DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আনুষ্ঠানিকভাৱে পুনৰ পেৰিছ জলবায়ু চুক্তিত যোগদান আমেৰিকা যুক্তৰাষ্ট্ৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 19, 2021 8:23 pm
উৎস-ইণ্টাৰনেট

উৎস-ইণ্টাৰনেট

199
VIEWS
Share on FacebookShare on Twitter

অৱশেষত আমেৰিকা যুক্তৰাষ্ট্ৰই আনুষ্ঠানিকভাৱে পুনৰ পেৰিছ জলবায়ু চুক্তিত যোগদান কৰে।

২০১৫ চনত পেৰিছ জলবায়ু চুক্তি স্বাক্ষৰিত হৈছিল আৰু প্ৰথমৰে পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ ইয়াৰ অংশ আছিল।

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কাৰ্য্যকালৰ শেষৰফালে আমেৰিকাই পেৰিছ জলবায়ু চুক্তিৰ পৰা আতৰি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

অৱশেষত ১০৭ দিনৰ অন্তত আমেৰিকা যুক্তৰাষ্ট্ৰই পুনৰ পেৰিছ জলবায়ু চুক্তিত আনুষ্ঠানিকভাৱে যোগদান কৰে।

আমেৰিকাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ৰাষ্ট্ৰপতি হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰাৰ দিনটোতে আমেৰিকাই পুনৰ পেৰিছ জলবায়ু চুক্তিলৈ উভতি আহিব বুলি ঘোষণা কৰিছিল।

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়তো বাইডেনে তেওঁ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’লে পেৰিছ জলবায়ু চুক্তিত আমেৰিকাই পুনৰ যোগদান কৰিব বুলি কৈছিল।

বিশ্বৰ বিভিন্ন বিজ্ঞানী আৰু নেতা সকলে আমেৰিকাই আনুষ্ঠানিকভাৱে পেৰিছ জলবায়ু চুক্তিলৈ উভতি অহা বাবে ধন্যবাদ জ্ঞাপন কৰি দেশখনৰ সম্ভাষণ জনায়।

Recent News

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

ESIC 2022

Assam Career : ESIC, গুৱাহাটীত চিকিৎসকৰ পদ খালী, কিদৰে কৰিব আবেদন

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd