• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এটা মোবাইল নম্বৰ ব্যৱহাৰ কৰিয়েই গোটেই পৰিয়ালৰ বাবে লাভ কৰিব পাৰে PVC আধাৰকাৰ্ড

এন ই নাও নিউজ by এন ই নাও নিউজ
November 16, 2020 9:51 am
aadhaar-card

প্ৰতিনিধিত্বমূলক ফটো।

3.2k
VIEWS
Share on FacebookShare on Twitter

ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড বা পান কাৰ্ডৰ দৰে পকেটত লৈ ফুৰিব পৰা পলিভিনাইল ক্ল’ৰাইড কাৰ্ড(PVC) আৰম্ভ কৰিছে UIDAIয়ে।

সুৰক্ষাজনিত সকলো অত্যাধুনিক ফিচাৰসমূহেৰে সমৃদ্ধ এই কাৰ্ড। ভাৰতত বসবাস কৰি থকা নাগৰিকসকলে ৫০টকাৰ বিনিময়ত এই কাৰ্ড লাব কৰিব পাৰে।

পৰিয়ালৰ কোনো এজন সদস্যৰ মোবাইল নম্বৰৰ জৰিয়তে অনলাইনত গোটেই পৰিয়ালৰ বাবে আধাৰ PVC কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে।

শেহতীয়াকৈ UIDAIয়ে টুইটাৰত এই তথ্য সদৰী কৰিছে।

#AadhaarPVCcard
You can use any mobile number to receive OTP for authentication, regardless of the registered mobile number in your Aadhaar. So, one person can order Aadhaar PVC cards online for the whole family.
Follow the link https://t.co/TVsl6WZqlp to order now. pic.twitter.com/ivoaQ7QgAN

— Aadhaar (@UIDAI) November 11, 2020

ইচ্ছুক ব্যক্তিয়ে PVC কাৰ্ডৰ বাবে  https://residentpvc.uidai.gov.in/order-pvcreprint to order now লিংকত গৈ আবেদন কৰিব পাৰে।

PVC আধাৰ কাৰ্ডৰ বাবে আবেদন প্ৰক্ৰিয়াটো এনেধৰণৰ:-

*https://residentpvc.uidai.gov.in/order-pvcreprint লিংকত যাওক।

* আধাৰ নম্বৰ বা ভাৰ্চুৱেল আইডেন্টিফিকেশ্যন নম্বৰ বা EID দিয়ক।

* ছিকিউৰিটি ফিচাৰৰ সৈতে আধাৰকাৰ্ড দেখা পোৱা যাব।

* OTP ত ক্লিক কৰক। ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ বা বিকল্প মোবাইল নম্বৰত অহা OTP ৰ জৰিয়তে আধাৰ কাৰ্ড অৰ্ডাৰ কৰিব লাগিব।

* ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত আধাৰ কাৰ্ড দেখা পোৱা যাব।

* m-Aadhaar Application ৰ জৰিয়তে টাইম বেছড ৱান টাইম পাছৱৰ্ডো (TOTP) ব্যৱহাৰ কৰিব পাৰি।

* OTP ছাবমিট কৰাৰ পাছত ফী আদায় দিব লাগিব আৰু তাৰপাছতে PVC আধাৰ কাৰ্ডৰ অৰ্ডাৰ কৰিব পাৰিব।

Recent News

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd