• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গীত কামৰূপা আৰু সত্য ৰঞ্জন বৰাকলৈ উত্তপ্ত শিৱসাগৰ : ৰাজ আতিথ্য দিয়াৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে

অগ্ৰিম জামিন লৈ শিৱসাগৰ সদৰ থানাত হাজিৰ গীত কামৰূপা; অভিভাৱক হিচাপে লগত সত্যৰঞ্জন বৰা

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
September 16, 2020 7:25 pm
20200916_183433
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত শিৱসাগৰ আৰক্ষীৰ তিনিখন চমন লাভ কৰাৰ পাছত শিৱসাগৰ সদৰ আৰক্ষী থানাত হাজিৰ হয় বহু বিতৰ্কিত নাৰী গীত কামৰূপা।

আজি দুপৰীয়া শিৱসাগৰ সদৰ আৰক্ষী থানাত হাতত অগ্ৰিম জামিন লৈ হাজিৰ হয় গীত কামৰূপা। তেওঁৰ লগত অভিভাৱক হিচাপে সংগ দিয়ে অসমৰ বিভিন্ন স্থানত সাম্প্ৰদায়িক মন্তব্যৰে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ চেষ্ঠা কৰা বহু বিতৰ্কিত গেৰুৱা বসনধাৰী নেতা সত্যৰঞ্জন বৰা।

Apply Now

শিৱসাগৰ নাৰী দেহোপজীৱিনী আৰু শিৱসাগৰৰ সকলো দল সংগঠন দেহ ব্যৱসায়ৰ লগত জড়িত বুলি মন্তব্য কৰিছিল গীত কামৰূপাই।

শিৱসাগৰত ১৫০০ পঞ্জীয়নভুক্ত দেহোপজীৱিনী আছে আৰু এই তথ্য শিৱসাগৰ জিলা প্ৰশাসনৰ পৰা লাভ কৰিছে বুলি বিতৰ্কিত মন্তব্য কৰিছিল গীত কামৰূপা নামৰ তথাকথিত মহিলা গৰাকীয়ে।

যাৰ বাবে শিৱসাগৰৰ সকলো দল সংগঠনে পৃথকে পৃথকে এজাহাৰ দাখিল কৰিছিল গীত কামৰূপাৰ বিৰুদ্ধে।

আজি শিৱসাগৰ সদৰ থানাত গীত কামৰূপা উপস্থিত হোৱাৰ পিছতেই বিভিন্ন দল সংগঠনে শিৱসাগৰ সদৰ থানাৰ সন্মুখত অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰিছিল গীত কামৰূপা আৰু তেওঁৰ সতীৰ্থ সত্যৰঞ্জন বৰাৰ গ্ৰেপ্তাৰৰ দাবীত।

প্ৰতিবাদকাৰীসকলক শিৱসাগৰ সদৰ আৰক্ষী থানাৰ নগৰ পৰিদৰ্শক জ্যোতিষ্মান নেওগে গোৰ মৰাৰ লগতে শাৰীৰিক ভাৱে অপদষ্ট কৰে। যাৰ বাবে আৰক্ষী আৰু প্ৰতিবাদকাৰীসকলৰ মাজত হতাহতিৰ সৃষ্টি হয়।

প্ৰতিবাদকাৰীসকলে শিৱসাগৰৰ নাৰীক অপমানসূচক মন্তব্য কৰা গীত কামৰূপা আৰু বহু বিতৰ্কিত গেৰুৱা নেতা সত্যৰঞ্জন বৰাক শিৱসাগৰ আৰক্ষীয়ে থানৰ ভিতৰত ৰাজ আতিথ্য প্ৰাদান কৰাৰ এক গুৰুতৰ অভিযোগ আনে।

কিছু সময় সোধা পোচা কৰাৰ অন্তত আগতীয়া কৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা অগ্ৰিম জামিন লৈ অনা গীত কামৰূপাক শিৱসাগৰ আৰক্ষীয়ে নিৰাপত্তা প্ৰদান কৰি থানাৰ পৰা যাবলৈ দিয়ে।

আনহাতে বহু বিতৰ্কিত নেতা সত্যৰঞ্জনৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত বহুকেইটা গোচৰ ৰুজু হৈ আছে যদিও সেই গৰাকী সত্যৰঞ্জন বৰা বীৰদৰ্পে শিৱসাগৰ সদৰ থানাত উপস্থিত হৈ শিৱসাগৰ আৰক্ষীৰ ৰাজ আতিথ্য গ্ৰহণ কৰাৰ অভিযোগ কৰিছে দল সংগঠনে।

ইপিনে শিৱসাগৰ সদৰ আৰক্ষী থানাত শিৱসাগৰ আৰক্ষীয়ে কিয় সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ নকৰিলে বুলি প্ৰশ্ন কৰে বীৰ লাচিত সেনাৰ নেতা চিতু বৰুৱা আৰু অসম যুৱ ছাত্ৰ সন্মিলনৰ নেতা জিন্তু মেচে।

সত্যৰঞ্জন বৰা বিজেপিৰ নেতা হোৱাৰ বাবেই শিৱসাগৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সাহস নকৰিলে বুলি মন্তব্য কৰে দল সংগঠনে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd