• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিষেধাজ্ঞা নেওচি ভাৰতলৈ নেপালৰ বিলাহী: ঘোচ লৈ চাকৰি হেৰুৱালে বিষয়াই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 19, 2023 8:05 am
tomatoe price
2k
VIEWS
Share on FacebookShare on Twitter

ভাৰতত আকাশলংঘী হৈছে বিলাহীৰ দাম। বিলাহীৰ এই অকল্পনীয় দৰ বৃদ্ধিক লৈ চৰ্চাৰ জোৱাৰ উঠিছে সামাজিক মাধ্যমৰ লগতে ৰাজনৈতিক মঞ্চতো। দেশৰ বিভিন্ন স্থানৰ পৰা পোহৰলৈ আহিছে বিলাহী কেন্দ্ৰিক নানা ঘটনা।

বিলাহীৰ এই চৰ্চাৰ মাজতে ধৰা পৰিছে চুবুৰীয়া দেশ নেপালৰ পৰা ভাৰতলৈ বিলাহী সৰবৰাহৰ ঘটনা। লক্ষণীয়ভাৱে চুবুৰীয়া দেশখনৰ পৰা ভাৰতলৈ শাক-পাচলি আমদানি কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

পিছে এই নিষেধাজ্ঞা উলংঘা কৰি দুখন গাড়ীয়ে নেপালৰ পৰা ভাৰতলৈ বিলাহীকে ধৰি আন শাক-পাচলি ভাৰতলৈ অনাৰ ভিডিঅ’ চিচিটিভি কেমেৰাত বন্দী হৈছে। সীমান্ত আৰক্ষীয়ে এই বাহন দুখন আটক কৰি ভাৰত-নেপাল সীমান্তত থকা ভাৰতীয় শুল্ক কাৰ্যালয়লৈ প্ৰেৰণ কৰে।

কিন্তু ধনৰ বিনিময়ত সৰবৰাহকাৰী কেইগৰাকীক এৰি দিয়ে বিভাগৰ বিষয়াসকলে। ইয়াৰ পিছতে তাৎক্ষণিকভাৱে শুল্ক কাৰ্যালয়ৰ সকলো বিষয়াক নিলম্বন কৰা হয়।

উল্লেখ্য যে ভাৰতত বিলাহীৰ মূল্য ১০০ ৰ পৰা ১৫০ টকা হোৱাৰ বিপৰীতে নেপালত প্ৰতি কেজি বিলাহীৰ মূল্য ৬০ টকা। কিন্তু ভাৰতলৈ একাধিক শাক-পাচলিৰ আমদানিত নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে নেপালৰ ব্যৱসায়ীসকলৰ সমুখত সমস্যাৰ সৃষ্টি কৰিছে।

Recent News

বিপদত পতঞ্জলি! সন্দেহজনক বিত্তীয় লেনদেনক লৈ ৰামদেৱৰ কোম্পানীলৈ জাননী

বিপদত পতঞ্জলি! সন্দেহজনক বিত্তীয় লেনদেনক লৈ ৰামদেৱৰ কোম্পানীলৈ জাননী

উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ অসম আৰক্ষীয়ে আটক কৰা মহিলাৰ পুত্ৰ; শুনানি গ্ৰহণ কৰিব মুখ্য ন্যায়াধীশে

উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ অসম আৰক্ষীয়ে আটক কৰা মহিলাৰ পুত্ৰ; শুনানি গ্ৰহণ কৰিব মুখ্য ন্যায়াধীশে

অনবদ্য ৰোহিত! সীমাৰ ভিতৰতে স্তব্ধ গীল-সুদৰ্শনৰ দল; গুজৰাটক পৰাস্ত কৰি কোৱালিফায়াৰত মুম্বাই

অনবদ্য ৰোহিত! সীমাৰ ভিতৰতে স্তব্ধ গীল-সুদৰ্শনৰ দল; গুজৰাটক পৰাস্ত কৰি কোৱালিফায়াৰত মুম্বাই

চাণক্য নীতি : নতুন বছৰত এই তিনিটা প্ৰাণীৰ পৰা শিকক জীৱনৰ কথা

চাণক্য নীতি : নতুন বছৰত এই তিনিটা প্ৰাণীৰ পৰা শিকক জীৱনৰ কথা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd