• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মুখত শালমইনা ওলাইছে নেকি? এনেদৰে কৰক ইলাচীৰে নিৰাময়

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 13, 2020 7:49 pm

2 min read

cardamon

ইলাচী

36.3k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় মানুহে আঞ্জাৰ লগত প্ৰায়ে ইলাচী ব্যৱহাৰ কৰা দেখা যায়। খাদ্যৰ উপকৰণ হিচাপে প্ৰতিঘৰ মানুহৰ পাকঘৰতে উপলব্ধ ইলাচী।

উল্লেখ্য যে, এই ইলাচীয়ে কেৱল আঞ্জা সুস্বাদুৱেই নকৰে, ইলাচীয়ে মানুহক সুস্বাস্থ্যৰ অধিকাৰীও কৰি তোলে।

ইলাচীয়ে মানুহক বিভিন্ন ৰোগৰ পৰা মুক্ত কৰিও ৰাখিব পাৰে। ষ্ট’ন, ডিঙিৰ সমস্যা, টিবি, কৌষ্ঠকাঠিন্য আদি ৰোগ নিৰাময়ত ইলাচীয়ে প্ৰভূত অৰিহণা যোগায়।

তলত ইলাচীৰ কিছু উপকাৰিতাৰ বিষয়ে উল্লেখ কৰা হ’ল-

১) যিবোৰ মানুহৰ শালমইনাৰ সমস্যা আছে তেওঁলোকে ৰাতি শোৱাৰ পূৰ্বে গৰম পানীৰ সৈতে কিছুদিন একোটাকৈ ইলাচী খালে শালমইনা সমস্যাৰ পৰা উপশম পাব পাৰে।

২)  পেটৰ সমস্যাত ভোগী থকা মানুহে পুৱা খালী পেটত কুহুমীয়া পানীৰ সৈতে কিছুদিন এটাকৈ ইলাচী খালে পেটৰ সমস্যাৰ পৰা উপশম পাব পাৰিব।

৩) ৰাতি নিদ্ৰাহীনতাত ভোগা মানুহে ৰাতি শোৱাৰ পূৰ্বে গৰম পানীৰ সৈতে কিছুদিন এটাকৈ ইলাচী খালে নিদ্ৰাহীনতাৰ পৰা পৰিত্ৰাণ পাব পাৰে।

৪) গেছ, এছিডিটি, কৌষ্ঠকাঠিন্য, পেটৰ সমস্যা আদি সমস্যা, হেঁকটি মৰা আদিয়ো ইলাচীয়ে দূৰ কৰে।

৫) ইলাচী সিজোৱা পানী খালে মানুহৰ ষ্ট্ৰেছ দূৰ হয়। ইলাচী এটা খুন্দি গুৰি কৰি পানীত উতলাই সেই পানীত অকণ মৌ-ৰস দি কিছুদিন খালে মানুহৰ ষ্ট্ৰেছ দূৰ হয়।

৬) ইলাচী খালে মানুহৰ শৰীৰৰ দুৰ্বলতাও দূৰ হয়। দৈনিক খাদ্য প্ৰণালীত একোটাকৈ ইলাচী থাকিলে শৰীৰ সবল হোৱাৰ লগতে ওজনো ঠিকে থাকে।

৭) সেউজীয়া ইলাচী খালে মানুহৰ শ্বাসযন্ত্ৰৰ তেজৰ চলাচল সঠিকভাৱে চলি থাকে। ইলাচী খালে হাপানি, কাঁহ আদিৰ পৰাও পৰিত্ৰাণ পাব পাৰি।

Recent News

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

navbharat-times

ডিজিটাল হ’ল ভোটাৰ কাৰ্ড: কিদৰে ডাউনলোড কৰিব E-EPIC ভোটাৰ কাৰ্ড? জানক প্ৰতিটো পদক্ষেপ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd