• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিচাৰি দিয়ক জীৱন সংগী, লাভ কৰক ৪ লাখ টকা! যুৱতীয়ে আগবঢ়াইছে ‘বিগ অফাৰ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 14, 2023 1:33 pm
Woman Offers 4 Lakh Who Find Her Husband
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সহজতে ধন লাভৰ উপাই বিচাৰি হাবাথুৰি খাইছে নেকি? আপোনাৰ সমুখত আছে এক সহজ পন্থা। এই পন্থা অৱলম্বন কৰি আপুনি মুহূৰ্তৰ ভিতৰতে লাভ কৰিব ৪ লক্ষাধিক টকা। এই ধনৰাশি লাভৰ বাবে আপুনি বিশেষ কষ্টও কৰিব নালাগে, মাত্ৰ বিচাৰি দিব লাগে এগৰাকী বিবাহযোগ্য ব্যক্তি।

এই কাম কৰিলেই আপুনি মুহূৰ্ততে হ’ব লাখপতি। এই বিশেষ ‘বিগ অফাৰ’ আগবঢ়াইছে এগৰাকী যুৱতী। অবিবাহিত যুৱতীগৰাকীয়ে নিজৰ সংগীবিহীন অকলশৰীয়া জীৱনত বিৰক্ত হৈ তেওঁৰ বাবে স্বামী বিচাৰি দিলে ৫০০০ ডলাৰ, ভাৰতীয় টকাৰ হিচাপত ৪,১০,৪৬২ টকা পুৰস্কাৰৰ প্ৰস্তাৱ আগবঢ়াইছে।

Apply Now

সংসাৰ তৰাৰ মন কৰা এই যুৱতীগৰাকী হৈছে আমেৰিকাৰ লছ এঞ্জেলছৰ বাসিন্দা। ৩৫ বছৰীয়া যুৱতীগৰাকীৰ নাম ইভ টিলি-ক’লছন, পেছাত আইনজীৱি। নিজৰ সামাজিক মাধ্যম একাউণ্টত ক’লছনে এটা ভিডিঅ’ পোষ্ট কৰিছে।

এই ভিডিঅ’টোত তেওঁ অনলাইন বন্ধুগণক তেওঁৰ সম্ভাৱ্য জীৱন সংগীৰ সৈতে সংযোগ কৰাত সহায় কৰিবলৈ আহ্বান জনায়। ক’লছনৰ ভাষ্য মতে, তেওঁ পূৰ্বেও বন্ধু-বান্ধৱীৰ সৈতে এই চুক্তি কৰিছিল যদিও এতিয়া সমজুৱাকৈ এই চুক্তি মুকলি কৰিবলৈ সাজু হৈছে।

ভিডিঅ’টোত তেওঁ কয়, ‘’যদি আপুনি মোক মোৰ স্বামীৰ লগত চিনাকি কৰাই দিয়ে আৰু মই তেওঁক বিয়া কৰাওঁ, তেন্তে মই আপোনাক ৫ হাজাৰ ডলাৰ দিম।” অৱশ্যে এই সংগীৰ সৈতে দীৰ্ঘদিন সম্পৰ্কত থাকিব লাগিব বুলিও ধৰা-বন্ধা চুক্তি কৰা নাই ক’লছনে।

প্ৰায় পাঁচ বছৰ ধৰি অবিবাহিত হৈ থাকি তথা ডেটিঙত ভাগৰি পৰা বুলি উল্লেখ কৰি ক’লছনে লগতে ব্যক্তিগতভাৱে আৰু ডেটিং এপত সংগী বাচনিৰ চেষ্টা কৰি বিফল হোৱা বুলিও জানিবলৈ দিয়ে।

তেওঁৰ প্ৰয়োজনীয়তা পূৰণ কৰা আৰু প্ৰকৃত সম্পৰ্কৰ বাবে সাজু হোৱা সংগীগৰাকীৰ বাবে ৫০০০ ডলাৰ সঠিক বুলি মন্তব্য কৰে ক’লছনে। সম্ভাৱ্য স্বামীৰ কিছু নিৰ্দিষ্ট গুণৰ কথাও তেওঁ উল্লেখ কৰিছে। ক’লছনে কয় যে তেওঁ এনে এগৰাকী পুৰুষ বিচাৰিছে, যিজন ২৭-৪০ বছৰ বয়সৰ, ৫ ফুট ১১ ইঞ্চি বা তাতকৈ ওখ।

৫ ফুট ১০ ইঞ্চি উচ্চতাৰ ক’লছনে এই উচ্চতাৰ বাবে পূৰ্বে ডেটিং কৰা আন পুৰুষৰ পৰা লাভ কৰা কিছু বিৰক্তিকৰ অভিজ্ঞতাৰ কথাও উল্লেখ কৰে। তেনে কোনো সংগীয়ে ক’লছনক হিল পৰিধান কৰাত বাধা দিয়াৰ বাবে তেওঁৰ মন ভাগি পৰা বুলি জানিবলৈ দিয়ে।

সম্ভাৱ্য জীৱনসংগীৰ আন গুণৰ ভিতৰত আছে হাস্যৰস থাকিব লাগিব, ক্ৰীড়া, জীৱ-জন্তু আৰু সৰু ল’ৰা-ছোৱালী ভাল পাব লাগিব। দীৰ্ঘ দূৰত্বৰ সম্পৰ্কত থাকিবলৈও তেওঁ সন্মতি প্ৰকাশ কৰিছে। কিন্তু পুৰুষগৰাকীয়ে ড্ৰাগছ সেৱন কৰিব নোৱাৰিব বুলি তেওঁ চৰ্ত দিয়ে।

আনহাতে ৰাজনৈতিক মতামত, ধৰ্মীয় বিশ্বাস আৰু জাতিগততা সম্পৰ্ক গঢ়াত বাধা দিব পৰা কোনো উপলক্ষ নহয় বুলি ক’লছনে উল্লেখ কৰে। বিবাহৰ প্ৰমাণ পত্ৰত চহী হোৱাৰ লগে লগেই নিৰ্দিষ্ট ধনৰাশি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে ক’লছনে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

October 11, 2026 7:00 pm
জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd