DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Vaccinated 30 Students With 1 Syringe মধ্য প্ৰদেশত ভয়ংকৰ ঘটনাঃ ৩০টিকৈ কণমানিক একেটা চিৰিঞ্জেৰেই দিলে ভেকছিন

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
July 28, 2022 9:24 am
155
VIEWS
Share on FacebookShare on Twitter

এটি নহয়, দুটি নহয় ৩০ টিকৈ কণমানি শিশুক একেটা চিৰিঞ্জেৰেই কোভিডৰ ভেকচিন দিয়াৰ কথাই এতিয়া সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনা ঘটিছে মধ্যপ্ৰদেশৰ সাগৰ জিলাত। সাগৰ নামৰ ঠাই খনত অৱস্থিত জৈন পাব্লিক হায়াৰ চেকেণ্ডাৰী স্কুলত স্কুলীয়া ছাত্ৰ-ছাত্ৰী একেটা চিৰিঞ্জেৰেই কোভিডৰ ভেকচিন প্ৰদান কৰাৰ পিছতে শংকিত হৈ পৰিছে অভিভাৱকসকল।

একেটা চিৰিঞ্জেৰেই ব্যৱহাৰ কৰাৰ ফলত এইছআইভি, হেপাটাইটিছ আদি ৰোগ সংক্ৰমিত হোৱাৰ আশংকা ৰৈ যায়। কিন্তু তেনে আশংকাৰ প্ৰতি যেন কোনো ভ্ৰুক্ষেপেই নকৰিলে মধ্য প্ৰদেশৰ স্বাস্থ্য বিভাগৰ একাংশ লোকে।

একেটা চিৰিঞ্জেৰেই ৩০ জনকৈ ছাত্ৰ-ছাত্ৰীক ভেকছিন প্ৰদান কৰা জীতেন্দ্ৰ নামৰ লোকজনে প্ৰকাশ কৰা মতে কৰ্তৃপক্ষই হেনো তেওঁক ছাত্ৰ-ছাত্ৰীসকলক মাত্ৰ এটা চিৰিঞ্জেই ভেকছিন দিবলৈ কৈছিল।

এই ক্ষেত্ৰত তেওঁৰ দোষ ক’ত বুলিও জীতেন্দ্ৰই ওলোটাই প্ৰশ্নহে কৰিছে। জীতেন্দ্ৰই কয়’ মোক যি কৰিবলৈ কোৱা হৈছিল সেয়াই কৰিছিলোঁ।’

এই ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছতে সাগৰ জিলা প্ৰশাসনে জিতেন্দ্ৰৰ লগতে ভেকছিন প্ৰদানৰ দায়িত্বত থকা জিলা টিকাকৰণ বিষয়া ড০ ৰাকেশ ৰোশনৰ বিৰুদ্ধে বিভাগীয় তদন্ত ঘোষণা কৰিছে।

সাগৰ জিলাৰ মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়াক ঘটনাটোৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি জানিব পৰা গৈছে।

Recent News

IIT Guwahati

Assam Career : IIT Guwahati প্ৰশাসনিক সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ অন্যতম কাৰ্যসূচী হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক সজাগতা ৰেলী টীয়কত

দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ অন্যতম কাৰ্যসূচী হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক সজাগতা ৰেলী টীয়কত

Maina nayak মইনা নায়কক মন্ত্ৰী সঞ্জয় কিষাণে প্রদান কৰিলে ১৩ লাখ ৪১হাজাৰ ৪৯৮ টকাৰ চেক

Maina nayak মইনা নায়কক মন্ত্ৰী সঞ্জয় কিষাণে প্রদান কৰিলে ১৩ লাখ ৪১হাজাৰ ৪৯৮ টকাৰ চেক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd