• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোভিডৰ পাছতে কৰ্কট ৰোগ নিৰ্মূলৰ বাবে প্ৰয়োজনীয় সকলো কৰা হ’ব : বাইডেন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 20, 2021 3:13 pm

1 min read

WhatsApp Image 2020-07-10 at 1.14.08 PM

জো বিডেন।

156
VIEWS
Share on FacebookShare on Twitter

কোভিড-১৯ মহামাৰী সামৰণি পৰাৰ পাছত মাৰ্কিন প্ৰশাসনে কৰ্কট ৰোগ নিৰ্মুল কৰাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব বুলি আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইডেনে উল্লেখ কৰে।

মিচিগানত অনুষ্ঠিত হোৱা ফাইজাৰ ভেকচিনৰ উৎপাদন সম্পৰ্কীয় এখন বৈঠকত দেশৰ শীৰ্ষস্থানী বিজ্ঞানী সকলৰ সৈতে অংশগ্ৰহণ কৰি বাইডেনে কৰ্কট ৰোগ নিৰ্মুলৰ ক্ষেত্ৰত সকলোৱে সংঘবদ্ধ হৈ কাম কৰিব লাগিব বুলি কয়।

নিজৰ বক্তব্যত বাইডেনে কৰ্কট ৰোগৰ বাবেই তেওঁৰ জেষ্ঠ পুত্ৰ বিউক হেৰুৱাবলগীয়া হ’ল বুলিও শোক ব্যক্ত কৰে।

উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বত ক্ৰমাৎ কৰ্কট ৰোগৰ প্ৰভাৱ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।

কৰ্কট ৰোগৰ বাবে বিশ্বত প্ৰতিবছৰে হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুওৱাৰ উপৰিও বহু পৰিয়াল বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখিন হ’বলগীয়া হৈছে।

এতিয়ালৈ চিকিৎসা বিজ্ঞানত কৰ্কট ৰোগ সম্পৰ্কে যথেষ্ট গৱেষণা চলি আছে যদিও ইয়াক সম্পুৰ্ণ ৰূপে নিৰ্মূল কৰাৰ ক্ষেত্ৰত কোনো স্থায়ী সমাধান ওলোৱা নায়।

Recent News

bhaba

প্ৰকৃতিপ্ৰেমীৰ প্ৰচেষ্টাত টীয়কৰ জাঁজীমুখত দল হৰিণাৰ পোৱালি উদ্ধাৰ

index.jpgb

বোকাখাত মহকুমাত নির্বাচনী আচৰণ বিধি সম্পর্কত বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিৰে মহকুমাধিপতিৰ বৈঠক

Hagrama-Mohilary-1

বিজেপি সংগ ত্যাগ বিপিএফৰ : কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত যোগ দিব হাগ্ৰামাৰ বিপিএফ-এ

index.jpgbbb

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনাব প্ৰণৱ দলেই! : ব্যতিক্ৰমী প্ৰচাৰেৰে চৰ্চা লাভ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd