• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজগড়ত বিজেপিৰ গুণ্ডা বাহিনীক গ্ৰেপ্তাৰৰ দাবীত এইবাৰ একত্ৰিত প্ৰতিবাদ বিভিন্ন দল সংগঠনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 2, 2020 4:23 pm
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

SI কেলেংকাৰীৰ ন্যায়িক তদন্ত আৰু বিধায়ক বিমল বড়াক তদন্তৰ আওতালৈ অনাৰ দাবীত ৰাজগড়ত চিপিআই (এম এল)ৰ ৩৬ ঘণ্টীয়া অনশন কাৰ্যসূচীৰ দ্বিতীয় দিনা বিমল বড়াৰ প্ৰত্যক্ষ নিৰ্দেশত বিজেপিৰ যুৱ মৰ্চাৰ একাংশই অনশন স্থলী লণ্ড ভণ্ড কৰা ঘটনাৰ বিৰুদ্ধে সমষ্টিৰ লগতে ৰাজ্যৰ বিৰোধী দলসমূহে ঐক্যবদ্ধ ভাবে প্ৰতিবাদ সাব্যস্ত কৰিছে।

এই ঘটনাক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতো আৰক্ষীয়ে গুণ্ডা বাহিনীক কেৱল থানালৈ মাতি সোধা পোছা কৰি যাবলৈ দিয়ে। এই কাৰ্যৰ বিৰুদ্ধে আৰু আক্ৰমণকাৰীসকলক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় আজি সমষ্টিৰ জাতীয় দল সংগঠনৰ লগতে ৰাজনৈতিক দলসমূহে ঐক্যবদ্ধভাৱে টিংখাং ৰাজহ চক্ৰ বিষয়াক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে।

Apply Now

টিংখাং আঞ্চলিক ছাত্ৰ সন্থা, কা বিৰোধী ঐক্য মঞ্চ, টিংখাং, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টিংখাং আঞ্চলিক, টাই আহোম যুৱ পৰিষদ, টিংখাং আঞ্চলিক, ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থা, বীৰ লাচিত সেনা, টিংখাং আঞ্চলিক, আটছা ৰাজগড় শাখা, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ,

টিংখাং চাৰ্কোল, বিপ্লৱী যুৱ সন্থা, টিংখাং আঞ্চলিক, কৃষক মুক্তি সংগ্ৰাম সমিতি, টিংখাং আঞ্চলিক সমিতি, সদৌ অসম প্ৰগতিশীল নাৰী সন্থা, টিংখাং, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, ডিব্ৰুগড় জিলা সমিতি, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, ৰাজগড় আঞ্চলিক, আদিবাসী সুৰক্ষা সমিতি, টিংখাং আঞ্চলিক, কৃষক মহাসভা, অসম আৰু ৰাজনৈতিক দলৰ তৰফৰ পৰা কংগ্ৰেছ, চিপিআই(এম এল), আদিবাসী নেচনেল পাৰ্টি আৰু অসম জাতীয় পৰিষদৰ তৰফৰ পৰা যৌথভাৱে আজি স্মাৰক পত্ৰ প্ৰদান কৰে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক যৌথ  প্ৰেছ বিবৃতিত দল-সংগঠনৰ নেতৃত্বই কয় যে ২৮ তাৰিখৰ সমষ্টিৰ ইতিহাসৰ জঘন্যতম ঘটনা সংঘটিত কৰাৰ মাজেৰে বিধায়ক বিমল বড়াই SI কেলেংকাৰীত জড়িত থকাৰ কথা নিজেই প্ৰমাণ কৰিছে। নহ’লে প্ৰতিবাদৰ শেষ পৰ্যায় অনশন কাৰ্যসূচী লণ্ড ভণ্ড তেওঁ নকৰিলেহেঁতেন।

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ মতে বিজেপিৰ সকলো বিধায়কৰ ভিতৰতে বোলে বিমল বড়া সকলোতকৈ নম্ৰ, ভদ্ৰ আৰু শিষ্টাচাৰ থকা ব্যক্তি। যদি এনে ব্যক্তিৰ দ্বাৰা অনশনস্থলী লণ্ড ভণ্ড কৰা হয় তেন্তে বাকী বিধায়কসকল কেনে হ’ব বুলি বিবৃতিটোত দল সংগঠনৰ নেতৃত্বই প্ৰশ্ন কৰে।

দল-সংগঠনসমূহে অনশনস্থলী লণ্ড ভণ্ড কৰা গুণ্ডা বাহিনীক এসপ্তাহৰ ভিতৰত গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়। লগতে SI কেলেংকাৰীৰ ন্যায়িক তদন্ত আৰু বিধায়ক বিমল বড়াক তদন্তৰ আওতালৈ আনিবলৈ দাবী জনায় অন্যথা তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ’বলৈ চৰকাৰ প্ৰশাসনক সাজু থাকিবলৈ সকিয়াই দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am
বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am
প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am
বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd