• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰৰ মহিলা দেহ ব্যৱসায়ৰ লগত জড়িত; গীত কামৰূপাৰ বিতৰ্কিত মন্তব্যৰ পাছতে বিভিন্ন দল-সংগঠনৰ এজাহাৰ দাখিল

পাৰ্শ্বজোতি গগৈ by পাৰ্শ্বজোতি গগৈ
August 27, 2020 9:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘‘শিৱসাগৰৰ মহিলা দেহ ব্যৱসালয় লগত জড়িত। দেহোপজীৱিনীৰে ভৰি আছে শিৱসাগৰ। শিৱসাগৰৰ সকলো দল সংগঠন এই বেশ্যা বৃত্তিত জড়িত,’’ এই মন্তব্যৰে ঐতিহাসিক আহোম ৰাজধানী শিৱসাগৰৰ মহিলাক অপমান কৰিছিল অসমৰ এগৰাকী স্বয়ম্ভু তথা ছদ্ম নামধাৰী লেখিকা গীত কামৰূপাই।

গীত কামৰূপাৰ এই মন্তব্যৰ পিছতেই আজি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় শিৱসাগৰত।  আছু, ঐক্য সেনা, কলিতা ছাত্ৰ সন্থা, উজনি অসম মুছলিম কল্যাণ পৰিষদ, আহোম জাতীয় গণ মঞ্চ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, সমগ্ৰামী যুৱ ছাত্ৰ পৰিষদকে ধৰি বহু দল সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে গীত কামৰূপাৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰে।

Apply Now

১২ ঘন্টাৰ ভিতৰত শিৱসাগৰৰ কোন-কোন দল সংগঠনে শিৱসাগৰৰ মহিলাক বেশ্যা বৃত্তিত জড়িত কৰি আছে সেই তথ্য ফাদিল কৰিবলৈ দাবী জনাই সংগঠন কেইটাই অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলিও সকীয়াই দিয়ে।

গীত কামৰূপা নামৰ তথাকথিত মহিলা গৰাকীয়ে শিৱসাগৰত পঞ্জীয়ণভুক্ত ১,৫০০ গৰাকী দেহোপজীৱিনী থকাৰ লগতে অপঞ্জীয়ণভুক্ত ৬০০০ গৰাকী দেহোপজীৱিনী থকা বুলি মন্তব্য কৰিছিল।

শিৱসাগৰৰ সকলো দল সংগঠন ইয়াৰ লগত জড়িত বুলিও বিস্ফোৰক মন্তব্য কৰিছিল মহিলা গৰাকীয়ে।

প্ৰশ্ন হয় গীত কামৰূপাই কোৱাৰ দৰে শিৱসাগৰ জিলা প্ৰশাসনৰ চকুৰ সন্মুখতেই চলি আছে নেকি বৃহৎ দেহ ব্যৱসায় চক্ৰ। কিয় সাঙুৰি আনিলে শিৱসাগৰ জিলা প্ৰশাসনৰ নাম?

শিৱসাগৰ জিলা প্ৰশাসনৰ হাতত যদি এনে তথ্য আছিল কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে দল সংগঠনৰ বিৰুদ্ধে। এই ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰসাসনক স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায় দল সংগঠন সমূহে।

তদুপৰি গীত কামৰূপা নামৰ স্বয়ম্ভু লেখিকা গৰাকীৰ বিৰুদ্ধে প্ৰশাসনৰ ফালৰ পৰা আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

গীত কামৰূপাই ৬০ শতাংশ মুছলমান মানুহ থকা শিৱসাগৰত দৈনিক লাভ দেহাদৰ ঘটনা বৃদ্ধি পোৱাৰ লগতে ৰংঘৰ, তলাতল ঘৰৰ কাষৰ মাটি প্ৰাক্তন মুখ্য মন্ত্ৰী আনোৱাৰা তাইমূৰে মুছলমান মানুহক প্ৰদান কৰা বুলি বিতৰ্কিত মন্তব্য কৰিছিল।

সাম্প্ৰদায়িক মন্তব্যৰে শিৱসাগৰত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ চেষ্ঠা কৰা আৰু শিৱসাগৰৰ মহিলাক দেহেপজীৱিনী আখ্যা দিয়া গীত কামৰূপাৰ বিৰুদ্ধেও শিৱসাগৰ সদৰ থানাত আছু, ঐক্য সেনা, অনুসূচীত জাতি ছাত্ৰ সন্থা, অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কলিতা ছাত্ৰ সন্থা, বৃহত্তৰ মহিলা মঞ্চকে ধৰি যৌথ সংগ্ৰামী মঞ্চৰ হৈ বহু কেইটা সংগঠনে এজাহাৰ দাখিল কৰে।

পাৰ্শ্বজোতি গগৈ

পাৰ্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd