• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইন্ধনৰ চুইচ বন্ধ হোৱাৰ পিছতো ‘শান্ত’ হৈ আছিল এগৰাকী পাইলট! নতুন প্ৰতিবেদনক লৈ বিতৰ্ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 17, 2025 5:07 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাটৰ আহমেদাবাদত সংঘটিত হোৱা ভয়ংকৰ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাক লৈ নতুন বিতৰ্কৰ সৃষ্টি হৈছে। আমেৰিকাৰ এখন বাতৰি কাকতৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে ককপিটৰ ৰেকৰ্ডিঙে ইংগিত দিয়ে যে মূল পাইলটে নিজেই বিমানখনৰ ‘ফুৱেল কণ্ট্ৰ’ল চুইচ’ বন্ধ কৰি দিছিল আৰু এই কাণ্ডৰ সময়ত তেওঁ ‘শান্ত’ হৈ আছিল। যদিও সহ-পাইলটজন আতংকিত হৈ পৰিছিল, তথাপিও তেওঁৰ কোনো বিৰূপ প্ৰতিক্ৰিয়া হোৱা নাছিল! তেওঁ কেনেদৰে শান্ত হৈ থাকিব পাৰিছিল সেই প্ৰশ্নৰ উত্তৰ বিচৰা হৈছে।

আমেৰিকাৰ সেই প্ৰতিবেদনত কোৱা হৈছে যে দুৰ্ঘটনাটোত মৃত্যু হোৱা পাইলট দুজন – কেপ্তেইন সুমিত ছাব্ৰেৱাল আৰু ফাৰ্ষ্ট অফিচাৰ ক্লাইভ কুণ্ডাৰে শেষ মুহূৰ্তলৈকে ইজনে সিজনৰ লগত কথা পাতিছিল। সেই কথা-বতৰাত ওলাই আহিছে – এজনে সুধিলে, “কিয় বন্ধ কৰি দিলা?” আনজনে উত্তৰ দিলে, “মই কৰা নাই!” ইয়াত ইন্ধনৰ চুইচটো বন্ধ কৰি দিয়াৰ কথা কোৱা হৈছে।

Apply Now

বিমানখন উৰণৰ মাত্ৰ ৩২ ছেকেণ্ডৰ ভিতৰতে দুৰ্ঘটনাগ্ৰস্ত হয়। এয়াৰ এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰোৰ (AAIB) প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি ইঞ্জিন দুটাৰ ইন্ধন নিয়ন্ত্ৰণৰ চুইচবোৰ ইটোৱে সিটোৰ পৰা এক চেকেণ্ডৰ ভিতৰতে ‘RUN’ৰ পৰা ‘CUTOFF’ স্থানলৈ স্থানান্তৰিত হৈছিল। কিন্তু এইটো ইচ্ছাকৃত নে আকস্মিকভাৱে হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। আমেৰিকাৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি তদন্তৰ সৈতে জড়িত বিশেষজ্ঞসকলৰ মতে কেপ্তেইনে সম্ভৱতঃ চুইচটো বন্ধ কৰি দিছিল।

প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদনত বিমানখনত ৰক্ষণাবেক্ষণৰ কোনো ট্ৰুটি হোৱা নাই বুলিও উল্লেখ কৰা হৈছে। গতিকে, ইন্ধনৰ চুইচটো কেনেকৈ বন্ধ হৈছিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। ইফালে পাইলটসকলৰ ককপিটৰ কথা-বতৰাৰ প্ৰতিবেদন ওলোৱাৰ পিছত ৫৬ বছৰীয়া অভিজ্ঞ কেপ্টেইন সুমিতৰ আচৰণক লৈ প্ৰশ্ন উত্থাপন হৈছে। ইন্ধনৰ চুইচ বন্ধ কৰাৰ পিছতো তেওঁ ‘শান্ত’ হৈ থকা বুলি দাবী কৰা হৈছে! যদিও তদন্তকাৰীসকলে এতিয়াও কণ্ঠস্বৰৰ বিষয়ে নিশ্চিত নহয়।

ইফালে এই প্ৰাৰম্ভিক প্ৰতিবেদনক লৈ ক্ষোভ প্ৰকাশ কৰিছে ফেডাৰেচন অৱ ইণ্ডিয়ান পাইলট (এফ আই পি)য়ে। তদন্তত পাইলটসকলৰ কোনো প্ৰতিনিধি ৰখা হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে পাইলটছৰ সংস্থাটোৱে। প্ৰাৰম্ভিক প্ৰতিবেদনৰ ভিত্তিত পাইলটসকলৰ দোষ আছিল বুলি ধৰি লোৱাটো ‘অসম্পূৰ্ণ আৰু দায়িত্বহীন’।

বিবৃতিটোত কোৱা হৈছে যে, ‘এটা সম্পূৰ্ণ, স্বচ্ছ আৰু তথ্যভিত্তিক তদন্তৰ পূৰ্বে পাইলটসকলক দোষাৰোপ কৰাটো অনুচিত। ফলত কেৱল দক্ষ পাইলটসকলৰ পেছাদাৰিত্বক লৈ প্ৰশ্ন উত্থাপন হোৱাই নহয়, তেওঁলোকৰ পৰিয়াল আৰু সহকৰ্মীসকলো অপ্ৰয়োজনীয় মানসিক চাপৰ সন্মুখীন হৈছে।”

এফ আই পিয়ে দাবী কৰে যে, “ৰিপ’ৰ্টটো অসম্পূৰ্ণ। কিছুমান নিৰ্বাচিত ককপিটৰ ভয়েচ ৰেকৰ্ডিঙৰ ব্যাখ্যা কৰি পাইলটসকলৰ পেছাদাৰিতাক লৈ প্ৰশ্ন উত্থাপন হৈছে, অথচ সম্পূৰ্ণ তথ্য প্ৰদান কৰা হোৱা নাই।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

July 6, 2026 5:13 pm
গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd