• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

শিৰে শিৱলিংগ : মহাকুম্ভত স্নান কৰিলে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 2, 2025 9:15 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোগী আদিত্যনাথৰ পিছত এইবাৰ কুম্ভমেলাত প্ৰৱেশ দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ। ভয়ংকৰ দুৰ্ঘটনাৰ পিছত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে পত্নীৰ সৈতে প্ৰয়াগৰাজলৈ গৈ স্নান কৰে।

মূৰত শিৱলিং লৈ গংগাত ডুব মাৰে ধনখৰে। স্নানৰ পাছতে ধনখৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক প্ৰশংসা কৰি মহাকুম্ভৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

Apply Now

সংগমত গা ধুই সংবাদ মাধ্যমৰ মুখামুখি হয় জগদীপ ধনখৰ। কুম্ভত বিপুল জনসমাগম দেখি তেওঁ আক্ষৰিক অৰ্থত বিশ্ববাসীৰ আগত ঘোষণা কৰে যে কুম্ভলৈ অহা লোকৰ সংখ্যা আমেৰিকাৰ মুঠ জনসংখ্যাৰ সমান।

তেওঁৰ ভাষাত, “এক কথাত ক’বলৈ গ’লে এই পৰিঘটনা ঐতিহাসিক। পৃথিৱীৰ আন কোনো ঠাই নাই য’ত ইমানবোৰ মানুহ একে ঠাইতে গোট খাইছে। এই বিশাল জনসমাগমক চম্ভালিবলৈ প্ৰশাসনে যি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া এক কথাত ক’বলৈ গ’লে অসাধাৰণ। ভাৰতত এনে এক অনুষ্ঠান আয়োজন কৰাটো সম্ভৱ হ’ব বুলি মই কেতিয়াও ভবা নাছিলো। মই আপ্লুত হৈছো।”

কিন্তু কুম্ভ পৰিচালনাৰ বাবে ধনকাৰে যোগীক প্ৰশংসা কৰিলেও বিতৰ্কই এৰা নাই। ২৯ জানুৱাৰীত কুম্ভত পদপিষ্ট হৈ বহু লোকৰ মৃত্যু হৈছিল। চৰকাৰী তথ্য অনুসৰি মৃত্যুৰ সংখ্যা ৩০ জন আৰু আহতসকলৰ সংখ্যা ১০০ৰো অধিক। কিন্তু সাধাৰণ মানুহে দাবী কৰে যে ইয়াৰ প্ৰকৃত সংখ্যা আচলতে তাৰ দুগুণ।

কুম্ভ দুৰ্ঘটনাৰ বিষয়ে সাংবাদিকে সোধাত ধনখৰে কয় যে, “এটা দুৰ্ঘটনা সংঘটিত হোৱাটো সঁচা। কিন্তু ভাবি চাওকচোন, প্ৰশাসনে কিমান সোনকালে, কিমান অবিশ্বাস্যভাৱে দ্ৰুতগতিত পৰিস্থিতিটো চম্ভালিছে।”

খাদ্যৰ পৰা আৰম্ভ কৰি লাখ লাখ শৌচাগাৰলৈকে সকলো ব্যৱস্থাৰ বাবে যোগীক প্ৰশংসা কৰি ধনকাৰে কয় যে মোৰ জীৱনৰ আটাইতকৈ সুখৰ মুহূৰ্তটো আছিল সংগমত স্নান কৰা। ভাৰতৰ দৰে ধুনীয়া দেশ পৃথিৱীত নাই। যোগীজীয়ে দেখুৱাইছে যে যদি আপোনাৰ দৃঢ়তা, সংস্কাৰ, আৰু দেশৰ বাবে কিবা এটা কৰাৰ ইচ্ছা থাকে, তেন্তে আপুনি যিকোনো অসম্ভৱ কাম সম্পন্ন কৰিব পাৰে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd