• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰাখণ্ডৰ মুখ্য মন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাট কোভিড প’জিটিভ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 18, 2020 4:16 pm

1 min read

উত্তৰাখণ্ডৰ মুখ্য মন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাট কোভিড প’জিটিভ
1.6k
VIEWS
Share on FacebookShare on Twitter

উত্তৰাখণ্ডৰ মুখ্য মন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটৰ শৰীৰত কোভিডৰ উপস্থিতি ধৰা পৰিছে।

উত্তৰাখণ্ডৰ মুখ্য মন্ত্ৰী গৰাকীয়ে শুকুৰবাৰে টুইটাৰযোগে তেওঁ কোভিড প’জিটিভ হোৱা বুলি প্ৰকাশ কৰে।

‘‘মই কোভিড প’জিটিভ হৈছো সেইবাবে চিকিৎসকৰ পৰামৰ্শ অনুসৰি মই হোম আইছ’লেশ্যনত আছো। মই বিগত সময়ছোৱাত মোৰ সংস্পৰ্শলৈ অহা প্ৰতিগাৰকী ব্যক্তিকে এবাৰ পৰীক্ষা কৰি লবলৈ অনুৰোধ জনাইছো,’’ উত্তৰাখণ্ডৰ মুখ্য মন্ত্ৰী গৰাকীয়ে টুইটাৰত এইদৰে লিখে।

উত্তৰাখণ্ডৰ মুখ্য মন্ত্ৰী কোভিড প’জিটিভ হোৱাৰ পাছত ৰাজ্যখনৰ প্ৰায় সকলোবোৰ দলীয় তথা বিৰোধী নেতাই ৰাৱাটৰ আশু আৰোগ্য কামনা কৰিছে।

উল্লেখযোগ্য যে, ভাৰতৰ ভালেসংখ্যক ৰাজনৈতিক কোভিডৰ দ্বাৰা আক্ৰান্ত হৈছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহকে ধৰি ভালেসংখ্যক কেন্দ্ৰীয় মন্ত্ৰী কোভিড প’জিটিভ হোৱাৰ বিপৰীতে মধ্যপ্ৰদেশৰ মুখ্য মন্ত্ৰী, কৰ্ণাটকৰ মুখ্য মন্ত্ৰী, মেঘালয়ৰ মুখ্য মন্ত্ৰীৰ শৰীৰতো কোভিডৰ উপস্থিতি ধৰা পৰিছে।

আনহাতে, হাৰিয়ানৰ স্বাস্থ্য মন্ত্ৰীৰ শৰীৰত পৰীক্ষামূলকভাৱে কোভিড ভেকচিন গ্ৰহণ কৰাৰ পাছতো কোভিডৰ উপস্থিতি ধৰা পৰিছিল।

Recent News

a mam

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd