• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদায়ৰ পূৰ্বে চীনৰ বুকুত মৰ কামোৰ মাৰি গ’ল ট্ৰাম্পে, কি কৰিলে তেওঁ?

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2020 3:36 pm
article127771
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত সদ্য পৰাস্ত ডোনাল্ড ট্ৰাম্প কাগজে-কলমে এতিয়াও ৰাষ্ট্ৰপতি হৈয়েই আছে।

নতুন বছৰৰ জানুৱাৰী মাহত কাৰ্যকাল অন্ত পৰিবলগীয়া ট্ৰাম্পে যোৱাৰ আগে আগে চীনৰ ক্ষেত্ৰত গ্ৰহণ কৰিলে এক নেতিবাচক পদক্ষেপ।

Apply Now

যি পদক্ষেপৰ বাবে চীনে এতিয়া তিব্বতৰ দালাই লামা নিৰ্বাচনৰ ক্ষেত্ৰত পূৰ্বৰ দৰে প্ৰভুত্ব খটুৱাব নোৱাৰিব।

শেহতীয়াকৈ মাৰ্কিন সংসদে গ্ৰহণ কৰিছে  Tibetan Policy and Support Act 2020 নামৰ বিশেষ বিধেয়ক খন।

মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আজি সেই বিধেয়কত স্বাক্ষৰ কৰাৰ লগে লগে সেয়া আইনত পৰিণত হৈ পৰিল।

Tibetan Policy and Support Act 2020 আইন খনত স্পষ্ট ভাবে এই কথা উল্লেখ আছে যে তিব্বতৰ দালাই লামা নিৰ্বাচনৰ ক্ষেত্ৰত চীনে এতিয়াৰে পৰা আৰু অধিক প্ৰতাপ খটুৱাব নোৱাৰিব।

আইন খনে দালাই লামা নিৰ্বাচনৰ ক্ষেত্ৰত চীন অথবা বিশ্বৰ আন কোনো দেশৰে প্ৰভূত্ব নৰজিব বুলি উল্লেখ কৰিছে। ফলত আমেৰিকাৰ এই আইন খনকলৈ এতিয়া বিপাঙত পৰিছে চীনৰ প্ৰশাসন।

উল্লেখ্য দীৰ্ঘদিন ধৰি চীনে তিব্বতৰ ওপৰত দখলদাৰিত্ব অব্যাহত ৰাখিছে।চীনৰ নাগপাশৰ পৰা মুক্ত হ’বলৈ চেষ্টা চলোৱা তিব্বতী লোকসকলৰ ওপৰত চীনে অত্যাচাৰ চলাই আহিছে।

এনে পৰিস্থিতিত বৰ্তমানৰ দালাই লামাই পলাই গৈ ভাৰতত আশ্ৰয় ল’গলগীয়া হৈছে। আমেৰিকাৰ নতুন আইন খনে লগতে এই বুলিও কৈছে যে আমেৰিকাত চীনে দূতাবাসৰ সংখ্যা বৃদ্ধি কৰিব বিচাৰিলে তিব্বতৰ ৰাজধানী লাছাত আমেৰিকাক দূতাবাস স্থাপন কৰিবলৈ দিব লাগিব ।

তিব্বতৰ লোকসকলৰ বাবে আইন খনত বিশেষ আৰ্থিক পেকেজো ঘোষণা কৰা হৈছে।

সেই মৰ্মে তিব্বতৰ ছাত্ৰ-ছাত্ৰীয়ে আমেৰিকাৰ চৰকাৰৰ জলপানি লৈ আমেৰিকাত অধ্যয়ন কৰিব পাৰিব।ট্ৰাম্পৰ এনে পদক্ষেপে এতিয়া বিতুষ্ট কৰি তুলিছে বেইজিঙক।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! ৰে’ল ষ্টেচনৰ পানী খালেই হ’ব পাৰে ভয়ংকৰ বিপদ, ৱাটাৰ কুলাৰত ধৰা পৰিল মাৰাত্মক বেক্টেৰিয়া

সাৱধান! ৰে’ল ষ্টেচনৰ পানী খালেই হ’ব পাৰে ভয়ংকৰ বিপদ, ৱাটাৰ কুলাৰত ধৰা পৰিল মাৰাত্মক বেক্টেৰিয়া

August 19, 2026 7:08 am
মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 18, 2026 9:01 pm
বিশ্বগুৰু: নেহৰু নে মোডী

বিশ্বগুৰু: নেহৰু নে মোডী

August 18, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! ৰে’ল ষ্টেচনৰ পানী খালেই হ’ব পাৰে ভয়ংকৰ বিপদ, ৱাটাৰ কুলাৰত ধৰা পৰিল মাৰাত্মক বেক্টেৰিয়া

সাৱধান! ৰে’ল ষ্টেচনৰ পানী খালেই হ’ব পাৰে ভয়ংকৰ বিপদ, ৱাটাৰ কুলাৰত ধৰা পৰিল মাৰাত্মক বেক্টেৰিয়া

August 19, 2026 7:08 am
মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd