• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

চিৰদিনৰ বাবে নিশ্চুপ হৈ পৰিল ‘বেবী তবছুম’: প্ৰবীণ অভিনেত্ৰী তবছুম গ’ভিলৰ দেহাৱসান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 19, 2022 8:57 pm
Tabassum Govil
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিৰনিদ্ৰাত ঢলি পৰিল দেশৰ অভিনয় জগতৰ এক পৰিচিত মুখ তথা প্ৰবীণ অভিনেত্ৰী তবছুম গ’ভিল। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলত আজি মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰে অভিনেত্ৰী গৰাকীয়ে।

মৃত্যুৰ সময়ত জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ বয়স আছিল ৭৮ বছৰ। মৃত তবছুমৰ পুত্ৰ হ’চাং গ’ভিলে মাতৃ বিয়োগৰ বিষয়ে সদৰী কৰি সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্য মতে কেইদিনমান পূৰ্বে অসুস্থ হৈ পৰা তবছুম গ’ভপৰক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল।

Apply Now

গেষ্ট্ৰ’ সমস্যাত ভুগি থকা অভিনেত্ৰীগৰাকীক চেক আপৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। নিশা ৮.৪০ আৰু ৮.৪২ বজাত দুটাকৈ কাৰ্ডিয়াক এটেক হোৱাৰ পিছত তেওঁৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হৈ পৰিছিল। অৱশেষত শুকুৰবাৰে নিশা প্ৰবীণ অভিনেত্ৰীগৰাকীৰ মৃত্যু হয় বুলি পুত্ৰ হ’চাং গ’ভিলে সদৰী কৰে।

উল্লেখ্য যে, ১৯৪০ চনৰ শেষৰ ফালে শিশু শিল্পী হিচাপে চলচ্চিত্ৰ জগতত কেৰিয়াৰ আৰম্ভ কৰা প্ৰবীণ অভিনেতাগৰাকীয়ে পিছলৈ অভিনয় জগতত যথেষ্ট খ্যাতিমান হৈ পৰিছিল। ‘বেবী তবছুম’ নামেৰে অনুৰাগীৰ মাজত জনপ্ৰিয় হৈ পৰিছিল অভিনেত্ৰীগৰাকী।

নাৰ্গিছ (১৯৪৭), মেৰা চুহাগ (১৯৪৭), মঞ্জধৰ (১৯৪৭), বৰী বেহেন (১৯৪৯), দীদাৰ (১৯৫১) আৰু স্বৰ্গ (১৯৯০) আদি ছবিত অভিনয় কৰাৰ উপৰিও তবছুমে ১৯৭২ চনৰ পৰা ১৯৯৩ চনলৈ দূৰদৰ্শনৰ জনপ্ৰিয় চেলিব্ৰিটি টক শ্ব’ ‘ফুল খিলে হেঁ গুলচন গুলচন’ৰ ঘোষিকা ৰূপে পৰিচালনা কৰিছিল।

দেশত ক’ভিদৰ ভয়াৱহতাৰ সময়তে ২০২১ চনত তবছুমো আক্ৰান্ত হৈছিল ক’ভিদত। প্ৰায় ১০ দিন চিকিৎসালয়ত কটোৱাৰ পিছত ক’ভিদৰ পৰা আৰোগ্য লাভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে।

আজি এই প্ৰবীণ অভিনেত্ৰীগৰাকীৰ দেহাৱসানৰ পৰিণতিত শোকৰ ছাঁ পৰিছে চলচ্চিত্ৰ জগতৰ লগতে তেওঁৰ গুণমুগ্ধ অনুৰাগীৰ মাজত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd