• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিপৰীত দিশত ঘূৰিছে পৃথিৱী! আভ্যন্তৰীণ ঘূৰ্ণনৰ নতুন গৱেষণাত বিস্মিত বিজ্ঞানীমহল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 29, 2023 11:26 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৃথিৱীৰ ভিতৰ ভাগ বা ইনাৰ কোৰ (Inner Core) যেন এক অপৰিসীম আশ্চৰ্যৰ ভঁৰাল। পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ বিজ্ঞানীসকলে এইদৰেই চিন্তা কৰি আহিছে। এইটো আটাইতকৈ উত্তপ্ত অংশ। লো আৰু নিকেলেৰে ভৰ্তি ভিতৰভাগটোও কিন্তু ঘূৰি আছে। চীনৰ পিকিং বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলৰ শেহতীয়া গৱেষণাই এই ঘূৰ্ণনৰ বিষয়ে আশ্চৰ্যজনক তথ্য দাঙি ধৰিছে।

তেওঁলোকৰ নতুন গৱেষণা অনুসৰি, পৃথিৱীৰ ভিতৰৰ গতি ক্ৰমান্বয়ে হ্ৰাস পাইছে। কেৱল সেয়াই নহয়, ঘূৰ্ণনৰ দিশো সলনি হৈছে। পৃথিৱীখন ওলোটা দিশে ঘুৰিবলৈ আৰম্ভ কৰিছে!

লগতে পঢ়ক: কোকৰাঝাৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক প্ৰহাৰ জিলা উপায়ুক্তৰ; চিকিৎলায়ত ভৰ্তি

Apply Now

আমাৰ গ্ৰহটোৰ কেন্দ্ৰৰ এই হঠাতে পৰিৱৰ্তন শীল ঘূৰ্ণনত পৃথিৱীৰ আন কি পৰিৱৰ্তন হ’ব পাৰে তাৰ ওপৰত এটা নতুন অধ্যয়ন আৰম্ভ হৈছে। আগতে, বিজ্ঞানীসকলে জনাইছিল যে ভিতৰৰ কেন্দ্ৰৰ ঘূৰ্ণন গতি পৃথিৱীৰ বাহিৰ ভাগৰ তুলনাত অধিক। কাৰণটো মাধ্যাকৰ্ষণ শক্তি আৰু পৃথিৱীৰ বিদ্যুত চুম্বকীয় ক্ষেত্ৰ আৰু ইয়াৰ প্ৰভাৱৰ কথা উল্লেখ কৰা হৈছিল।

কিন্তু নতুন এই অধ্যয়নত বিজ্ঞানীসকলৰ পৰ্যৱেক্ষণে ইয়াৰ বিপৰীত কথাহে কৈছে। দেখা গৈছে যে ভিতৰৰ গতি ক্ৰমান্বয়ে হ্ৰাস পাইছে। ইয়াৰ গতিপথো বিপৰীত দিশত আছে। আৰু আমি এনেদৰে যদি ঘূৰি যাওঁ তেতিয়া আমি ২০০৯ চনত গৈ উপনীত হ’ব পাৰোঁ!

পিকিং বিশ্ববিদ্যালয়ৰ দুজন বিজ্ঞানী য়ি য়াং আৰু জিয়াডং চঙে নেচাৰ জিঅ’চাইন্স আলোচনীত তেওঁলোকৰ গৱেষণাৰ বিষয়ে লিখিছে, “আমাৰ পৰ্যৱেক্ষণ অনুসৰি, এই মুহূৰ্তত পৃথিৱীৰ ভিতৰভাগ স্থবিৰ হৈ আছে। কিন্তু পিছলৈ ই হয়তো ওলোটা পিনে ঘূৰিব পাৰে।‘’

লগতে পঢ়ক: এমাহৰ ভিতৰতে ষষ্ঠবাৰ; পুনৰ বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীত কেলিফৰ্ণিয়াত নিহত ৩ জন, আহত ৪জন

দৰাচলতে, এই ভিতৰৰ কেন্দ্ৰটোৰ গতি সঠিকভাৱে জনা নাযায়। ১৯৬০-৭০ চনৰ পৰা বিভিন্ন তথ্য আৰু পৰিসংখ্যা সংগ্ৰহ কৰা দুজন বিজ্ঞানী য়াং আৰু চঙে কৈছে যে যদিও এই অংশটোৰ ঘূৰ্ণন গতি একে যেন লাগিছে, সেয়া কিন্তু নহয়। এই গতি অতি কম হাৰত সলনি হয়। কমেও ২০২০ চনৰ আগলৈকে সেইটোৱেই আছিল। তাৰো আগতে কেনে ধৰণৰ গতিবিধি আছিল সেয়া জনা নাযায়।

ইয়াতেই তেওঁলোকৰ সন্দেহ, কেতিয়াবা পৃথিৱীৰ ভিতৰভাগ বিপৰীত দিশত ঘূৰিব। তথ্য অনুসৰি, প্ৰতি সাত দশকৰ পিছত ভিতৰৰ ঘূৰ্ণনৰ দিশ সলনি হয়। সেই গণনা অনুসৰি, এই সময়ত হয়তো ইনাৰ কোৰ পুনৰ বিপৰীত দিশত ঘূৰিছে।

কোনোৱে এই বিষয়ে চিন্তিত হ’ব পাৰে যে এইবাৰ তেতিয়াহ’লে কি হ’ব? শেষ দিনটো আহি গ’ল নেকি? সেইবাবেই পৃথিৱীৰ ইনাৰ কোৰৰ এই বিপৰীত গতি?

লগতে পঢ়ক: মুম্বাইত টাটাৰ শিক্ষা প্ৰতিষ্ঠানত বিবিচিৰ মোডী তথ্যচিত্ৰ প্ৰদৰ্শন! ক্ষুব্ধ বিজেপি

কিন্তু নহয়, বিজ্ঞানীসকলে আন কথাহে কৈছে। তেওঁলোকৰ আশ্বাস হৈছে যে এই মুহূৰ্তত পৃথিৱীৰ আভ্যন্তৰীণ ভাগৰ গতি আৰু বাহ্যিক গতি প্ৰায় সমান। সেয়েহে আমি বিপৰীত ঘূৰ্ণন অনুভৱেই কৰিব নোৱাৰো। গতিকেই চিন্তা কৰাৰ কোনো কাৰণ নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd