• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰে’লৰ সুৰক্ষিত চলাচল নিশ্চিত কৰিবলৈ উত্তৰ-পূব সীমান্ত ৰে’লৱেই গ্ৰহণ কৰিছে বিভিন্ন ব্যৱস্থা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2023 8:36 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰে’ল সুৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন মাপকাঠিৰ ক্ৰমাগত নিৰীক্ষণ হৈছে এক নিৰন্তৰ প্ৰক্ৰিয়া আৰু ইয়াক বজায় ৰখা আৰু উন্নত কৰাৰ বাবে অবিৰত প্ৰয়াস চলাই থকা হয়।সম্পদ ৰক্ষণা বেক্ষণৰ দুৰ্বল ক্ষেত্ৰসমূহ চিনাক্ত কৰাৰ উদ্দ্যেশ্যেৰে ৰে’লৱে আন্তঃগাঁথনিৰ ওপৰত নিয়মীয়া ব্যৱধানত সুৰক্ষা অডিট/নিৰীক্ষণ কৰা হয়।

দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ উপায় আৰু দিশসমূহ উপলব্ধ কৰাৰ বাবে সুৰক্ষা প্ৰক্ৰিয়া অনুসৰণ কৰা হয়।ইয়াৰ উপৰিও, কৰ্মচাৰীসকলৰ মাজত সুৰক্ষাৰ সচেতনতা পৰীক্ষা কৰিবলৈ আৰু সম্পত্তিৰ তত্বাৱধানকে ধৰি সুৰক্ষাৰ দিশসমূহ ত্বৰান্বিত কৰাৰ বাবে সময়ে সময়ে সাময়িকভাৱে সুৰক্ষা অভিযান চলোৱা হয়।  

ৰে’ল পৰিচালনত সুৰক্ষা আৰু সম্পত্তিৰ নিৰ্ভৰযোগ্যতা উন্নত কৰাৰ লগতে অধিক আয়ুৰ সম্পদসমূহৰ সময়মতে প্ৰতিষ্ঠাপন, ট্ৰেক,ৰোলিংষ্টক, চিগনেলিং আৰু ইণ্টাৰলকিং প্ৰণালীৰ উন্নীতকৰণ আৰু তত্বাৱধানৰ বাবে উপযুক্ত প্ৰযুক্তি গ্ৰহণ, সুৰক্ষা অভিযান, কৰ্মচাৰীসকলৰ প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰা, নিৰীক্ষণৰ বাবে নিয়মিত ব্যৱধানত পৰিদৰ্শন কৰা আৰু সুৰক্ষা অনুশীলন পালন কৰাৰ অৰ্থে কৰ্মচাৰীসকলক শিক্ষিত কৰি তোলা হয়।

Apply Now

দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ ব্যৱহাৰ কৰা সুৰক্ষা সঁজুলি/পদ্ধতিসমূহৰ ভিতৰত আছে ইলেক্ট্ৰনিক ইণ্টাৰলকিং, ট্ৰেকচাৰ্কিটিং, ব্লকপ্ৰুভিং এক্সেলকাউণ্টাৰ (বিপিএচি), কালাৰলাইট এলইডিচিগনেল, ৰে’ল সুৰক্ষা সতৰ্কতা প্ৰণালী (টিপিডব্লিউএছ), ম’বাইল ট্ৰেইন ৰেডিঅ’ কমিউনিকেচন (এমটিআৰচি), সমৰ্পিত ও এফচি আধাৰিত একোষ্টিক চেঞ্চিংচিষ্টেম, ভিজিলেন্স কন্ত্ৰোল ডিভাইচ (ভিচিডি), ফগপাছ ডিভাইচ, প্ৰি-ষ্ট্ৰেচ ডকংক্ৰিট শ্লীপাৰ, আল্ট্ৰাচনিক ফ্লো ডিটেকচন চিষ্টেমৰ (ইউএছএফডি)বাবে ডিজিটেল প্ৰকাৰৰ মেচিন ব্যৱহাৰ কৰা।

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বহুতো স্থানত চিষ্টেম মনিটৰিং আৰু প্ৰিডিক্টিভ মেইনটেনেন্স চেন্টাৰ স্থাপন কৰা হৈছে। এই প্ৰণালীটোৱে দূৰৱৰ্তীভাৱে সংকেত আৰু দূৰসংযোগ সম্পদ সম্পৰ্কীয় বিফলতা নিৰীক্ষণ আৰু নিৰ্ণয় কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd