• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এখন ৰাজ্য, য’ত এতিয়াও গাড়ীত লিখা থাকে মালিকৰ জাত-পাত, প্ৰতিবাদৰ পিছত কি ক’লে চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 28, 2020 3:00 pm
a bbb
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিজিটেল যুগত এতিয়া মানুহে উন্নতিৰ জখলাৰে ক্ৰমাৎ আগুৱাই গৈছে।

সময় যোৱাৰ লগে লগে উন্নত হৈছে মানুহৰ চিন্তা-ভাৱনা।

Apply Now

কিন্তু দেশত এতিয়াও এখন ৰাজ্য আছে য’ত বাহনত লিখা থাকে গাড়ীৰ মালিকৰ জাত-পাতৰ কথা।

গাড়ীৰ মালিক ব্ৰাহ্মণ নে ক্ষত্ৰিয় নে যাদৱ  সেই কথা গাড়ীত লগাই থোৱা ষ্টিকাৰৰ পৰাই বুজিব পাৰি।

গাড়ীত জাত-পাতৰ উল্লেখ থকা ৰাজ্য খন হৈছে যোগী আদিত্য নাথ নেতৃত্বাধীন উত্তৰ প্ৰদেশ।

উত্তৰ প্ৰদেশৰ প্ৰায় সংখ্যক বাহনতেই উল্লেখ থাকে গাড়ীৰ গৰাকীৰ জাত-পাতৰ কথা।

ৰাজ্যখনত বংশ মৰ্যাদা বুজাবলৈ চাৰিচকীয়া বাহন অথবা মটৰ চাইকেল আদিত জাতৰ কথা উল্লেখ কৰাটো এতিয়া সাধাৰণ কথাত পৰিণত হৈছে।

দেশৰ ভিতৰত উত্তৰ প্ৰদেশতেই জাত-পাতৰ বিচাৰ আজিও শক্তিশালী ৰূপত বৰ্তি আছে।

ৰাজ্যখনৰ দলিত সম্প্ৰদায়ৰ লোকসকলে আজিও মানুহ হিচাবে জীয়াই থকাৰ অধিকাৰ পোৱা নাই। দলিত যুৱতীক বলাৎকাৰ কৰি ঘটনাক অন্য ৰূপ দিয়াৰ চেষ্টা চলোৱা হৈছে।

ইয়াৰ মাজতে ২০০৩ চনৰে পৰা ৰাজ্য খনত যান-বাহনত জাত-পাতৰ উল্লেখ কৰা প্ৰথাটো জনপ্ৰিয় হৈ পৰে।

ৰাজ্যখনত প্ৰচলিত এনে নিয়মৰ বিৰুদ্ধে ব্যাপক প্ৰতিক্ৰিয়া হোৱাৰ পিছতে উত্তৰ প্ৰদেশৰ অতিৰিক্ত পৰিবহন আয়ুক্ত মুকেশ চন্দ্ৰই এক নিৰ্দেশনা জাৰি কৰিবলৈ বাধ্য হৈছে।

মহাৰাষ্ট্ৰ হৰ্ষল প্ৰভু নামৰ লোক জনে প্ৰধানমন্ত্ৰীক এই ঘটনাৰ বিষয়ে উল্লেখ কৰি চিঠি লিখাৰ পিছতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ হেঁচাতে উত্তৰ প্ৰদেশৰ চৰকাৰে গাড়ীত জাত-পাত লিখা বন্ধ কৰিবলৈ তৎপৰ হৈ পৰিছে।

এতিয়াৰে পৰা যিবোৰ গাড়ীত জাত-পাতৰ কথা উল্লেখ থাকিব তেনে গাড়ী বাজেয়াপ্ত কৰা হ’ব বুলি চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm
বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

September 14, 2026 5:08 pm
গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

September 14, 2026 4:04 pm
প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

September 14, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm
বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

September 14, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd