখনত ১ ফেব্ৰুৱাৰী তাৰিখ লিখা আছিল যদিও সেইখন শুকুৰবাৰে প্ৰেৰণ কৰা হৈছিল।

লগতে পঢ়ক: বিপৰীত দিশত ঘূৰিছে পৃথিৱী! আভ্যন্তৰীণ ঘূৰ্ণনৰ নতুন গৱেষণাত বিস্মিত বিজ্ঞানীমহল

Apply Now

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বিশেষজ্ঞসকলৰ একাংশই কয় যে মাইকৰ মনৰ কথা পেন্টাগনৰ চিন্তাধাৰাৰ বিপৰীত। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীৰ একেবাৰে শীৰ্ষত চীনৰ সৈতে সম্ভাৱ্য যুদ্ধৰ বিষয়ে কেনে চিন্তাৰ উদ্ৰেক হৈছে সেয়া বুজিব পাৰি। এই চিন্তাৰ কেন্দ্ৰবিন্দু হৈছে টাইৱান। আমেৰিকাই দাবী কৰিছে যে চীনে তাত বলপূৰ্বকভাৱে নিয়ন্ত্ৰণ স্থাপন কৰিবলৈ চেষ্টা কৰি আছে। যিটো দিনক দিনে বিডেন প্ৰশাসনৰ বাবে চকুৰ কূটাত পৰিণত হৈছে।

221027-F-RP072-0243

মাইকৰ মনৰ কথাটোতো তাৰেই সুৰ শুনা গৈছে। মাইকে ধাৰণা কৰে যে টাইৱান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ দুয়োখন দেশে ২০২৪ চনত ৰাষ্ট্ৰপতিৰ নিৰ্বাচনলৈ যোৱাৰ সময়তে চীনে অহা বছৰ টাইৱানৰ ওপৰত সামৰিক পদক্ষেপ আৰম্ভ কৰিব পাৰে। তাতেই যুদ্ধ গঢ়ি উঠাৰ সম্ভাৱনা আছে। কিয়নো, ইলেক্ট্ৰনিক সঁজুলিৰ অন্যতম উপাদান অৰ্ধ-পৰিবাহীৰ পৰা আৰম্ভ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰই বিভিন্ন ক্ষেত্ৰত টাইৱানৰ সৈতে হাতত হাত ধৰি আগবাঢ়িছে। সেয়েহে, টাইৱানত চীনৰ ‘আক্ৰমণ’ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবেও এক বিপদসংকেত।

অৱশ্যে, পেন্টাগনে মাইকৰ মন্তব্যক সঁচা বুলি স্বীকাৰ কৰা নাই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী প্ৰতিৰক্ষা বিষয়াই কয়, “এনে মন্তব্যই চীনৰ প্ৰতি বিভাগটোৰ মনোভাৱ প্ৰতিফলিত নকৰে।”

ঘটনাক্ৰমে, চীনৰ লক্ষ্য হৈছে টাইৱানৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ সাৱ্যস্ত কৰা। সেয়েহে জি জিনপিঙৰ দেশখনে যে বল প্ৰয়োগত কুণ্ঠাবোধ নকৰিব সেয়া বৰ্তমানৰ কাৰ্যকলাপৰ পৰাই স্পষ্ট। সামৰিক বিশেষজ্ঞসকলেও বিশ্বাস কৰে যে তেনেহ’লে আমেৰিকাও পিছ পৰি নাথাকিব।

আমেৰিকাৰ বায়ুসেনা বাহিনী।

কিন্তু সঁচাকৈয়ে যদি যুঁজখন আৰম্ভ হয় তেন্তে কি হ’ব? আন্তৰ্জাতিক অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে ৰকেট গতিত উঠি অহা চীনক আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে বাধা দিয়াটো সম্ভৱ হ’বনে? একেদৰে, এই মুহূৰ্তত বিশ্ব অৰ্থনীতিৰ মেৰুদণ্ড আমেৰিকাৰ সৈতে পোনপটীয়া সংঘৰ্ষত চীনৰ লাভ কি হ’ব? এনে বহু প্ৰশ্ন আছে, উত্তৰটো অৱশ্যে সহজ নহয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd