• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিৰাট সাফল্য! ২৬/১১ আক্ৰমণৰ অভিযুক্ত তাহাউৰ ৰাণাক প্ৰত্যাৰ্পণত অনুমোদন আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2025 11:20 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৬/১১ৰ মুম্বাই আক্ৰমণৰ অভিযুক্ত তাহাউৰ ৰাণাক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰিবলৈ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে অনুমোদন জনাইছে। ফলত তেওঁক ভাৰতলৈ ঘূৰাই অনাত আৰু কোনো বাধা নাই।

ভাৰতে দীৰ্ঘদিন ধৰি পাকিস্তানী মূলৰ কানাডাৰ নাগৰিক তাহাউৰ ৰানাক প্ৰত্যাৰ্পণৰ চেষ্টা চলাই আহিছে। আমেৰিকাৰ উচ্চতম ন্যায়ালয় আছিল তাহাউৰ ৰানাৰ শেষ আশা। ইয়াৰ পূৰ্বে তেওঁ নিম্ন আদালতত কেইবাখনো আইনী যুঁজত পৰাস্ত হৈছিল। মুম্বাই আক্ৰমণৰ অন্যতম অভিযুক্ত তাহাউৰে অৱশেষত ছান ফ্ৰান্সিস্কোৰ নৰ্থ চাৰ্কিট আমেৰিকান ক’ৰ্ট অৱ আপীলতো বিমুখ হোৱাৰ পিছত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।

Apply Now

১৩ নৱেম্বৰত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল তাহাউৰ ৰাণাই। অৱশ্যে ড’নাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছদিনা আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে তাহাউৰ ৰানাৰ ৰিট আবেদন খাৰিজ কৰে।

২৬/১১ মুম্বাই আক্ৰমণত পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাক সহায় কৰাৰ অভিযোগত কানাডাৰ ব্যৱসায়ী তাহাউৰৰ বিৰুদ্ধে আমেৰিকাৰ জিলা আদালতত গোচৰ চলি আছিল। তাতে তাহাউৰক দুটা অভিযোগত দোষী সাব্যস্ত কৰা হয়। প্ৰথমতে বিদেশী সন্ত্ৰাসবাদী সংগঠনৰ প্ৰতি সমৰ্থন। দ্বিতীয়তে, ডেনমাৰ্কত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ পৰিকল্পনাত জড়িত হোৱা।

অৱশ্যে ভাৰতত সংঘটিত আক্ৰমণত সন্ত্ৰাসবাদীক সহায় কৰাৰ অভিযোগৰ পৰা তাহাউৰক দোষমুক্ত কৰা হয়। প্ৰথম দুটা অভিযোগত দোষী সাব্যস্ত হোৱাৰ পিছত তাহাউৰে ৭ বছৰ কাৰাদণ্ড ভুগিছিল।

তেওঁক মুক্তিৰ বাবে আলোচনা আৰম্ভ হোৱাৰ লগে লগে ভাৰতে তেওঁক প্ৰত্যাৰ্পণ কৰিবলৈ অনুৰোধ জনায়। নতুন দিল্লীয়ে যুক্তি দিছিল যে মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ লগত জড়িত থকাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে ভাৰতৰ মাটিত বিচাৰ হ’ব লাগে। ভাৰতৰ দাবীক প্ৰত্যাহ্বান জনাই তেওঁ প্ৰথমে প্ৰত্যাৰ্পণ আদালতলৈ যায়, আৰু তাৰ পিছত নাকচ হোৱাৰ পিছত আমেৰিকাৰ আপিল আদালতলৈ যায়। কিন্তু তেওঁৰ এই দাবী সেই আদালততো নৰজিল। ফলত উচ্চতম ন্যায়ালয়েই তেওঁৰ একমাত্ৰ বিকল্প পথ আছিল। এইবাৰ বন্ধ হৈ গ’ল সকলো পথ।

বৰ্তমান তেওঁক লছ এঞ্জেলছৰ মেট্ৰ’পলিটান ডিটেনচন চেণ্টাৰত ৰখা হৈছে। শীঘ্ৰেই আৰম্ভ হ’ব তেওঁক ভাৰতলৈ ঘূৰাই অনাৰ প্ৰক্ৰিয়া।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোঠাত স্বামীৰ ৰক্তাক্ত শৰীৰ! গুৰুতৰভাৱে আহত সন্তান, কাষত বহি মোবাইল স্ক্ৰল কৰাত ব্যস্ত পত্নী

কোঠাত স্বামীৰ ৰক্তাক্ত শৰীৰ! গুৰুতৰভাৱে আহত সন্তান, কাষত বহি মোবাইল স্ক্ৰল কৰাত ব্যস্ত পত্নী

July 16, 2026 4:36 pm
ভাঙি পৰিল সচিবালয়ৰ সন্মুখৰ গছৰ ডাল: কথমপি প্ৰাণ ৰক্ষা সাংবাদিক মহেশ ডেকাৰ, বিস্তৰ ক্ষতিসাধন বাহনৰ      

ভাঙি পৰিল সচিবালয়ৰ সন্মুখৰ গছৰ ডাল: কথমপি প্ৰাণ ৰক্ষা সাংবাদিক মহেশ ডেকাৰ, বিস্তৰ ক্ষতিসাধন বাহনৰ    

July 16, 2026 4:26 pm
আমেৰিকাৰ শীৰ্ষ বেংকৰ ‘সংস্কাৰ’ টাস্ক ফ’ৰ্চত ৰঘুৰাম ৰাজন; গুৰুত্বপূৰ্ণ পদত আৰু দুজন ভাৰতীয়

আমেৰিকাৰ শীৰ্ষ বেংকৰ ‘সংস্কাৰ’ টাস্ক ফ’ৰ্চত ৰঘুৰাম ৰাজন; গুৰুত্বপূৰ্ণ পদত আৰু দুজন ভাৰতীয়

July 16, 2026 3:02 pm
ফিফাৰ সৈতে হলি গলি! নাই নাই, অৱশেষত মুখ খুলিলে লিয়’নেল মেচিয়ে : জনালে গুৰি কথা ‎ক’ত ‎

ফিফাৰ সৈতে হলি গলি! নাই নাই, অৱশেষত মুখ খুলিলে লিয়’নেল মেচিয়ে : জনালে গুৰি কথা ‎ক’ত ‎

July 16, 2026 2:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোঠাত স্বামীৰ ৰক্তাক্ত শৰীৰ! গুৰুতৰভাৱে আহত সন্তান, কাষত বহি মোবাইল স্ক্ৰল কৰাত ব্যস্ত পত্নী

কোঠাত স্বামীৰ ৰক্তাক্ত শৰীৰ! গুৰুতৰভাৱে আহত সন্তান, কাষত বহি মোবাইল স্ক্ৰল কৰাত ব্যস্ত পত্নী

July 16, 2026 4:36 pm
ভাঙি পৰিল সচিবালয়ৰ সন্মুখৰ গছৰ ডাল: কথমপি প্ৰাণ ৰক্ষা সাংবাদিক মহেশ ডেকাৰ, বিস্তৰ ক্ষতিসাধন বাহনৰ      

ভাঙি পৰিল সচিবালয়ৰ সন্মুখৰ গছৰ ডাল: কথমপি প্ৰাণ ৰক্ষা সাংবাদিক মহেশ ডেকাৰ, বিস্তৰ ক্ষতিসাধন বাহনৰ    

July 16, 2026 4:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd