• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতক ৰঙা চকু দেখুওৱা চীনলৈ অশনি সংকেত : দক্ষিণ চীন সাগৰলৈ মাৰ্কিন যুদ্ধ জাহাজ প্ৰেৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 4, 2020 9:02 pm
image.jpgkk
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতক ৰঙা চকু দেওৱাই চীনে এইবাৰ নিজেই সংকটত পৰিব নেকি?

এই প্ৰশ্নই এতিয়া আন্তজাৰ্তিক মহলত ব্যাপক চৰ্চাৰ আৰম্ভ হৈছে।

Apply Now

লাডাখৰ ভাৰত-চীন সীমান্তত ভাৰতৰ সৈতে বিবাদ লিপ্ত হৈ থকাৰ সমান্তৰালভাৱে চীনে সৈন্য সঞ্চালনো বঢ়াই আনিছে।

এক প্ৰকাৰে ভাৰতক ৰঙা চকু দেখুওৱাই আহিছে চীনে।

তেনে সময়তে চীনে দখল কৰি ৰখা বিতৰ্কিত দক্ষিণ চীন সাগৰলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰই প্ৰেৰণ কৰিছে যুদ্ধবিমান কঢ়িয়াই নিয়া দুখনকৈ যুদ্ধ জাহাজ।

উল্লেখ্য যে দক্ষিণ চীন সাগৰৰ দখলদাৰীত্বকলৈ চীন আৰু উপকূলীয় দেশসমূহৰ লগতে আমেৰিকাৰ সৈতে দীৰ্ঘ দিন ধৰি বিবাদ চলি আহিছে।

যোৱা ৫ জুনত চীনে ঘোষণা কৰিছিল যে, দক্ষিণ চীন সাগৰৰ পাৰচেল দীপপুঞ্জৰ সমীপতে সামৰিক অনুশীলন চলাব।

ইফালে এই দ্বীপটোকলৈ চীন আৰু ভিয়েটনামৰ সৈতে দীৰ্ঘদিন ধৰি বিবাদ চলি আহিছে।

চীনৰ সামৰিক অনুশীলন চলি থকাৰ মাজতে মাৰ্কিন যুক্তৰাষ্ট্ৰই যুদ্ধবিমানবাহী জাহাজ প্ৰেৰণ কৰাত সমগ্ৰ অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে।

ইফালে হংকঙত চীনৰ আগ্ৰাসন আৰু দক্ষিণ চীন সাগৰৰ অঞ্চলৰ শুল্ককলৈ আমেৰিকা আৰু চীনৰ মাজত কূটনৈতিক সম্পৰ্ক অতি তিক্ত হৈ পৰিছে।

এনে এক পৰিস্থিতিত দক্ষিণ চীন সাগৰলৈ আমেৰিকাৰ দুই বৃহৎ যুদ্ধ জাহাজ প্ৰেৰণে দুই দেশৰ মাজৰ দ্বন্দ্বক অধিক তিক্ততৰ কৰিব তুলিব বুলি ধাৰণা কৰা হৈছে।

“ইন্দো-পেছিফিক অঞ্চলক স্বাধীন আৰু মুক্ত কৰাৰ স্বাৰ্থতেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। আমাৰ বন্ধু শক্তিলৈ দ্ব্যৰ্থহীন ভাষাত আমি এই বাৰ্তা প্ৰেৰণ কৰিছো।” চীনৰ নাম উল্লেখ নকৰাকৈ সংবাদ এজেঞ্চি ৰয়টাৰক এইদৰে কয় ইউ এছ ৰোনাল্ড ষ্ট্ৰাইক গ্ৰুপৰ কামাণ্ডাৰ জৰ্জ এম উইকৱফে।

ইফালে দক্ষিণ চীন সাগৰীয় অঞ্চলত সামৰিক উত্তেজনা বৃদ্ধিৰ বাবে আমেৰিকাক জগৰীয়া কৰিছে চীনে।

ভিয়েটনাম, কম্বোডিয়া, টাইৱান, ফিলিপাইনছ আদি দেশে বিশ্ব বাণিজ্যৰ কেন্দ্ৰ দক্ষিণ চীন সাগৰক চীনৰ প্ৰভাৱক বিৰোধ কৰি আহিছে।

আনকিএই সন্দৰ্ভত উপকূলীয় দেশকেইখনে চীন বিৰুদ্ধে সমূহীয়াভাৱে বিবৃতিও প্ৰদান কৰিছে।

মাৰ্কিন যুদ্ধবিবানবাহী দুখনকৈ বিশাল জাহাজে দক্ষিণ চীন সাগৰত প্ৰৱেশ কৰাৰ পিছত চীনে কি পদক্ষেপ গ্ৰহণ কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব দক্ষিণ চীন সাগৰৰ ভৱিষ্যৎ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd