• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Al-Qaeda chief killed: সন্ত্ৰাস দমনত বৃহৎ সফলতা; কাবুলত আমেৰিকাৰ ড্ৰোন আক্ৰমণত নিহত আল কায়দাৰ মুৰব্বী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 2, 2022 9:24 am
আয়মান আল-জৱাহিৰী।

আয়মান আল-জৱাহিৰী।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

US kills al Qaeda chief Ayman al-Zawahr আফগানিস্তানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ গুপ্তচৰ সংস্থা চিআইএৰ ড্ৰোন আক্ৰমণত আল-কায়দাৰ মুৰব্বী আয়মান আল-জৱাহিৰী নিহত হৈছে। আয়মান আল-জৱাহিৰী ৯/১১ ৰ আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড আছিল।

বাতৰি অনুসৰি, কাবুলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ড্ৰোন আক্ৰমণত উগ্ৰপন্থী নেতাজন নিহত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে নিজেই আল-কায়দাৰ মুৰব্বীজনৰ মৃত্যুৰ কথা ঘোষণা কৰিছে।

লগতে পঢ়ক: KLO give up kamataput demand সাৰ্বভৌম কমতাপুৰ ৰাষ্ট্ৰৰ দাবী এৰিলে কে এল অ’-এই , বহিব শান্তি আলোচনাত, জীৱন সিংহৰ ঘোষণা

Apply Now

বিডেনে এটা টুইটযোগে আয়মান আল-জৱাহিৰীৰ মৃত্যুৰ বাতৰি সমগ্ৰ বিশ্বৰ আগত সদৰী কৰে। ২০১১ চনত বিন লাডেনৰ মৃত্যুৰ পিছত এই ঘটনা আল কায়দাৰ বাবে আটাইতকৈ ডাঙৰ আঘাত বুলি বিবেচিত হৈছে।

জো বিডেনে টুইট কৰি কৈছে, “আমেৰিকাই শনিবাৰে কাবুলত ড্ৰোন আক্ৰমণ চলাইছিল। এই অভিযানত আল-কায়দাৰ মুৰব্বীজন নিহত হৈছে।‘’

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়েয লগতে কয়, “কিমান পলম হৈছে সেয়া গুৰুত্বপূৰ্ণ নহয়, ক’ত লুকুৱাবলৈ চেষ্টা কৰিছিল সেয়াও ডাঙৰ কথা নহয়। আমি ঠিকেই বিচাৰি উলিয়াই তাক শেষ কৰিম।‘’ টুইটযোগে বিডেনে দাবী কৰে যে “ন্যায় বিচাৰ হৈছে’’।

লগতে পঢ়ক: Commonwealth Games 2022: কমনৱেলথ গেমছত দেশৰ হৈ জুডোত ৰূপৰ পদক জিকিলে মণিপুৰী কন্যা সুশীলা দেৱীয়ে

আল-কায়েদাৰ মুৰব্বী আয়মানৰ ১৯৫১ চনৰ ১৯ জুনত ইজিপ্তত জন্ম হৈছিল। আয়মান তেওঁৰ পূৰ্বসূৰী লাডেনৰ দৰেই উচ্চ শিক্ষিত আছিল। তেওঁ এজন শল্য চিকিৎসক হিচাপে ইজিপ্তৰ সেনাবাহিনীত তিনি বছৰ সেৱা আগবঢ়াইছিল।

১৯৮১ চনত ইজিপ্তৰ ৰাষ্ট্ৰপতি আনৱাৰ ছাদাতৰ হত্যাৰ সন্দৰ্ভত আয়মানক গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পিছত ১৯৯৮ চনত আয়মানে ইজিপ্তত ইছলামিক জিহাদ নামৰ এটা সংগঠন আৰম্ভ কৰে। তেওঁৰ সংগঠনে আফ্ৰিকাৰ কেইবাটাও আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসত আক্ৰমণ চলাইছিল।

লগতে পঢ়ক: Monkeypox: দিল্লীত মাংকিপক্সত আক্ৰান্ত নাইজেৰিয়াৰ ব্যক্তি; দেশত আক্ৰান্তৰ সংখ্যা ৬জনলৈ বৃদ্ধি

আয়মান আল-জৱাহিৰী ৯/১১ ৰ আক্ৰমণতো জড়িত আছিল। এই সন্ত্ৰাসবাদী সংগঠনৰ মুৰব্বীজনৰ মূৰৰ দাম ২৫ নিযুত ডলাৰ ধাৰ্য কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংসদৰ পৰা যন্তৰ মন্তৰলৈ প্ৰতিবাদী যাত্ৰা: দিল্লী আৰক্ষীৰ হাতত আটক ডিম্পল যাদৱসহ কেইবাগৰাকীও সাংসদ

সংসদৰ পৰা যন্তৰ মন্তৰলৈ প্ৰতিবাদী যাত্ৰা: দিল্লী আৰক্ষীৰ হাতত আটক ডিম্পল যাদৱসহ কেইবাগৰাকীও সাংসদ

July 20, 2026 5:30 pm
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ: অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একেধৰণৰ সুবিধাৰ বাবে সমিতি গঠন কৰিব কেন্দ্ৰই

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ: অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একেধৰণৰ সুবিধাৰ বাবে সমিতি গঠন কৰিব কেন্দ্ৰই

July 20, 2026 4:00 pm
সংসদত বিৰোধীৰ ধুমুহা! নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল লোকসভা, কেইবাবাৰো স্থগিত ৰাজ্যসভা

সংসদত বিৰোধীৰ ধুমুহা! নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল লোকসভা, কেইবাবাৰো স্থগিত ৰাজ্যসভা

July 20, 2026 3:59 pm
বোকাখাতত লেখক, অনুবাদক কুইলিন কাকতিৰ নৱতম শিশু উপন্যাস ‘অমনৰ অসম ভ্ৰমণ’ উন্মোচন

বোকাখাতত লেখক, অনুবাদক কুইলিন কাকতিৰ নৱতম শিশু উপন্যাস ‘অমনৰ অসম ভ্ৰমণ’ উন্মোচন

July 20, 2026 2:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদৰ পৰা যন্তৰ মন্তৰলৈ প্ৰতিবাদী যাত্ৰা: দিল্লী আৰক্ষীৰ হাতত আটক ডিম্পল যাদৱসহ কেইবাগৰাকীও সাংসদ

সংসদৰ পৰা যন্তৰ মন্তৰলৈ প্ৰতিবাদী যাত্ৰা: দিল্লী আৰক্ষীৰ হাতত আটক ডিম্পল যাদৱসহ কেইবাগৰাকীও সাংসদ

July 20, 2026 5:30 pm
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ: অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একেধৰণৰ সুবিধাৰ বাবে সমিতি গঠন কৰিব কেন্দ্ৰই

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ: অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একেধৰণৰ সুবিধাৰ বাবে সমিতি গঠন কৰিব কেন্দ্ৰই

July 20, 2026 4:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd