• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভেকচিনলৈ ভয় কিহৰ? ভাৰতে যোগান ধৰা ভেকচিনেই গ্ৰহণ কৰি আছে বিশ্বৰ গৰিষ্ঠ সংখ্যক লোকে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 4, 2021 2:54 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশৰ লগতে অসমতেো আৰম্ভ হৈছে ঘৰে ঘৰে কোভিড ভেকচিন প্ৰদানৰ কাৰ্যসূচী।

এই কাৰ্যসূচীলৈ ৰাজ্যৰ বহু লোকে সঁহাৰি জনাইছে যদিও বহুতে আকৌ স্বাস্থ্য কৰ্মী, প্ৰশাসনৰ লোকক দেখিলেই দূৰতে বিদূৰ হোৱাৰো চেষ্টা চলাইছে।

বিগত কেইটামান দিনত সেয়ে ভেকচিন গ্ৰহণকলৈ ৰাজ্যৰ বিভিন্ন স্থানত সৃষ্টি হোৱা কেতবোৰ বিশেষ ঘটনাই ছ’চিয়েল মিডিয়াৰ লগতে টেলিভিছন আৰু আন সংবাদ মাধ্যমত বহুতোকে হাঁহিৰ খোৰাক যোগাইছে।

যিকিনঙঁক ভেকচিনৰ প্ৰতি ভয় যে কেৱল সমাজৰ একাংশ অশিক্ষিত লোকৰ মাজতেই আছে তেনে নহয়, বহু শিক্ষিত লোকেও আনকি ভেকচিন বুলি ক’লেই সাত জাঁপ মৰা দেখিবলৈ পোৱা গৈছে।

Apply Now

অন্ধ বিশ্বাসেই নহওঁক বা আন কোনো কাৰণতেই হওঁক কোভিডৰ ভেকচিন ল’বলৈ বহুতেই থেৰো-গেৰো কৰি থকা কথাই সম্পূৰ্ণ ভেকচিন প্ৰদান প্ৰক্ৰিয়াত যে বিৰূপ প্ৰভাৱ পেলাব সেয়া ধুৰূপ।

কিন্তু যি ভেকচিনক ল’বলৈ বহুতে ভয় কৰি আছে আছে তেওঁলোকৰ বহুতেই হয়তো নাজানে যে বিশ্বৰ গৰিষ্ঠ সংখ্যক লোকে ভাৰতত প্ৰস্তুত কৰা ভেকচিনেই গ্ৰহণ কৰি আছে।

তেওঁলোকৰ মাজৰে কোনো লোকৰেই ভেকচিন লোৱাৰ পিছত ক্ষতি হোৱাৰ তথ্য আজিলৈকে পোৱা হোৱা নাই। বিশ্বৰ কোভিড ভেকচিনৰ ৭০ শতাংশই যোগান ধৰি আহিছে ভাৰতে।

সংসদৰ মজিয়াত এই তথ্য সদৰী কৰিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱ্যই।

ক’ৰ’না অতিমাৰী বিষয়ক প্ৰশ্নৰ উত্তৰ দি লোকসভাত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় বিজ্ঞানীসকলে কোভিডৰ দুবিধ ভেকচিন ক্ৰমে কোভাক্সিন আৰু জাইকোভি-ডি সম্পূৰ্ণ থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি উদ্ভাৱন কৰি উলিয়াবলৈ সক্ষম হৈছে।

তেওঁ কয় যে কোভিডৰ পূৰ্বে ভাৰতে বিদেশৰ পৰা এন-৯৫ মাস্ককে ধৰি পিপিএ কিট,ভেণ্টিলেটৰ আদি আমদানি কৰিবলগীয়া হৈছিল।কিন্তু এতিয়া ভাৰতে এনেবোৰ সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰিব পৰা হৈছে।

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে ২০২১ চনৰ ১১ এপ্ৰিললৈকে ভাৰতৰ ২০ টা প্ৰকল্পত এমাহতে ৩০,০০০ ৰেমডিছিভিৰ ইঞ্জেকছন প্ৰস্তুত কৰা হৈছিল। এনে প্ৰকল্পৰ সংখ্যা পূৰ্বৰ ২০ টাৰ ঠাইত ৬০ টা কৰাৰ পিছতে এমাহত ৰেমডিছিভিৰ ইঞ্জেকছনৰ উৎপাদন ১০ নিযুতলৈ বৃদ্ধি পাইছে।

দেশৰ বিভিন্ন প্ৰান্ত ১,২২৫ টা অক্সিজেন প্লেণ্ট স্থাপন কৰা হৈছে। সম্প্ৰতি নতুনকৈ ৮২৯ টা অক্সিজেন প্লেণ্ট স্থাপনৰ কাম চলি আছে বুলি তেওঁ মন্তব্য কৰে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

June 21, 2026 10:03 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 21, 2026 8:53 am
কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

June 21, 2026 8:33 am
কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

June 21, 2026 7:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

June 21, 2026 10:03 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 21, 2026 8:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd