• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্বেখ হাছিনাক ক্ষমতাচ্যুত কৰাত জড়িত নহয় আমেৰিকা; স্পষ্ট কৰিলে হোৱাইট হাউছে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 13, 2024 12:35 pm
হোৱাইট হাউছৰ প্রেছ সচিব কেৰিন জিন পিয়েৰ। ফটোঃ সংগ্ৰহীত।

হোৱাইট হাউছৰ প্রেছ সচিব কেৰিন জিন পিয়েৰ। ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্বেখ হাছিনাক ক্ষমতাচ্যুত কৰাত আমেৰিকাৰ ভূমিকা আছে বুলি উত্থাপিত অভিযোগ অস্বীকাৰ কৰিছে ৱাশ্বিংটনে। কালি ৱাশ্বিংটনত অনুষ্ঠিত এক প্ৰেছ ব্রিফিঙত হোৱাইট হাউছৰ প্রেছ সচিব কেৰিন জিন পিয়েৰে কয় যে এনে অভিযোগ সম্পূর্ণ মিছা৷

ব্রিফিঙত কেৰিন জিন পিয়েৰক সোধা হৈছিল, বাংলাদেশৰ প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাই অভিযোগ কৰিছিল যে তেওঁক ক্ষমতাৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য কৰাত আমেৰিকাৰ ভূমিকা আছে৷ তেওঁৰ (শ্বেখ হাছিনাৰ) এনেকুৱা ভাগ্যৰ কাৰণ তেওঁ বাংলাদেশৰ এটা দ্বীপ ৱাশ্বিংটনক গতাই দিয়া নাছিল। দ্বীপটো এৰি দিবলৈ সন্মত হ’লে হয়তো তেওঁ ক্ষমতাত থাকিলহেঁতেন। এনে অভিযোগৰ প্ৰতি আমেৰিকা প্ৰশাসনৰ সঁহাৰি কি?

লগতে পঢ়কঃ আদানীৰ শ্বেয়াৰত বৃহৎ পতন! বিশ্বজুৰি উঠিছে মাধৱীৰ পদত্যাগৰ দাবী

Apply Now

ইয়াৰ উত্তৰত কেৰিন জিন-পিয়েৰে কয়, ‘আমি ইয়াৰ লগত কোনোধৰণে জড়িত নহয়। আমেৰিকা প্ৰশাসন জড়িত থকা সম্পৰ্কীয় যিকোনো বাতৰি বা চৰ্চা সম্পূৰ্ণ মিছা, একেবাৰে সত্যতা নাই।‘

কেৰিন জিন পিয়েৰে লগতে কয়, ‘বাংলাদেশৰ মানুহে নিজৰ বাবে এই পছন্দ বাছি লৈছে। বাংলাদেশ চৰকাৰৰ ভৱিষ্যৎ দেশৰ জনসাধাৰণে সিদ্ধান্ত ল’ব বুলি আমি বিশ্বাস কৰোঁ৷ এয়া আমাৰ স্থিতি। গতিকে যদি এনে কোনো অভিযোগ উত্থাপন হয়, মই ইয়াত যি কৈছো, মই সদায় সেইটো ক’ম, সেয়া একেবাৰেই সঁচা নহয়।‘

যোৱা দেওবাৰে ভাৰতৰ একাংশ সংবাদ মাধ্যমত শ্বেখ হাছিনাই ছেইণ্ট মাৰ্টিন দ্বীপ দিবলৈ সন্মত নোহোৱাৰ বাবে তেওঁক ক্ষমতাচ্যুত কৰা বুলি দিয়া এক বাৰ্তাৰ বাতৰি প্ৰকাশ কৰিছিল। তাত কোৱা হৈছিল যে ইয়াৰ আঁৰত আছে আমেৰিকা।

লগতে পঢ়কঃ ফাৰ্মাচিউটিকেল ইনষ্টিটিউট পৰিদৰ্শনৰ নামত কেলেংকাৰী; গ্ৰেপ্তাৰ বিশ্ববিদ্যালয়ৰ দুই অধ্যাপক

অৱশ্যে দেওবাৰে নিশা ১১:৫৫ বজাত শ্বেখ হাছিনাৰ পুত্ৰ ছাজিব ৱাজেদ জয়ে তেওঁৰ ভেৰিফাইড একাউণ্টৰ পৰা মেছেজ প্ৰেৰণ কৰে। তাত তেওঁ লিখিছে, ‘মাৰ পদত্যাগ সন্দৰ্ভত এটা বক্তব্য সংবাদ মাধ্যমত প্ৰকাশ পাইছে, যিটো সম্পূৰ্ণ মিছা আৰু মনেসজা। অলপ আগতে তেওঁৰ (শ্বেখ হাছিনা)ৰ লগত কথা পাতি নিশ্চিত কৰিলোঁ। ঢাকা এৰি যোৱাৰ আগতে বা ঢাকা এৰি যোৱাৰ পিছতো তেওঁ কোনো বক্তব্য দিয়া নাই। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd