• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সামাজিক দূৰত্ব বজাই ৰখাৰ অভিনৱ বাৰ্তা; গছৰ ওপৰত ঘৰ সাজি বাস কৰিছে এজন লোকে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 12, 2020 7:27 am
Tree-house

ফটো: ছচিয়েল মিডিয়া

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে সামাজিক  দূৰত্ব বজাই ৰখাটোৱে হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়। ইয়াৰ বাবেই চৰকাৰে লকডাউনো ঘোষণা কৰিছে।

কিন্তু লকডাউনক উপেক্ষা কৰি এতিয়াও বহু লোক বাহিৰলৈ ওলাই আহিছে আৰু কৰ’নাৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি কৰিছে।

Apply Now

ইপিনে, আৰক্ষী প্ৰশাসনে লকডাউন সফল কৰি তোলাৰ বাবে এনেদৰে বিনা কাৰণে ওলাই অহা লোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে।

এনে এক সময়তে নিজৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশৰ এজন লোকে গছৰ ওপৰতেই অস্থায়ী ঘৰ সাজি লৈছে। কৰ’নাৰ সংক্ৰমণৰ শংকা দূৰ নোহোৱালৈকে গছৰ ডালতেই বাস কৰাৰ সিদ্ধান্ত লৈছে লোকজনে।

উত্তৰ প্ৰদেশৰ হাপুৰৰ অছোধাৰ বাসিন্দা মুকুল ত্যাগীয়ে লকডাউনৰ সময়ত বাহিৰলৈ  ওলাই যোৱাটো পছন্দ নকৰে।

কিন্তু নিজকে সুৰক্ষিত ৰখাৰ তাগিদা অনুভৱ কৰি ত্যাগীয়ে নিশাৰ ভিতৰতে গছৰ ডালত ঘৰ এটা বনোৱাৰ সিদ্ধান্ত লয়।

ত্যাগীয়ে অলপ কাঠ, গছৰ ডাল যোগাৰ কৰি গছৰ ওপৰতে ভালকৈ পাৰি লৈ তেওঁৰ ঘৰটো সজাই তোলে। গছৰ পৰা ওলমি থকা এখন দোলনাও সাজি লৈছে তেওঁ আৰু কেতিয়াবা সেই দোলনাত আৰাম কৰিছে।

মুকুল ত্যাগীয়ে তেওঁৰ এই অস্থায়ী ঘৰলৈ কিছু কিতাপ পত্ৰও লৈ গৈছে। লকডাউনৰ এই দীঘলীয়া জিৰণিৰ সময়ত মানসিক খোৰাক দিব পৰা এক আহিলা কিতাপ।

পৰিয়ালৰ লোকে সময়ত গছৰ তললৈ আহি তেওঁক খোৱাবস্তু যোগান ধৰিছে। এনেদৰেই দিন কটাইছে ত্যাগীয়ে।

মুকুল ত্যাগীয়ে তেওঁৰ এই অভিনৱ পন্থাৰ বিষয়ে কয়,’’আমাৰ সকলোৰে ভালৰ বাবেই সামাজিক দূৰত্ব বজাই ৰাখিবলৈ কোৱা হৈছে। কিন্তু বহুতেই সেই কথা শুনা নাই। মই এই সময়ত সামাজিক দূৰত্ব বজাই ৰখাৰ পক্ষত। সেয়েহে গছৰ ওপৰতেই ঘৰ কৰিছো। এয়া এক সুকীয়া অভিজ্ঞতা আৰু মোৰ ভালেই লাগিছে।‘’

গছৰ ওপৰত ত্যাগীৰ এই ঘৰ সজা কামত তেওঁক সহায় কৰিছে পুত্ৰই। গছৰ শুকান ডাল-পাত আদি যোগাৰ কৰি দিছে পুত্ৰই।

ইতিমধ্যেই এই বৃক্ষগৃহৰ গৰাকীৰ ছবি ইন্টাৰনেটৰ জৰিয়তে ভাইৰেল হৈ পৰিছে। সামাজিক দূৰত্ব বজাই ৰখাৰ গুৰুত্ব দাঙি ধৰি মুকুল ত্যাগীয়ে সমাজলৈ যেন এক বাৰ্তাহে প্ৰেৰণ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd