• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শ্ৰমিকক দাস হিচাপে ৰাখি কাম কৰাৰ অভিযোগ; চীনা প্ৰতিষ্ঠানৰ পৰা কপাহজাত সামগ্ৰী আমদানিত নিষেধাজ্ঞা আমেৰিকাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 3, 2020 4:26 pm

1 min read

শ্ৰমিকক দাস হিচাপে ৰাখি কাম কৰাৰ অভিযোগ; চীনা প্ৰতিষ্ঠানৰ পৰা কপাহজাত সামগ্ৰী আমদানিত নিষেধাজ্ঞা আমেৰিকাৰ
4.6k
VIEWS
Share on FacebookShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰই বুধবাৰে চীনৰ এটা বাণিজ্যিক গোষ্ঠীৰ পৰা কপাহজাত সামগ্ৰীৰ আমদানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰে।

বন্দী উইঘুৰ মুছলমানক দাস হিচাপে ৰাখি কাম কৰাৰ অভিযোগ তুলি আমেৰিকা যুক্তৰাষ্ট্ৰই চীনৰ ঝিনঝিয়াং প্ৰডাকশ্যন এণ্ড কনষ্ট্ৰাকশ্যন কোৰ্পছৰ পৰা কপাহজাত সামগ্ৰী আমদানি কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰে।

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চীনত হৈ থকা মানৱ অধিকাৰ ভংগক কেতিয়াও সহ্য নকৰে বুলি উল্লেখ কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহ বিভাগৰ অতিৰিক্ত সচিৱে।

অতিৰিক্ত সচিৱ গৰাকীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত ‘মেড ইন চাইনা’ৰ সামগ্ৰী সমূহক সতৰ্ক কৰি দিয়া হৈছে বুলিও লগতে কয়।

আমেৰিকা যুক্তৰাষ্ট্ৰই চীনৰ বাণিজ্যিক প্ৰতিষ্ঠানৰ পৰা কপাহজাত সামগ্ৰী আমদানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিলেও বুধবাৰে চীনে সুদীৰ্ঘ ত্ৰিশ বছৰৰ অন্তত ভাৰতৰ পৰা চাউল আমদানি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

চীনে চাউল ক্ৰয় কৰা দেশ পাকিস্তান আৰু থাইলেণ্ডত চাউলৰ মূল্য বৃদ্ধি হোৱাৰ পাছত চীনে ভাৰতৰ পৰা চাউল ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Recent News

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd