DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, January 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লুইতৰ বুকুত বাজপেয়ীৰ অস্থি বিসৰ্জন সোণোৱালৰ; আয়োজন সৰ্বধৰ্মীয় প্ৰাৰ্থনা, উপস্থিত মিত্ৰদলৰ নেতা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 23, 2018 7:04 pm
ashes of former prime minister Atal Bihari Vajpayee were immersed in Holy River Brahamaputra,Guwahati by Chief Minister of Assam Sarbananda Sonowal,BJP state president Ranjeet kumar Das along with other senior bjp leaders in Guwahati on 23-08-18.pix by ub photos
96
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ ভৰলুমুখৰ লাচিত পাৰ্কৰ সমীপত বৃ্হস্পতিবাৰে আবেলি ৪:২০ বজাত ব্ৰহ্মপুত্ৰৰ বুকুত বিসৰ্জন দিয়া হয় সদ্যপ্ৰয়াত প্ৰাক্তন প্ৰধান মন্ত্ৰী অস্থি।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু দলৰ উত্তৰ-পূবৰ দায়িত্বত থকা অজয় জামৱাল আৰু দলৰ লগতে আটাইকেইটা মিত্ৰদলৰ নেতা-নেত্ৰীৰ উপস্থিতিত ব্ৰহ্মপুত্ৰৰ বুকুত অস্থি বিসৰ্জন কাৰ্য্য সমাপন কৰে।

শতাধিক গুণমুগ্ধৰ উপস্থিতিত অস্থি বিসৰ্জনৰ পূৰ্বে ব্ৰহ্মপুত্ৰৰ পাৰৰ ভৰলুমুখস্থিত লাচিত পাৰ্কত প্ৰায় ১ ঘণ্টা ধৰি এখন সৰ্বধৰ্ম প্ৰাৰ্থনা সভাও অনুষ্ঠিত হয়।

বিজেপিৰ বিজয়া চক্ৰৱৰ্তী, ৰমেন ডেকা, অতুল বৰা, চন্দ্ৰমোহন পাটোৱাৰী, সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, ৰমাকান্ত দেউৰী, আঙুৰলতা, সুমন হৰিপ্ৰিয়া, শিলাদিত্য দেব, পিযুষ হাজৰিকা, মুখ্য মন্ত্ৰীৰ উপদেষ্টা হৃষীকেশ গোস্বামী, শান্তনু ভৰালী আদিৰ লগতে অস্থি বিসৰ্জন পৰ্বত মিত্ৰ দল অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বিপিএফৰ প্ৰমিলাৰাণী ব্ৰহ্মও উপস্থিত থাকে।

বুধবাৰে নতুন দিল্লীৰ পৰা গুৱাহাটী আহি পোৱা বাজপেয়ীৰ অস্থি কলহ ৰাতিটো হেঙেৰাবাৰীত থকা বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্য্যালয়ত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ অৰ্থে ৰখাৰ পিছত বৃহস্পতিবাৰে শতাধিক দলীয় নেতা-কৰ্মীৰ শোভাযাত্ৰাৰে চানমাৰি হৈ উজান বজাৰৰ লতাশিল খেলপথাৰত উপস্থিত হয়।

লতাশিল খেলপথাৰৰ পৰা সকলোৱে খোজ কাঢ়ি সমদল কৰি গৈ অস্থি বিসৰ্জন থলীত উপস্থিত হয়।

Recent News

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd