DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, March 24, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰত আৰু চীনে বাধা নিদিলে ইমানদিনে ইউক্ৰেইনত পৰমানু আক্ৰমণ চলালেহেঁতেন পুটিনে: আমেৰিকা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 26, 2023 9:06 am
আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিব এণ্টনি ব্লিঙ্কেন।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিব এণ্টনি ব্লিঙ্কেন।

186
VIEWS
Share on FacebookShare on Twitter

ইউক্ৰেইনত যুদ্ধৰ বৰ্ষপূৰ্তিৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰই পুনৰ পাৰমাণৱিক আক্ৰমণৰ আশংকা প্ৰকাশ কৰিছে। একে সময়তে জো বিডেন চৰকাৰৰ বৈদেশিক সচিব এণ্টনি ব্লিঙ্কেনে পোনপটীয়াকৈ কয়, “যদি ভাৰত আৰু চীনে বাধা নিদিলে হয়তো ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইমান দিনে ইউক্ৰেইনত যুদ্ধ সমাপ্ত কৰিবলৈ পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিলেহেঁতেন।”

ব্লিঙ্কেন অহা সপ্তাহত জি-২০ আৰু ছাংহাই আলোচনাত অংশগ্ৰহণ কৰিবলৈ দিল্লীলৈ আহি আছে। ইয়াৰ পূৰ্বে সংবাদ মাধ্যমৰ এক সাক্ষাৎকাৰত তেওঁৰ বক্তব্যক কূটনৈতিক মহলৰ এটা অংশই ‘গুৰুত্বপূৰ্ণ’ বুলি বিবেচনা কৰিছে।

মস্কোৰ ওপৰত নতুন দিল্লী আৰু বেইজিংৰ “প্ৰভাৱ”ৰ কথা উল্লেখ কৰি তেওঁ শান্তি পুনৰ প্ৰতিষ্ঠাৰ বাবে দুয়োখন দেশৰ ওপৰত আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি পশ্চিমীয়া বিশ্বৰ নিৰ্ভৰশীলতাৰ কথাও স্বীকাৰ কৰে।

উল্লেখ্য যে এই সপ্তাহৰ আৰম্ভণিতে পুটিনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে কৌশলগত পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ ওপৰত “নিউ ষ্টাৰ্ট” চুক্তি ভংগ কৰাৰ কথা ঘোষণা কৰিছিল। তাৰ পিছতে আমেৰিকাই মস্কোক নতুনকৈ এক পাৰমাণৱিক অস্ত্ৰ প্ৰতিযোগিতাত ইন্ধন যোগোৱাৰ অভিযোগ উত্থাপন কৰে।

সাক্ষাৎকাৰটোত ব্লিঙ্কেনে কয়, “বহু ক্ষেত্ৰত পুটিনৰ প্ৰতিক্ৰিয়া যুক্তিসঙ্গত নহয়। শেহতীয়াকৈ ৰাছিয়াৰ প্ৰতিক্ৰিয়াই কেৱল পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ আশংকা তীব্ৰ কৰি তুলিছে।”

Recent News

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ নতুন অভিযোগৰ মধ্যমনি ব্লক ইনকৰ্পোৰেটেডৰ বিত্তীয় মুৰব্বী অমৃতা আহুজা!

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ নতুন অভিযোগৰ মধ্যমনি ব্লক ইনকৰ্পোৰেটেডৰ বিত্তীয় মুৰব্বী অমৃতা আহুজা!

উত্তৰ-পূবৰ দুজন সাংবাদিকে লাভ কৰিলে সাংবাদিকতাৰ উৎকৃষ্টতাৰ পুৰস্কাৰ

উত্তৰ-পূবৰ দুজন সাংবাদিকে লাভ কৰিলে সাংবাদিকতাৰ উৎকৃষ্টতাৰ পুৰস্কাৰ

Rahul Gandhi

সাংসদ পদ হেৰুৱালে ৰাহুল গান্ধীয়ে: লোকসভাৰ সদস্য পদৰ বাবে অযোগ্য ঘোষণা

“শূৰ্পনাখা মন্তব্য!” পাঁচ বছৰৰ পিছত মোডীৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ নেতা ৰেণুকা চৌধুৰীৰ

“শূৰ্পনাখা মন্তব্য!” পাঁচ বছৰৰ পিছত মোডীৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ নেতা ৰেণুকা চৌধুৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd