• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘এই সহায় আমি নাপাহৰো’; প্ৰধান মন্ত্ৰী আৰু ভাৰতবাসীক ধন্যবাদ জ্ঞাপন মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ

ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰো ভাৰতবাসীক কৃতজ্ঞতা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 9, 2020 10:20 am
modi_trump55_1566439211_1586236906_618x347 new

ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বুধবাৰে টুইটাৰযোগে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতীয় জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি প্ৰশংসা কৰে।

ভাৰত চৰকাৰে আমেৰিকাৰ বৰ্তমান সংকটৰ সময়ত হাইড্ৰ’ক্সিক্লৰ’কুইন যোগান ধৰিবৰ বাবে লোৱা সিদ্ধান্তৰ পাছতে ট্ৰাম্পে মোদী চৰকাৰ আৰু ভাৰতীয় জনসাধাৰণক কৃতজ্ঞতা জ্ঞাপন কৰে।

Apply Now

ক’ৰ’না মহামাৰীৰ সৈতে যুদ্ধৰ ক্ষেত্ৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে হাইড্ৰ’ক্সিক্লৰ’কুইন নামৰ মেলেৰিয়া প্ৰতিৰোধী ঔষধ বিধক খেল সলনি কৰিব পৰা ঔষধ হিচাপে অভিহিত কৰিছিল।

উল্লেখযোগ্য যে, ভাৰত চৰকাৰে জীৱন দায়িনী ঔষধৰ ৰপ্তানি বন্ধ কৰি থোৱাৰ পাছতে ট্ৰাম্পে ভাৰতক ভাবুকি প্ৰদান কৰিছিল আৰু ইয়াৰ পাছতে ভাৰতত ট্ৰাম্পক চোঁকা সমালোচনা কৰা হৈছিল।

আনহাতে, ট্ৰাম্পৰ ভাবুকিৰ পাছত ভাৰতেও আমেৰিকাৰ লগতে আন কিছু সংখ্যক দেশক হাইড্ৰ’ক্সিক্লৰ’কুইন যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

ভাৰত চৰকাৰৰ প্ৰত্যুত্তৰৰ ২৪ ঘণ্টাৰ ভিতৰত ট্ৰাম্পৰ সুৰ সলনি হৈছিল আৰু বুধবাৰে টুইটাৰত ট্ৰাম্পে ভাৰতক প্ৰশংসা কৰে।

‘‘বন্ধুত্বৰ বাবে বিশেষ সময়ৰ প্ৰয়োজন। হাইড্ৰ’ক্সিক্লৰ’কুইনৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তৰ বাবে  ধন্যবাদ ভাৰত আৰু ভাৰতীয় জনতা। আমি নাপাহৰো! কেবল মাত্ৰ ভাৰতৰ বাবে নহয় সমগ্ৰ মানৱ জাতিক সহায়ৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক ধন্যবাদ,’’ ড’নাল্ড ট্ৰাম্পে টুইটাৰত এনেদৰে লিখে।

ভাৰতে আমেৰিকাৰ লগতে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ আহ্বান মৰ্মে ব্ৰাজিললৈও হাইড্ৰ’ক্সিক্লৰ’কুইন যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
ভাৰতৰ এই সিদ্ধান্তৰ পাছতে ভাৰতক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেইৰ ব’লচোনাৰোৱে।

বুধবাৰে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি গৰাকীয়ে ৰামায়ণৰ হনুমানে হিমালয়ৰ পৰা সঞ্জীৱনি ঔষধ অনাৰ উদাহৰণ দি ভাৰতৰ পৰা হাইড্ৰক্সিক্লৰ’কুইন বিচাৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd